Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

‘তুমি মালালা’ৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত খ্যাতি অৰ্জন অসমৰ দুই কিশোৰীৰ

অভিনেত্ৰী অংশ্ৰুতা- হৰ্ষিতাক কলাক্ষেত্ৰত নতুন ৰংমেলাৰ সম্বৰ্দ্ধনা

publisher by publisher
November 21, 2021
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
‘তুমি মালালা’ৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত খ্যাতি অৰ্জন অসমৰ দুই কিশোৰীৰ
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিছে অসমীয়া ছবি ‘তুমি মালালাʼ, পাঁচ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত বিশেষ সন্মান

নতুনকৈ স্থাপন বশিষ্ঠৰ শ্মশান : উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

শিশু দিৱসৰ দিনাই অসমৰ চলচ্চিত্ৰ জগতলৈ গৌৰৱ কঢ়িয়াই অনা দুই কিশোৰী অভিনেত্ৰী ক্ৰমে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক দেওবাৰে ৰংমেলা শিশু সমাজে উষ্ম সম্ভাষণ জনায় । কলাত্মক ছবি ‘তুমি মালালাʼত কৰা সাৱলীল অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা এই দুই কিশোৰীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগনত আয়োজিত ৰংমেলা শিশু সমাজৰ উনবিংশতম বাৰ্ষিক অধিবেশনৰ ৰাজহুৱা সভাত নতুন ৰংমেলাৰ সম্পাদক তথা শিশু সমাজৰ অধ্যক্ষ অৰুণ ভাগৱতীয়ে আদৰ-সম্ভাষণ জনায় ।

ADVERTISEMENT

গল্পকাৰ তথা সাহিত্যক অভিজিৎ শৰ্মা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশ্ৰুতা-হৰ্ষিতাক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰি দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে অৰুণ ভাগৱতী আৰু শিশু সমাজে । এনে মৰম-সম্ভাষণ গ্ৰহণ কৰি দিছপুৰৰ আনন্দ একাডেমীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী অংশ্ৰুতা কাশ্যপে কয়, ‘পৰিচালক ৰূপক গগৈ, চিত্ৰনাট্যকাৰ অভিস্কা ফুকনে বিচৰা দৰে মই অভিনয় কৰিছিলো আৰু তেওঁলোকে আশা কৰিছিল মই কিবা এটা পুৰস্কাৰ পাম । ৰূপক ছাৰ, অভিস্কা মেমৰ আশা পূৰণ কৰিবলৈ পাই ভাল লাগিছে । মোৰ লগতে মা-দেউতায়ো বহুত কষ্ট কৰিছে । মোৰ এই সন্মান সকলোৰে কষ্টৰ ফল ।ʼ ছবিগৃহলৈ ‘তুমি মালালা’ আহিলে সকলোকে চাবলৈকো আহ্বান জনায় অংশ্ৰুতা কাশ্যপে ।

উল্লেখ্য যে, জীৱনৰ প্ৰথমখন পূৰ্ণাংগ ছবিত অভিনয় কৰিয়েই সফলতাৰ বাটত খোজ দিয়া অংশ্ৰুতা প্ৰথম শ্ৰেণীৰ পৰাই অভিনয়ৰ স’তে জড়িত । ইতিমধ্যে কে’বাটাও বিজ্ঞাপন আৰু ভিডিঅ’ গীতটো অভিনয় কৰিছে অংশ্ৰুতা ওৰফে মুনমুনে । তেওঁ জ্যেষ্ঠ সাংবাদিক জোনজ্যোতি দত্তবৰা , ববী দত্তবৰাৰ একমাত্ৰ কন্যা । অংশ্ৰুতা কাশ্যপৰ এই সাফল্যত জন্মস্থান যোৰহাট জিলাৰ বাঘমৰা আৰু অশয়বাৰীতো আনন্দৰ বন্যা বয় ।

উল্লেখ্য যে, ৰূপক গগৈৰ পৰিচালিত আৰু ড: সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ‘তুমি মালালাʼ। অলপতে দিল্লীত অনুষ্ঠিত ১৫তম আন্তঃৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালাʼৰ দুই অভিনেত্ৰী অংশ্ৰুতা কাশ্যপ আৰু হৰ্ষিতা ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান । ছবিখনত সাৱলীল অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক দেশ বিদেশৰ শতাধিক ছবিৰ অভিনেত্ৰীৰ মাজৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে বিচাৰক মণ্ডলীয়ে ।

‘তুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, NRC সৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু জীৱন সংগ্ৰামক লৈয়ে এই ছবি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sanjive NarainYou are my Malala
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d