Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

দুই দুৰ্দান্ত সাহসী সাংবাদিকলৈ ২০২১ৰ শান্তিৰ ন’বেল বঁটা

publisher by publisher
October 9, 2021
in International, News
Reading Time: 1 min read
0
দুই দুৰ্দান্ত সাহসী সাংবাদিকলৈ ২০২১ৰ শান্তিৰ ন’বেল বঁটা
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

বাস্তৱ পৃথিৱীত অর্থনৈতিক প্রভাৱ সম্পর্কীয় গৱেষণা ,শ্রম বজাৰৰ নতুন অন্তদৃষ্টিৰ তথ্য

Nobel Prize 2021 : তিনি দেশৰ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা

বাকস্বাধীনতা আৰু সংবাদ মাধ্যমৰ সম্পূর্ণ স্বাধীনতা অক্ষুন্ন ৰখাৰ পক্ষত থিয় দি আজীৱন নির্ভীক সাংবাদিকতাৰে সংগ্রাম অব্যাহত ৰখা দুগৰাকী সাংবাদিকে লাভ কৰিলে ২০২১ বৰ্ষৰ শান্তিৰ নবেল বঁটা। বিশ্বজুৰি গণতন্ত্ৰৰ প্রতি বর্ধিত ভাবুকিৰ মাজতে পথিকৃত সাংবাদিক ক্রমে ফিলিপাইৰ মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ ডিমিট্রী মূৰাট’ভলৈ শান্তিৰ নবেল বঁটাৰ ঘােষণা কৰি নৰৱেৰ নবেল সমিতিৰ অধ্যক্ষা বেৰিট ৰেইছ এণ্ডাৰছনে কয়, ‘বা্ক স্বাধীনতাক সুৰক্ষা দিবলৈ অব্যাহত ৰখা তেওঁলােকৰ প্রচেষ্টৰ বাবে দুয়ােকে এই সম্মান যচা হৈছে।’

ADVERTISEMENT

এণ্ডাৰছনে কয় যে গণতন্ত্র আৰু চিৰস্থায়ী শান্তিৰ বাবে বাক্ স্বাধীনতা হৈছে পূর্বচর্ত। তেওঁ কয়, ‘গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ক্ৰমাৎ প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হােৱা বিশ্বত এই স্বাধীনতা অটুট ৰখাৰ পক্ষত থিয় দিয়া সকলাে সাংবাদিকৰে তেওঁলােক প্রতিনিধি।’ ইয়াৰ জৰিয়তে এণ্ডাৰছনে স্পষ্ট কৰে যে সমগ্র বিশ্বতে গণতন্ত্র আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ভাবুকিৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত বাক স্বাধীনতাৰ পক্ষত থিয় দিয়া প্ৰতিগৰাকী সাংবাদিককে প্রতিনিধিত্ব কৰে দুই ন’বেল বঁটাৰ বাবে নির্বাচিত হাৈৱাত সাংবাদিকে।

উল্লেখ্য যে নবেল বঁটাৰ বাবে নির্বাচিত হােৱা ৰেছা ‘ৰেপলাৰ’ নামৰ অনুসন্ধানমূলক সাংবাদিকতাৰ ডিজিটেল মিডিয়া কোম্পানীৰ সহ প্রতিষ্ঠাপক। আনহাতে, মূৰাট’ভ হৈছে ৰাছিয়াৰ আগশাৰীৰ স্বতন্ত্র বাতৰি কাকত ‘ন’ভায়া গেজেটা’ৰ সহ প্রতিষ্ঠাপক। ফিলিপাইনছৰ মানিলাত ১৯৬৩ত জন্মগ্রহণ কৰা ৫৮ বছৰীয়া মহিলা সাংবাদিক মাৰিয়া এঞ্জেলিটা ৰেছা আমেৰিকাৰৰ নাগৰিক। ৰেছাই কয় যে এই বঁটাই দাঙি ধৰিছে যে তথ্য অবিহনে কোনাে কথাই সম্ভৱ নহয়।

