Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ranoj Pegu : কোচৰাজবংশী সাহিত্যসভাৰ সজাতি দলৰ স’তে অসমৰ শিক্ষামন্ত্ৰীৰ বৈঠক

publisher by publisher
October 5, 2021
in Assam, India, News
Reading Time: 1 min read
0
চৰকাৰক জনজাতিকৰণৰ সময়সীমা বান্ধি দিলে আক্ৰাছুৱে
6
SHARES
61
VIEWS
ShareShareShareShare

RelatedPosts

Assam Cabinet: ৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Kokrajhar Shakti Ashram:শক্তি আশ্ৰমত কোচ -ৰাজবংশী সাহিত্য সভাৰ উদ্যোগত মূখ বাহী বজোৱা আৰু বনোৱাৰ কৰ্মশালা 

কোচৰাজবংশী সাহিত্যসভা কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকত আৰু সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ নেতৃত্বত এটা সজাতি দলে অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আমন্ত্ৰণ মৰ্মে শিক্ষা মন্ত্ৰীৰ চৰকাৰী কাৰ্যালয় কক্ষত এক আলোচনাত মিলিত হয় । উক্ত আলোচনা সভাতেই ১৯ দফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰও প্ৰদান কৰে সাহিত্যসভাৰ সজাতি দলটোৱে ।

ADVERTISEMENT

অসমৰ শিক্ষা মন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰখনত উল্লেখ কৰা দাবীসমূহৰ ভিতৰত প্ৰাক্‌-প্ৰাথমিক আৰু প্ৰাথমিক স্তৰৰ পৰা নতুন শিক্ষা আঁচনিমৰ্মে মাতৃভাষা হিচাপে ৰাজবংশী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰা, ৰাজবংশী ভাষাৰ পাঠ্যপুথি,‌ ব্যাকৰণ, ইতিহাস, অভিধান আৰু অন্যান্য গ্ৰন্থ প্ৰস্তুত কৰা আৰু প্ৰকাশৰ বাবে আৰ্থিক মঞ্জুৰী প্ৰদান কৰা, ৰাজবংশী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভূক্ত কৰা, উচ্চ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত নৃত্য কলাকৃষ্টিক সন্নিৱিষ্ট কৰা আৰু ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন কৰা ।

লগতে, পাঁচ হেজাৰ শিক্ষকক নিযুক্তি দিয়া, কোচৰাজবংশী সাহিত্যসভাৰ কাৰ্যালয়ৰ বাবে গুৱাহাটীত ঘৰ মাটিৰ চৰকাৰৰ পৰা আবন্টন দিয়া আদি । এই কথা আজি কোচৰাজবংশী সাহিত্যসভাৰ শক্তি আশ্ৰমস্থ মুখ্য কাৰ্যালয় গিৰিজাভূষণ ৰায় ভৱনত সংবাদমেল পাতি সদৰী কৰে কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদজনে ।

উক্ত সংবাদ মেলতেই বৰ্মনে উল্লেখ কৰে যে, কেএচি-ৰ স’তে আলোচনা কৰি কোচৰাজবংশী সাহিত্যসভাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত নিজৰ কলা-কৃষ্টিৰ প্ৰদৰ্শনাৰ্থে এখন সমৰোহ উৎসৱ পতাৰ ব্যৱস্থা কৰিব ৷ ইয়াৰ উপৰি কোচৰাজবংশী সম্প্ৰদায়ক অনুসূচীত জনজাতি (ST) হিচাপে স্বীকৃতিৰ আহ্বান, কামাখ্যা মন্দিৰ প্ৰাংগনত আৰু শংকৰদেৱ কলাক্ষেত্ৰত নৰনাৰয়ণ আৰু চিলাৰায়ৰ স্মৃতি সংগ্ৰাহলয় নিৰ্মাণকে ধৰি ৰাজবংশী ভাষাত লিখা ৫০জন লেখক/লেখিকাক ৫০ হেজাৰ টকাৰ আৰ্থিক অনুদান দিয়াৰ দাবী জনাইছে ৷

এই দাবীসমূহ অলপ দিনৰ ভিতৰতে ফলপ্ৰসূ কৰিব বুলিও মন্ত্ৰী পেগুৱেও প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি সংবাদ মেলতেই প্ৰকাশ কৰে সাহিত্যসভাৰ সম্পাদকজনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dwijendra Nath BhakatKamal Kumar BarmanKoch Rajbongshi Sahitya SabhaRanoj Pegu
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d