Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিপুক চাহ বাগিচাত জৰাজীৰ্ণ শ্ৰমিক কোৱাটাৰ, বৰষুণ আহিলেই আতংক

    একেৰাহে ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমালয়ৰ বিস্তীৰ্ণ অঞ্চল

    সাৱধান! আশ্চৰ্যকৰভাৱে শান্ত হৈছে আটলান্টিক

    জুবিন দিৱসৰ দ্বিতীয় দিনাও জুবিনক্ষেত্ৰত ব্যাপক জনসমাগম

    সংগিনীৰ সন্ধানত অনাহাৰে চাৰি হেজাৰ কিলোমিটাৰ অতিক্রম

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    অসমত ৰেপিড ৰে’লৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

নেপালৰ জলপ্ৰলয়ৰ পাছত অসম-অৰুণাচলত উদ্বিগ্নতা বৃদ্ধি, তিব্বতৰ অতি ভূমিকম্পপ্ৰৱণ মেডোগ অঞ্চলত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণ চুবুৰীয়া ৰাষ্ট্ৰৰ, স্বদেশৰে বিশেষজ্ঞই বিপদ আঙুলিয়াই দিয়াৰ পাছতো গা লৰা নাই বেইজিঙৰ

publisher by publisher
August 28, 2026
in Uncategorized
Reading Time: 1 min read
0
China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Supreme court:আশ্রয় শিবিৰত মৃত্যুমুখত পৰা ৬৪০ জনৰ মাথোঁ ২০ জনৰহে মৰণোত্তৰ পৰীক্ষা

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Dergaon Thana::থানাৰ পৰা বাহন উলিয়াই দিয়াৰ নামত উৎকোচ

China’s largest dam at source of the Brahmaputra :

:নেপালৰ পাছত এইবাৰ অসম আৰু অৰুণাচল প্ৰদেশৰ পাল! বুধবাৰে উদ্ভৱ হোৱা নেপালৰ জলপ্ৰলয়ৰ ছবি দেখাৰ পাছত নেপাল সম্প্ৰতি অসম আৰু অৰুণাচল প্ৰদেশৰ জনতাই প্রমাদ গণিছে। নদীবান্ধ ভাঙি প্রলয় সৃষ্টি হোৱাৰ কথা কেৱল বিদ্যায়তনিক অধ্যয়নৰহে বিষয় বস্তু বুলি ধাৰণা কৰা সকলেও নেপালৰ এই বিপৰ্যয়ৰ পাছত স্থিতি সলনি কৰিছে। কাৰণ হৈছে চীনে ব্ৰহ্মপুত্ৰৰ উৎসস্থলী তিব্বতৰ মেডোগ অঞ্চলত বিশ্বৰে সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প নির্মাণ কৰি আছে।

ADVERTISEMENT

উল্লেখ্য যে তিব্বতত ব্রহ্মপুত্রক য়ার্লং চাংপো বুলি জনা যায়। ২০৩৩ৰ পৰা প্রকাণ্ড ৰাক্ষস সদৃশ এই প্রকল্পত চীনে ৬০ হেজাৰ মেগাবাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে।ভূতত্ত্ববিদসকলৰ মতে তিব্বতৰ মেডোগ অঞ্চল হৈছে বিশ্বৰে অত্যন্ত ভূমিকম্পপ্রৱণ অঞ্চল। সক্রিয় ভূকম্পন চ্যুতি ৰেখাৰ ওপৰত অবস্থিত এই অঞ্চলত সততে বান্ধ ভাঙি পৰাৰ আশংকা আছে। উল্লেখ্য যে এক-ডেৰ বছৰ পূৰ্বে চীনৰ অসম আৰু অৰুণাচল প্রদেশ ধ্বংসৰ এই আঁচনি পোহৰলৈ আহে যদিও বহুতে বিষয়টোক লৈ গুৰুত্ব আৰোপ কৰা নাছিল।

বুধবাৰৰ নেপালক ধ্বংসস্তূপত পৰিণত কৰা ভয়াৱহ বানৰ পাছতহে বিষয়টোৰ প্ৰতি এইসকলে গুৰুত্ব দিছে। লক্ষ্যণীয়ভাবে যোৱা বানত এই বান্ধ ভাঙি পৰাৰ আশংকা স্বয়ং চীনা চৰকাৰী ভূতাত্ত্বিকবিদসকলেও কৰিছিল। এনে অৱস্থাতে নেপাল ভয়ংকৰ জলপ্রলয়ত পৰিছে। অৰুণাচল প্ৰদেশ সীমান্তৰ পৰা মাথোঁ ৫০ কিলোমিটাৰ নিলগত চীনে নির্মাণ কৰা এই দৈত্যকায় বান্ধক ভাৰতীয় বিশেষজ্ঞসকলে জলবোমা ৰূপেও অভিহিত কৰিছে।