গণতন্ত্র আৰু বাক্ স্বাধীনতাৰ মাজত সংযােগৰ প্ৰসংগ উত্থাপন কৰি তেওঁ এইদৰে কয়। ফিলিপাইনছৰ ৰাষ্ট্রপতি ৰ’ড্রিগ’ ভুটেৰেটৰ কঠোৰ সমালােচনাৰে এক সাক্ষাৎকাৰ গ্ৰহণ কৰা সংবাদিকগৰাকীয়ে কয়, ‘প্রকৃত তথ্যবিহীন বিশ্ব মানে সত্য আৰু বিশ্বাসবিহীন এখন বিশ্ব।’ তেওঁ কয় যে এই সম্মানে তেওঁক আৰু তেওঁৰ সতীর্থসকলক সংগ্রাম অব্যাহত ৰখাৰ বাবে প্রচণ্ড শক্তি যােগাব। ইপিনে, মূৰাট’ভে তেওঁৰ বঁটাৰ অর্ধেক উৎসর্গা কৰিছে বাতৰি কাকতখনৰ ছজন সাংবাদিকলৈ তথা ২০০০ৰ পৰা হত্যাৰ বলি হােৱা বাতৰি যােগানিয়াৰসকললৈ।

হত্যাৰ বলি হােৱা সাংবাদিকসকলৰ ভিতৰত আছে। আগশাৰীৰ অনুসন্ধানমূলক সাংবাদিক আন্না পলিতক’ভাস্কায়া। বৃহস্পতিবাৰে এইগৰাকী নির্ভীক সাংবাদিক হত্যাৰ ১৫ বছৰীয়া বার্ষিকী পালন কৰে কাকতখনে। মই এই বঁটাৰ বাবে কৃতিত্ব ল’ব নােৱাৰাে। এই সম্মান ন’ভায়া গেজেটাৰ। মূৰাট’ভে এইদৰে কয়। ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্রাডিমীৰ পুটিনৰ মুখপাত্র ডিমিট্রী পেছক’ভে মূৰাট’ভক অভিনন্দন জনাই কয়, তেওঁ প্রতিভাশালী আৰু সাহসী।

ইপিনে, ন’বেল কমিটীয়ে কয় যে এই দুই সাংবাদিকে অবাধ, নিৰপেক্ষ আৰু তথ্যনিষ্ঠ সাংবাদিকতাৰে সকলাে সময়তে ক্ষমতাৰ অপব্যৱহাৰ কৰা দুর্নীতিপৰায়ণ, মিথ্যাচাৰী, যুযুৎস্য মানসিকতাৰ মানুহৰ মুখা খুলি দিবলৈ তৎপৰ। কোনাে কুণ্ঠাবােধ নকৰাকৈ অদম্য সাহসৰে তেওঁলােকে কাম কৰি গৈছে। বাক্ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ পূর্ণ স্বাধীনতা অবিহনে বিশ্ব ভ্রাতৃত্ব অসম্ভৱ বুলিও নবেল কমিটীয়ে মন্তব্য কৰে। ইয়াৰ অবিহনে এখন অস্ত্রবিহীন আৰু উন্নত বিশ্ব গঢ়ি তােলা সম্ভৱ নহয় বুলি কয় কমিটীয়ে।

উল্লেখ্য যে ৰেছা আৰু তেওঁৰ সংবাদ প্রতিষ্ঠান পেলাৰৰ বিৰুদ্ধে আছে অজস্র অপৰাধ গােচৰ। ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ নীতিসমূহৰ কঠোৰ সমালােচনা আৰু তেওঁৰ ৰক্তাক্ত ড্ৰাগছ যুঁজৰ সমালােচনাৰে ভৰা অনুসন্ধানমূলক বাতৰি প্ৰকাশৰ বাবে এনে ভাবুকৰি সন্মুখীন হৈছে ৰেছা। নৰৱেৰ ন’বেল কমিটীৰ অধ্যক্ষাগৰাকীয়ে কয় যে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ বিতর্কিত, হত্যাউন্মুখ ড্রাগছবিৰােধী অভিযানৰ ওপৰত সমালােচনামূলক বাতৰি পৰিৱেশন কৰিছে ৰেপলাৰে।

