Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চীনৰ বেদখল স্বীকাৰ কৰি সষ্টম দিল্লী

এনে আগ্ৰাসন কেতিয়াও মানি লোৱা নহ'বঃ বৈদেশিক মন্ত্ৰণালয়

publisher by publisher
November 12, 2021
in India, International, News
Reading Time: 1 min read
0
চীনৰ বেদখল স্বীকাৰ কৰি সষ্টম দিল্লী
2
SHARES
19
VIEWS
ShareShareShareShare

অৰুণাচল প্ৰদেশত ভাৰতৰ ভূমিত চীনা গাঁও স্থাপন সম্পৰ্কীয় মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰৰ প্ৰতিবেদনৰ পাছত দশকৰ পাছত দশক ধৰি ভাৰতীয় ভূমি অবৈধভাৱে দখল কৰা বুলি ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে স্বীকাৰ কৰিলেও একে সময়তে ইয়াক মানি লোৱা নহ’ব বুলি বেইজিঙক সকীয়াই দিছে । অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ ভূমিত চীনে বৃহৎ গাঁও স্থাপন কৰা বুলি শেহতীয়াভাৱে মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ADVERTISEMENT

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগ‌্‌‌চীয়ে আজি এই সম্পৰ্কত কয়, ‘চীনে বিগত কে’বা বছৰ ধৰি সীমান্ত সংলগ্ন অঞ্চলত নিৰ্মাণ কাৰ্য চলাই আহিছে । বিগত কে’বা দশক ধৰি চীনে অবৈধভাৱে দখল কৰি ৰখা ভাৰতৰ ভূমিতো নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । আমাৰ ভূমি এইদৰে বেদখল কৰা কাৰ্য ভাৰতে কেতিয়াও মানি লোৱা নাই । তদুপৰি চীনৰ অভিযুক্তৰ দাবীকো ভাৰতে গ্ৰহণ কৰা নাই ।’

RelatedPosts

পিতৃৰ স’তে ১.৫ কোটিটকীয়া মার্চিডিজ গাড়ী কৰিলে কবৰস্থ

যিমান বেতন সিমান কাম: পাঁচ ঘণ্টা শুই থাকিল কর্মস্থলীত

দাঁতৰে গাজৰত কামুৰি সৃষ্টি কৰিলে বহু অনুপম ভাস্কর্য

তেওঁ কয় যে ভাৰতে এনে অসন্তুষ্টিৰ বাৰ্তা সদায় বেইজিঙক দি আহিছে । বিগত বহু বছৰ ধৰি সীমান্ত অঞ্চলত চীনৰ নিৰ্মাণ কাৰ্যক লৈ ভাৰত সতৰ্ক হৈ থকাটো বাগ্‌চীৰ বক্তব্যত প্ৰকাশ পাইছে । তেওঁ কয় যে দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হ’ব পৰা সকলো ধৰণৰ কাৰ্যকলাপৰ প্ৰতি ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখে আৰু ভৌগোলিক অখণ্ডতা তথা সংহতিৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে । বাগ্‌চীয়ে কয় যে ভাৰতেও চীনৰ সংলগ্ন সীমান্তত নিজ ভূমিত পথ-দলং আদিৰ দৰে আন্তঃগাথঁনি নিৰ্মাণ কাৰ্য অধিক দ্ৰুত কৰিছে ।

উল্লেখ্য যে ভাৰতৰ ভূমিত অবৈধভাৱে দখল কৰি চীনা গাঁও স্থাপনেৰে সামৰিক কাৰ্যকলাপ অব্যাহত ৰখা সম্পৰ্কীয় মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ বাৰ্ষিক প্ৰতিবেদনত শেহতীয়াভাৱে প্ৰকাশ পোৱা অনুসৰি অৰুণাচলৰ ভূমিত চীনে কমেও এশটা বাসগৃহ নিৰ্মাণ কৰি গাঁও সাজিছে । চীনা সেনাই কৰিছে এই নিৰ্মাণ কাৰ্য । ভাৰত-চীনৰ সীমান্ত উত্তেজনাক লৈ মাৰ্কিন চৰকাৰৰ ধাৰণা সম্পৰ্কীয় ব্যাখ্যা আগবঢ়োৱা সময়ত এই তথ্য দাঙি ধৰে মাৰ্কিন প্ৰতিৰক্ষা বিভাগে । ভাৰত আৰু চীনৰ মাজত সীমান্তৰ অচলাৱস্থা সন্দৰ্ভত এই প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ২০২০ত চীনে এশটা ঘৰ থকা বৃহৎ গাঁও বিতৰ্কিত ভূমিত নিৰ্মাণ কৰিছে ।

চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চল আৰু ভাৰতৰ অৰুণাচল প্ৰদেশৰ মাজৰ বিবদমান অঞ্চলত চীনে এই ঘৰসমূহ সাজিছে বুলিও প্ৰতিবেদনত কোৱা হয় । বাগ্‌চীয়ে কয় যে মাৰ্কিন প্ৰতিবেদনত ভাৰত-চীন সীমান্ত অঞ্চলত চীনৰ দিশত চুবুৰীয়া ৰাষ্ট্ৰখনে কৰি থকা নিৰ্মাণ কাৰ্যৰ কথাও উল্লেখ কৰা হৈছে । বিশেষকৈ পূব খণ্ডত এই নিৰ্মাণ কাৰ্য কৰিছে চীনে । বিগত বৰ্ষত সংবাদ মাধ্যমত এই সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ পাইছিল বুলিও তেওঁ কয় । ভাৰত-চীন সীমান্তৰ অচলাৱস্থা সম্পৰ্কীয় অধ্যায়ত এই কথা উল্লেখ কৰিছে মাৰ্কিন প্ৰতিৰক্ষা বিভাগে ।

উল্লেখ্য যে ভাৰতীয় ভূখণ্ডত চীনে নতুন গাঁও স্থাপনৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে । মেকমোহন ৰেখাৰ দক্ষিণত ভাৰতৰ ভূখণ্ডত চীনৰ এই নিৰ্মাণ কাৰ্যৰ অৱস্থিতি অঞ্চলটোৰ পৰা সংগৃহীত ছেটেলাইট ছবিত দেখা গৈছে । এই গাঁওখন নিৰ্মাণ কৰা হৈছে ছাৰি চু নৈৰ পাৰত । অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ এই ভূমিত বিগত এটা দশকৰ অধিক কাল ধৰি চীনে এটা সৰু সামৰিক চকী স্থাপন কৰে । ইয়াৰ পাছতে ২০২০ত নাটকীয়ভাৱে পৰিস্থিতি সলনি হয় আৰু চীনে অঞ্চলটোত এখন পূৰ্ণাংগ গাঁও স্থাপন কৰে । ভাৰতৰ ভূমিত আনকি চীনে পথ সাজিবলৈ প্ৰস্তুতি লয় ।

মাৰ্কিন প্ৰতিবেদনত কোৱা হৈছে যে সীমান্ত উত্তেজনা হ্ৰাস কৰিবলৈ কূটনৈতিক আৰু সামৰিক পৰ্যায়ত আলোচনাৰ পাছতো চীনে নিয়ন্ত্ৰণ ৰেখাৰ ওপৰতে দাবী সাব্যস্ত কৰিবলৈ এৰা নাই । ছিকিম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত ভাৰতৰ ভূমিত বসতি স্থাপন কৰিবলৈ চীনে পৰিকল্পনা ৰচিছে । তিব্বত অঞ্চলত আন্তঃগাথঁনি উন্নয়ন বহু কোটিটকীয়া ডলাৰৰ অংশৰূপে এই পৰিকল্পনা কৰা হৈছে । ইয়াৰ ভিতৰত আছে সীমান্তৰ চহৰসমূহত বৃহৎ পথ নিৰ্মাণ, ৰেল আন্তঃগাথঁনি সম্প্ৰসাৰণ আৰু অঞ্চলটোত কমেও ছশখন গাঁও স্থাপন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ARUNACHAL PRADESHChina
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d