উল্লেখ্য যে এই বান্ধ ভাঙি পৰিলে অসম বা অৰুণাচল প্রদেশত প্রৱল বান সৃষ্টিৰ আশংকাই বিশেষজ্ঞসকলে কৰা নাই। এই বান্ধৰ জৰিয়তে চীনে ব্ৰহ্মপুত্ৰৰ পানী সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ লক্ষ্য লোৱা বুলিও ভাৰতীয় বিশেষজ্ঞসকলে আশংকা কৰিছে। আনহাতে, বান্ধটো ভাঙি পৰিলে অসম আৰু অৰুণাচল প্ৰদেশত নেপালতকৈও ভয়াৱহ বান সৃষ্টিৰ আশংকা কৰিছে বিশেষজ্ঞসকলে। একেদৰে বহু সময়ত চীনে ব্ৰহ্মপুত্ৰৰ পানী ধৰি ৰাখি অসম-অৰুণাচল প্রদেশ তথা বাংলাদেশক মৰুভূমিত পৰিণত কৰাৰো আশংকা আছে।

কাজেই এই দৈত্যকায় বান্ধক লৈ ভাৰত আৰু চীনৰ মাজত আগন্তুক সময়ত সম্পৰ্কৰ অৱনতি ঘটাৰো আশংকা আছে। কাৰণ নেপালৰ জলপ্ৰলয়ৰ পাছত চীনৰ এই দৈত্যকায় বান্ধ নিৰ্মাণৰ বিষয়টোক অধিক গুৰুত্ব সহকাৰে নতুন দিল্লীয়ে গ্ৰহণ কৰা বুলি উচ্চস্তৰীয় চৰকাৰী সূত্রই প্রকাশ কৰিছে। গতিকে আগন্তুক সময়ত ভাৰতে এই বান্ধ নিৰ্মাণৰ প্ৰবল বিৰোধিতা কৰাৰ সম্ভাৱনা প্রকট হৈছে। উল্লেখ্য যে একাংশই নেপালৰ শেহতীয়া জল প্ৰলয়ৰ কাৰণ এটা ৪.৪ প্রাবল্যৰ ভূমিকম্প বুলি দাবী

কৰিলেও মার্কিন ভূতাত্ত্বিক জৰীপৰ মতে দেশখনৰ এই বিধ্বংসী প্রাকৃতিক দুৰ্যোগৰ কাৰণ হিমবাহ ভাঙি পৰাটো। এই সম্পর্কত মার্কিন ভূতাত্ত্বিক জৰীপৰ মুৰব্বী ডেনিয়েল ছুগাৰে কয়, ‘দুহেজাৰ ফুট উচ্চতাৰ বৰফৰ এটা বিশাল খণ্ড হিমবাহৰ অংশৰ পৰা বিচ্ছিন্ন হৈ ভোটেকোশী নৈত পানীৰ পৰিমাণ সাংঘাতিক ধৰণে বৃদ্ধি কৰাত এই ভয়াৱহ বান্ধৰ সৃষ্টি হয়।’ গতিকে নেপালৰ জলপ্ৰলয়ৰ আঁৰত তিব্বতত চীনৰ বান্ধ নিৰ্মাণৰ বিষয়টোও আওকাণ কৰিব নোৱাৰি। ইতিমধ্যে নেপালৰ এজন বিশিষ্ট সাংবাদিকে অভিযোগ উত্থাপন কৰিছে যে আগতীয়াকৈ জলপ্ৰলয়ৰ সংকেত পায়ো চীনে নেপালক এই বিষয়ে নজনোৱাত দেশখনত সাম্প্রতিক বানত জন-ধনৰ ক্ষয়-ক্ষতি বিস্তৰ হয়।

উল্লেখ্য যে নতুন দিল্লীয়ে ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত চীনৰ দ্বাৰা দৈত্যকায় বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি আহিছে যদিও বেইজিঙে বিষয়টো লঘু কৰি আহিছে। আনকি এই বান্ধ পৰিৱেশ ৰক্ষাৰ বাবে নিৰ্মাণ কৰা হৈছে বুলিও বেইজিঙে আজর যুক্তি প্ৰদৰ্শন কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArunachalAssambig breking newsChinadanger damInternational Newslargest damlatest newsNepalsource of Brahmaputra
publisher

publisher

Related Posts

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা
Uncategorized

September 17, 2026
Nagaon Bypolls: নগাঁও লোকসভাৰ উপ- নিৰ্বাচন , পাঁচ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
Assam

September 16, 2026
Assam

September 15, 2026
ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ
Uncategorized

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

September 11, 2026
অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d