এণ্ডাৰছনে কয় যে ড্ৰাগছবিৰােধী অভিযানত মৃত্যুৰ সংখ্যা ইমান বেছি যে ই দেশখনৰ নিজ জনসংখ্যাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সদৃশ। তদুপৰি ভুৱা বাতৰি প্ৰচাৰ কৰিবলৈ, প্রতিপক্ষক হাৰাশাস্তি কৰিবলৈ আৰু ৰাজহুৱা বিবাদক বিপথে পৰিচালিত কৰিবলৈ কিদৰে সামাজিক মাধ্যমক ব্যৱহাৰ কৰা হয় সেই তথ্যও দাঙি ধৰিছে ৰেছা আৰু ৰেপলাৰে। ২০১৮ত এইগৰাকী সাংবাদিকক বছৰটোৰ ব্যক্তিৰূপে বিভূষিত কৰিছিল বিশ্বৰ অগ্রণী বার্তালােচনী ‘টাইম’-এ।

ইপিনে বিগত বহু দশক ধৰি মূৰাট’ভে ৰাছিয়াত বা স্বাধীনতাৰ পক্ষত থিয় দি আহিছে। এণ্ডাৰছনে কয় যে হত্যা আৰু ভাবুকি সত্ত্বেও মূৰাট’ভে বাতৰি কাকতখনৰ স্বতন্ত্রতাৰ স’তে আপােচ কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ একেৰাহে সাংবাদিকৰ স্বাধীনতাৰ বাবে যুঁজ দি আহিছে। সাংবাদিকে সাংবাদিকতাৰ পেছাদাৰী আৰু নৈতিক মূল্যবােধ অক্ষুন্ন ৰাখি যি বিষয়ে, যেতিয়াই মন যায় তাকে লিখিব পাৰে বুলি যুঁজ দি আহিছে।

এইদৰেও এণ্ডাৰছনে কয়। উল্লেখ্য যে চলিত বৰ্ষত ২৪ গৰাকী সাংবাদিক হত্যাৰ বলি হৈছে। উল্লেখ্য যে ফিলিপাইনছৰ বিভিন্ন চৰকাৰৰ স্বেচ্ছাচাৰিতা, স্বৈতন্ত্র, ক্ষমতাৰ অপব্যৱহাৰ, মিথ্যাচাৰ আৰু দুর্নীতিৰ মুখ খুলি দিয়া তথা মানুহক দমন কৰি ৰাখিবলৈ হিংসা, সন্ত্রাসৰ ব্যৱহাৰৰ বিৰুদ্ধে নির্ভীকভাৱে প্রতিবাদী কণ্ঠ হৈ উঠা সাংবাদিক ৰেছা বিগত এটা দশক ধৰি ফিলিপাইনছৰ কিংবদন্তি স্বৰূপ হৈ উঠিছে।

বিভিন্ন স্বৈচ্ছাৰী চৰকাৰৰ ভয়-ভাবুকি উপেক্ষা কৰি, হত্যাকাৰী-ড্ৰাগছ মাফিয়াৰ অস্ত্রকো বিন্দুমাত্র কেৰেপ নকৰা এই মহিলা সাংবাদিকগৰাকীয়ে এতিয়াও সংগ্রাম অব্যাহত ৰাখিছে। একেদৰে ৰাছিয়াৰ বিশিষ্ট সাংবাদিক মূৰাট’ভে আৰম্ভণিৰে পৰাই চৰকাৰৰ ক্ষমতাৰ অপব্যৱহাৰ, দুর্নীতি, মিথ্যাচাৰ, স্বেচ্ছাচাৰিতা, আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে নিজ কলম চলাই গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nobel Prize 2021
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d