Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Nobel Prize 2021 : তিনি দেশৰ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা

জলবায়ুৰ অভাৱনীয় সালসলনিৰ সন্ধান লাভ

publisher by publisher
October 6, 2021
in International, News
Reading Time: 1 min read
0
Nobel Prize 2021 : তিনি দেশৰ বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা
21
SHARES
206
VIEWS
ShareShareShareShare

RelatedPosts

বাস্তৱ পৃথিৱীত অর্থনৈতিক প্রভাৱ সম্পর্কীয় গৱেষণা ,শ্রম বজাৰৰ নতুন অন্তদৃষ্টিৰ তথ্য

দুই দুৰ্দান্ত সাহসী সাংবাদিকলৈ ২০২১ৰ শান্তিৰ ন’বেল বঁটা

অনিয়ম, বিশৃংখলা, খাম-খেয়ালি আৰু বিসংগতিপূৰ্ণ আচৰণৰ মাজতো নিয়মৰ সন্ধান আৰু তাৰ নিখুঁত পূৰ্বাভাসৰ পথ দেখুওৱা বাবে এইবাৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা যুটীয়াভাৱে প্ৰদান কৰা হয় তিনিজন বিজ্ঞানীক ।

ADVERTISEMENT

আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছুকোৰো মানাবে, জাৰ্মানীৰ মেক্স প্লাংক ইনষ্টিটিউট ফৰ মেটিউৰিল’জিৰ অধ্যাপক ক্লজ হেছেলমান আৰু ইটালীৰ ৰোমৰ ছাপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ অধ্যাপক জিঅ’ৰ্জিঅ’ পাৰিছিয়ে যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ ন’বেল পুৰস্কাৰ জয়ী বুলি আজি ঘোষণা কৰে ছুইডেনৰ ন’বেল কমিটিয়ে ।

এই তিনিও বিজ্ঞানীয়ে দাঙি ধৰিছে কিদৰে মানুহে প্ৰকৃতি, পৰিৱেশৰ খাম-খেয়ালিপূৰ্ণ আৰু অস্বাভাৱিক আচৰণ । যাৰ বাবে সম্প্ৰতি মানুহে শীতৰ দিনতো গ্ৰীষ্মকালৰ দৰে ঘামিব লগা হৈছে । নিম্নচাপৰ দৌৰাত্ম্য, ঘূৰ্ণী ধুমুহা আদিৰ তাণ্ডৱ বৃদ্ধি পাইছে সমুদ্ৰৰ উপকূলৱৰ্তী অঞ্চলসমূহত ।

চলিত নৱেম্বৰত গ্লাছগ’ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনৰ দৰে অতি গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে এই বঁটা প্ৰদান অত্যন্ত প্ৰাসংগিক হিচাপে বিবেচিত হৈছে । বঁটাপ্ৰাপক অধ্যাপক পাৰিছিয়ে কয়, ‘আমি এতিয়া দ্ৰুতগতিৰে কাম কৰিব লাগিব ।’ পলম কৰাৰ সময় নাই বুলি তেওঁ কয় । নিউজাৰ্ছিৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী ৯০ বছৰীয়া মানাবেই তেওঁৰ আৱিস্কাৰত দেখুৱাইছে যে কিদৰে বাতাবৰণত কাৰ্বন-ডাই-অক্সাইডৰ বৃদ্ধিয়ে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি কৰিব পাৰে । ৮৯ বছৰীয়া হেলছমান বতৰ আৰু জলবায়ু সংযোগ কৰিব পৰা এটা কম্পিউটাৰ মডেল সৃষ্টি কৰিছে । আপতদৃষ্টিত চাবলৈ গ’লে ৭৩ বছৰীয়া পাৰিছিয়ে প্ৰকৃতাৰ্থত এই সম্পৰ্কে কাম আৰম্ভ কৰিছিল । বিশ্বজুৰি গোলকীয় উষ্ণতাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে তিনি বিজ্ঞানীৰ গৱেষণাই ইতিহাস সৃষ্টি কৰিলে । ন’বেল কমিটীয়ে কয়, ‘তিনিজনৰ গৱেষণাই বিজ্ঞানৰ ইতিহাসৰ যুগান্তকাৰী ঘটনা ।’

বিগত শতাব্দীৰ ৬০ৰ দশকত মানাবেই গৱেষণা কৰিছিল, ৭০ৰ দশকত হেছেলমানে তেওঁৰ গৱেষণা কৰিছিল আৰু পেৰিছিৰ গৱেষণা আছিল ৮০ৰ দশকত । প্ৰকৃত অথবা পৰিৱেশৰ খাম-খেয়ালি আচৰণৰ বাবে কেতিয়া কিমান পৰিমাণৰ বৰষুণ হ’ব অথবা কিমান কঠিন ৰ’দে তাপমাত্ৰা অসহনীয় কৰি তুলিব এইবোৰ বিষয়ে সঠিক পূৰ্বানুমান কৰাটো প্ৰত্যাহ্বান হৈ পৰে । কেতিয়াবা দেখা যায় বৰষুণৰ পূৰ্বানুমানৰ পৰিৱৰ্তে ৰ’দে উগ্ৰমূৰ্তী ধাৰণ কৰে অথবা ৰৌদ্ৰজ্জ্বল দিনৰ পূৰ্বাভাস সলনি হয় নেৰানেপেৰা বৰষুণলৈ ।

৬০ৰ দশকত মানাবেৰ গাণিতিক মডেলে দেখুৱাইছিল কিদৰে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে ভূপৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি পায় । কিদৰে বায়ুমণ্ডলৰ ওপৰৰ স্তৰসমূহ ভূপৃষ্ঠৰ দৰে গৰম হৈ নুঠে । তেওঁৰ এই মডেল এতিয়া জলবায়ুৰ পূৰ্বাভাসৰ মডেলসমূহৰ প্ৰধান হাথিয়াৰ হৈছে । ইয়াৰ ১০ বছৰ পাছৰ গৱেষণাত বাতাবৰণ আৰু জলবায়ুৰ মাজত সংযোগ সাধন কৰিলে হেলছমানে ।

আনহাতে, পেৰিছিয়ে যিকোনো জটিল বযৱস্থাৰ মাজতে থকা এই সকলোবোৰ অনিয়ম, বিশৃংখলতা আৰু খাম-খেয়ালিৰ মাজত শৃংখলা বিচাৰি এইসমূহৰ মতি-গতি আগতীয়াকৈ বুজি উঠাৰ পথ দেখুৱাইছিল তেওঁৰ গাণিতিক মডেলত ।

উল্লেখ্য যে ন’বেল বঁটাৰ ধন এক কোটি ক্ৰোনাৰ অৰ্থাৎ ছুইডিছ মুদ্ৰাৰ আধা অংশ মানাবে আৰু হাছেলমানে লাভ কৰিছে তথা বাকী আধা লাভ কৰিছে পাৰিছিয়ে । উল্লেখ্য যে ১৯০১ত ন’বেল বঁটা প্ৰদানৰ আৰম্ভণিৰে পৰা এই পৰ্যন্ত ২১৮জনে পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰিছে । ইয়াৰ ভিতৰত মাত্ৰ চাৰিগৰাকী মহিলা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: George ParisiKlaus HasselmannNobel Prize 2021Syukuro Manabe
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d