Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Scam : ঋণ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ প্রাক্তন এছবিআই কৰ্মচাৰী

publisher by publisher
November 2, 2021
in India, News
Reading Time: 1 min read
0
Scam : ঋণ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ প্রাক্তন এছবিআই কৰ্মচাৰী
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:বেংক কৰ্মচাৰীৰ কৰ্মদিন সপ্তাহত পাঁচদিন কৰাৰ দাবীত দেশজুৰি ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নছৰ প্ৰতিবাদ কাৰ্যসূচী

পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 

এছবিআইৰ এটিএম ব্যৱহাৰৰ নিয়ম হ’ল সলনি 

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্রাক্তন প্ৰধান প্রতীপ চৌধুৰীক ঋণ কেলেংকাৰীৰ অভিযোগেত আজি তেওঁৰ দিল্লীৰ বাসভৱনৰ পৰা গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে । তেওঁক ১৪ দিনৰ বাবে কাৰাবাস দিয়া হৈছে ।

ADVERTISEMENT

এটা বেচৰকাৰী সংস্থা জয়ছলমেঢ়ত হোটেল তৈয়াৰ কৰিবৰ বাবে ২০০৮ ত এছবিআই-ৰ পৰা ২৪ কোটি টাকা ঋণ লৈছিল । প্রতীপৰ বিৰুদ্ধে অভিযোগ, ঋণ পৰিশোধ কৰিব নোৱাৰাত সেই সংস্থাৰ বাজেয়াপ্ত ২০০ কোটি টকাৰ সম্পত্তি তেওঁ ২৫ কোটি টকাত বিক্রী কৰাৰ সিদ্ধান্ত লৈছিল ।

প্রতীপ চৌধুৰীৰ গ্রেপ্তাৰৰ পাছত ষ্টেট বেংক অৱ ইণ্ডিয়াই জনাইছে, জয়ছলমেঢ়ত হোটেল তৈয়াৰ কৰিবৰ বাবে ২০০৭ত সংস্থাটোক ঋণ দিছিল তেওঁলোকে । কিন্তু তিনি বছৰ ধৰি হোটেলটো তৈয়াৰ কৰা নাই সংস্থাটোৱে । ২০১০ত সংস্থাৰ মালিকৰ মৃত্যু হয় । পাছত ২০১০ৰ জুনত সেই ঋণ এনপিএ-ত পৰিণত হৈছিল । বেংকৰ তৰফৰ পৰা বহু চেষ্টা কৰিও প্রকল্পটো শেষ কৰা সম্ভৱ নহয় বুলি জনাইছে ষ্টেট বেংক অৱ ইণ্ডিয়াই । পাছত ২০১৪ত এলকেমিষ্ট এছেট ৰিকনষ্ট্ৰাকছন কোম্পানিক (এআৰচি) সেই সম্পত্তি বিক্রীৰ সিদ্ধান্ত লৈছিল । এই সম্পত্তি বিক্রীৰ এবছৰ আগতে, ২০১৩ত ষ্টেট বেংকৰ পৰা অৱসৰ লৈছিল প্রতীপে । ২০১৪ত তেওঁ এআৰচি-ত যোগ দিয়ে । এক সংবাদপত্রৰ দাবী, ২০১৭ত বজাৰত সেই সম্পত্তিৰ মূল্য আছিল ১৬০ কোটি টকা । কম মূল্যত সম্পত্তি বিক্রীৰ অভিযোগ উত্থাপন কৰি বেচৰকাৰী সংস্থাটো আদালতৰ দ্বাৰস্থ হৈছিল ।

প্রতীপ চৌধুৰীৰ গ্রেপ্তাৰীক লৈ বিভিন্ন মহলত প্রশ্নও উত্থাপন হৈছে । ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্রাক্তন প্ৰধান ৰজনীশ কুমাৰে আজি এই গ্রেপ্তাৰীক ‘উদ্দেশ্যপ্রণোদিত পদক্ষেপ’ আখ্যা দিছে । তেওঁ কয়, ‘‘সম্পত্তি বিক্রী সন্দৰ্ভত ৰিজার্ভ বেংকৰ নির্দিষ্ট নিয়ম আছে । কেনেদৰে দুর্নীতিৰ প্রশ্ন উত্থাপন হৈছে ?’’

কোনো জাননী তথা চমন অবিহনে প্রতীপ চৌধুৰীক কেনেদৰে গ্রেপ্তাৰ কৰা হ’ল, তাক লৈও প্রশ্ন উত্থাপন কৰিছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্রাপ্ত এগৰাকী শীর্ষস্থানীয় বিষয়াই । ষ্টেট বেংকৰ এগৰাকী প্রাক্তন কৰ্মচাৰীৰ দাবী, আইনী প্রক্রিয়া অনুসৰি গ্রেপ্তাৰ কৰা হোৱা নাই প্রতীপক । ষ্টেট বেংক অৱ ইণ্ডিয়াই জনাইছে, নিয়ম মানিয়ে সম্পত্তি বিক্রী কৰা হৈছে । অৱশ্যে বিষয়টো সন্দৰ্ভত তদন্তকাৰী সংস্থাক সকলো ধৰণৰ সহযোগিতা কৰাৰ আশ্বাস দিছে বেংকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Pratip ChaudhuriSBI
publisher

publisher

Related Posts

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d