Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বাস্তৱ পৃথিৱীত অর্থনৈতিক প্রভাৱ সম্পর্কীয় গৱেষণা ,শ্রম বজাৰৰ নতুন অন্তদৃষ্টিৰ তথ্য

তিনি মার্কিন অধ্যাপকলৈ অর্থনীতিৰ ন'বেল

publisher by publisher
October 12, 2021
in International, News
Reading Time: 1 min read
0
বাস্তৱ পৃথিৱীত অর্থনৈতিক প্রভাৱ সম্পর্কীয় গৱেষণা ,শ্রম বজাৰৰ নতুন অন্তদৃষ্টিৰ তথ্য
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

দুই দুৰ্দান্ত সাহসী সাংবাদিকলৈ ২০২১ৰ শান্তিৰ ন’বেল বঁটা

Nobel Prize 2021 : তিনি দেশৰ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা

তিনিগৰাকী মার্কিন অর্থনীতিবিদে লাভ কৰিলে ২০২১ অর্থনীতিৰ ন’বেল বঁটা। যুটীয়াভাৱে সেই নবেল বঁটা লাভ কৰা অর্থনীতিবিদ কেইগৰাকী হৈছে ক্ৰমে ডেভিড কার্ড, জ’চোৱা দি এংগ্রিষ্ট আৰু গুইড’ উইলহেলমছ ইমবেন্স। কার্ড হৈছে শ্রম অর্থনীতিবিদ, তেওঁৰ জন্ম ১৯৫৬ত।

ADVERTISEMENT

আমেৰিকাৰ ইউনিভাৰছিটি অৱ কেলিফর্ণিয়াৰ তেওঁ অর্থনীতিৰ অধ্যাপক। ১৯৬০ত জন্মলাভ কৰা এংগ্রিষ্ট আমেৰিকাৰ মাছাছছেটছ। ইনষ্টিটিউট অৱ টেকনলজিৰ অৰ্থনীতিৰ অধ্যাপক। তেওঁ জন্মসূত্রে ইজৰাইলী লােক ইপিনে, ১৯৬৩ত জন্মলাভ কৰা ইমবেন্সৰ জন্ম হৈছিল পর্তুগালত।

তেওঁ ষ্টেনফ’র্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক। নবেল কমিটীয়ে জনােৱা মতে, শ্রম অর্থনীতিত অভিজ্ঞতালব্ধ অৱদানৰ বাবে কার্ডক এই সম্মান আগবঢ়োৱা হৈছে। আনহাতে, ‘কেজুৱেল ৰিলেছনশ্বিপ’ সম্পর্কীয় বিশ্লেষণৰ বিৰুদ্ধে পদ্ধতিগত অৱদানৰ বাবে বাকী দুজনক ন’বেল বঁটাৰ বাবে মনােনীত কৰা হয়।

সমাজৰ প্রতি বৃহৎ অৱদান আগবঢ়াব পৰাকৈ তেওঁলােকৰ গৱেষণাই বিভিন্ন প্রশ্নৰ প্ৰতি আমাৰ উত্তৰ দিয়াৰ সামর্থ্য উল্লেখনীয়ভাৱে বৃদ্ধি কৰা বুলি কয় ন’বেল কমিটীয়ে। ইয়াৰ পূর্বেও অর্থনীতিৰ ন’বেল বঁটা মার্কিন প্রতিষ্ঠানসমূহে লাভ কৰি আহিছে আৰু এইবাৰাে এই ক্ষেত্ৰত কোনাে ব্যতিক্রম নহয়।

১৯৯০ৰ আৰম্ভণিত মার্কিন যুক্তৰাষ্ট্রৰ নিউজাৰ্ছিত ফাষ্টফুড খণ্ডত ন্যূনতম মজুৰি বৃদ্ধিৰ ফলত পৰা প্ৰভাৱৰ বিষয়ে কার্ডে পৰীক্ষা-নিৰীক্ষা কৰিছে। এনে মজুৰি বৃদ্ধিৰ ফলত সদায়ে নিয়ােগত প্ৰভাৱ পৰে বুলি থকা পৰম্পৰাগত ধাৰণাৰ পুনৰীক্ষণ কৰে কাৰ্ডৰ অধ্যয়নে।

আন এক অধ্যয়নত কিউবাৰ যিসকল লােকে দেশ ত্যাগ কৰিব বিচাৰে তেওঁলােকৰ এনে ইচ্ছাক ১৯৮০ত ফিডেল কাষ্ট্র’ৱে জনােৱা সন্মতিৰ ফলশ্ৰুতিত হােৱা প্ৰভাৱৰ বিষয়ে কোৱা হৈছে। এনে বিভিন্ন কাৰণ আৰু তাৰ ফলাফলক লৈ কাৰ্ডৰ গৱেষণাই উত্তৰ দিছে।

কার্ডে ১৯৯০ৰ দশকত এইদৰে ন্যূনতম মজুৰি লৈ থকা অর্থনীতিৰ কে’বাটাও প্রতিষ্ঠিত ধাৰণাৰ সমালােচনা কৰি সকলােৰে দৃষ্টি আকর্ষণ কৰে। তেওঁ আমেৰিকাৰ মায়ামিলৈ হােৱা বৃহৎ প্ৰব্ৰজনৰ ফলত কেনে প্ৰভাৱ পৰিছিল সেই বিষয়ত থকা ধাৰণাৰ ওপৰত গৱেষণা কৰে।

তেওঁ এইদৰে বিভিন্ন অভিবাসী সম্প্রদায়ৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰি দেখুৱাই দিয়ে যে এনে প্ৰব্ৰজনৰ ফলত কোনাে দেশৰ অর্থনীতি বিশেষভাৱে ক্ষতিগ্রস্ত হয়। মায়ামিলৈ হােৱা বৃহৎ প্ৰব্ৰজনৰ ফলত মায়ামিৰ কম শিক্ষিত বাসিন্দাসকলৰ ওপৰত মজুৰি বা শ্ৰমৰ ক্ষেত্ৰত কোনাে নেতিবাচক প্রভাৱ পৰা নাছিল বুলি কার্ডে দেখুৱাই দিয়ে।

আমেৰিকা আৰু কানাডালৈ বিভিন্ন সময়ত হােৱা প্ৰব্ৰজনৰ বিশ্লেষণ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা দুই দেশৰ অর্থনীতি ক্ষতিগ্রস্ত হােৱা নাই। তেওঁৰ মতে, আমেৰিকাৰ শ্ৰম বজাৰে শ্ৰমৰ অনুপ্ৰৱেশৰ পক্ষতে ছবি দাঙি ধৰে। তিনি ন’বেল প্রাপকৰ গৱেষণালব্ধ তথ্যই দেখুৱাই দিছে যে কাৰক আৰু ইয়াৰ প্ৰভাৱ সম্পর্কে থকা বহল পৰিসৰৰ প্ৰশ্নসমূহৰ উত্তৰ এতিয়াও সম্ভৱ আৰু প্রাকৃতিক গৱেণষা ব্যৱহাৰ কৰিয়ে এনে কৰিব পাৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: David CardGuido ImbensJoshua D. AngristNobel Prize 2021
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d