Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home MarketOn&Off

Car Offer : বাম্পাৰ অফাৰ : উৎসৱৰ বতৰত ৰেহাইৰ বৰষুণ গাড়ীৰ বজাৰত

publisher by publisher
October 10, 2021
in Business, India, MarketOn&Off, News
Reading Time: 1 min read
0
Car Offer : বাম্পাৰ অফাৰ : উৎসৱৰ বতৰত ৰেহাইৰ বৰষুণ গাড়ীৰ বজাৰত
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

TATA : বিছলেৰি ক্ৰয় কৰিব টাটা-ই !

Air India : বৃহৎ চুক্তি ! তিনিশটা বিমান আবণ্টন দিয়াৰ সম্ভাৱনা এয়াৰ ইণ্ডিয়াৰ

টাটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সন্মান

উৎসৱৰ বতৰ আৰম্ভ হােৱাৰ লগে লগে গ্রাহকসকলক আকর্ষিত কৰিবলৈ বাহন কোম্পানীবােৰে বিভিন্ন অফাৰৰ স’তে নগদ ৰেহাই ঘােষণা কৰিছে। ইয়াৰ জৰিয়তে, কোম্পানীবােৰে তেওঁলােকৰ বিক্ৰী বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে।

ADVERTISEMENT

বহুকেইটা কোম্পানীয়ে নগদ ৰেহাই আগবঢ়াইছে। আনহাতে, আন কেতবােৰে এক্সচেঞ্জ বােনাচ আৰু কৰ্প’ৰেট ৰেহাই আগবঢ়াইছে। টাটা মটৰ্ছৰ দৰে কোম্পানীয়ে।গ্রাহকসকলক গাড়ী ক্ৰয়ৰ ওপৰত বিনামূলীয়া বীমা আৰু বর্ধিত ৱাৰেণ্টিৰ সুবিধাও আগবঢ়াইছে।

হুণ্ডাই : ন্যূনতম ১৫ হেজাৰ টকাৰ পৰা ১.৫০ লাখ টকালৈকে ৰেহাই ঘােষণা কৰিছে এই কোম্পানীটোৱে। কোম্পানীটোৱে গ্লেণ্ড আই-১০ নিওচ আৰু হুণ্ডাই অ’ৰাত নগদ ৰেহাই, এক্সচেঞ্জ বােনাছ আৰু কৰ্প’ৰেট ৰেহাইৰ স’তে ৫০ হেজাৰ টকালৈকে ৰেহাই আগবঢ়াইছে।

আনহাতে, চেন্ট্রো আৰু আই-২০ দৰে গাড়ী ক্রয় কৰা গ্রাহকক ৪০ হেজাৰ টকালৈকে ৰেহাই প্রদান। কৰি আছে হুণ্ডাইয়ে। চেট্টো, গ্লেণ্ড আই-১০ নিওচ আৰু অ’ৰাৰ চিএনজি প্রকাৰতাে ১৫ হেজাৰ টকা পর্যন্ত এক্সচেঞ্জ অফাৰৰ লগতে কৰ্প’ৰেট ৰেহাই পাব পাৰে গ্রাহকে।

হােণ্ডা : উৎসৱৰ বতৰৰ প্রতি লক্ষ্য ৰাখি কোম্পানীটোৱে ইয়াৰ বিভিন্ন গাড়ীত ১৮ হেজাৰ টকাৰ পৰা ৫৩ হেজাৰ টকালৈকে ৰেহাই আগবঢ়াইছে। এই সময়ত যদি আপুনি হােণ্ডাৰ এমেজ (২০২১) গাড়ীখন ক্রয় কৰে,আপুনি লয়েলটি বােনাচ, এক্সচেঞ্জ অফাৰ আৰু কৰ্পৰেট ৰেহাইৰ স’তে ১৮ হেজাৰ টকালৈকে লাভ কৰিব পাৰে। হােণ্ডা চিটিৰ জেড জেনেছেনতাে ৫৩,৫০৫ টকা আৰু লগতে ৱাই জেনেৰেছনত ২২ হেজাৰ টকালৈকে ৰেহাই দি থকা হৈছে। কোম্পানীটোৱে ডব্লিউআৰভিত ৪০ হেজাৰ টকা আৰু জেজত ৪৫,৯০০ টকালৈকে ৰেহাই আগবঢ়াইছে।

টাটা : পূজাৰ বতৰত গ্ৰাহকক নগদ ৰেহাইৰ স’তে বিনামূলীয়া বীমাৰ সুবিধা দিছে এই কোম্পানীটোৱে। এই অফাৰৰ আওতাত নিয়ন, টিয়েগাে, টিগৰ আৰু হেৰিয়াৰৰ দৰে গাড়ীত নগদ ৰেহাই, এক্সচেঞ্জ বােনাছ, বিনামূলীয়া বীমা আৰু সম্প্রসাৰিত ৱাৰেন্টি আগবঢ়াইছে। তাৰ উপৰি টাটা টিয়েগােৰ বিভিন্ন সংস্কৰণত ২৩ হেজাৰ টকাৰ পৰা ২৮ হেজাৰ টকালৈ অতিৰিক্ত ৰেহাই প্রদান কৰিছে। ইফালে টিগৰৰ পেট্রল ভেৰিয়েন্টত ২৮ হেজাৰ টকাৰ ৰেহাই দিছে। টাটাই নিয়নৰ পেট্রল ভেৰিয়েন্টত তিনি হেজাৰ টকা আৰু ডিজেল ভেৰিয়েণ্টত এক্সচেঞ্জ বােনাছ আৰু কৰ্প’ৰেট ৰেহাইৰ স’তে মুঠ ২০ হেজাৰ টকা ৰেহাই দিছে। কোম্পানীটোৱে ইয়াৰ ই-কাৰ টাটা নিয়ন ইভিতাে ১৩ হেজাৰ টকাৰ ৰেহাই আগবঢ়াইছে।

মাৰুতি : এছ-ক্ৰছত সর্বাধিক ৰেহাই ঘােষণা কৰিছে মাতিয়ে। উৎসৱৰ বতৰত বিক্ৰী কৰাৰ বাবে, কোম্পানীটোৱে বালেনােৰ বিভিন্ন সংস্কৰণত এক্সচেঞ্জ বােনাছ, নগদ ধন আৰু কৰ্প’ৰেট ৰেহাইসহ মুঠ ২৭ হেজাৰ টকালৈ ৰেহাই আগবঢ়াইছে। ইগনিছৰ বিভিন্ন সংস্কৰণত ১২,৫০০ টকাৰ পৰা ১৭,৫০০ টকালৈকে ৰেহাই পাব এইবাৰ গ্রাহকে। আনহাতে, এছ-ক্ৰছ আৰু ইয়াৰ বার্ষিকী সংস্কৰণত ৪৫ হেজাৰ টকালৈকে ৰেহাই দি আছে মাতিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HundaHyundai CarMarutiTata
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d