Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Farmers : মহাপঞ্চায়তত কৃষক; লক্ষ্য প্রধানমন্ত্রী

publisher by publisher
November 23, 2021
in India, News
Reading Time: 1 min read
0
Farmers : মহাপঞ্চায়তত কৃষক; লক্ষ্য প্রধানমন্ত্রী
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

লক্ষ্ণৌৰ মহাপঞ্চায়তৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীক আজি তীক্ষ্ণ ভাষাত গৰিহণা দিলে কৃষক সংগঠনসমূহে । তেওঁলোকৰ অভিযোগ, কৃষকসকলৰ মাজত বিভেদ অনাৰ চেষ্টা চলাইছে প্ৰধানমন্ত্ৰী মোদীয়ে । শস্যৰ ন্যূনতম সহায়ক মূল্যৰ (এমএছপি) আইনী নিশ্চয়তাসহ আৰু কিছু দাবী উত্থাপন কৰি আন্দোলন অব্যাহত ৰখাৰ সকীয়নী দিছে কৃষক নেতাসকলে ।

ADVERTISEMENT

উত্তৰ প্রদেশত নিৰ্বাচনৰ আগত সংযুক্ত কিষাণ মর্চাৰ মহাপঞ্চায়তত আজি ব্যাপক জনসমাগম হৈছে । সেই মঞ্চত ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকায়তে প্রধানমন্ত্রীক কটাক্ষ কৰি কয়, ‘‘তেওঁলোকে এবছৰ পাছতহে বুজিলে এই আইনসমূহ জনস্বার্থ বিৰোধী । ফলত কৃষি আইনসমূহ প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে । এইটো চৰকাৰৰ সঠিক সিদ্ধান্ত । কিন্তু এই ঘোষণাৰ সময়ত (মোদী) যুক্তি দিছে, আইনসমূহক লৈ কিছুসংখ্যক মানুহক বুজাব পৰা নাই । আমিয়েই সেই কিছু মানুহ । প্ৰকৃততে এইবোৰ কৈ কৃষকসকলৰ মাজত বিভাজনৰ চেষ্টা কৰা হৈছে ।’’

টিকায়তৰ দাবী, শস্যৰ ন্যূনতম সহায়ক মূল্যৰ আইনী নিশ্চয়তাৰ প্রস্তাৱ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে‌‌ যি কমিটীৰ হাতত তুলি দিছিল, তাৰ নেতৃত্বত আছিল গুজৰাটৰ তৎকালীন মুখ্যমন্ত্রী নৰেন্দ্র মোদী । টিকায়তে কয়, ‘‘মোদীয়ে এতিয়া দেশৰ আগত স্পষ্ট উত্তৰ দিব লাগিব তেওঁ এই কমিটীৰ প্রস্তাৱবোৰ মানি ল’ব নে নাই ।’’ কৃষক নেতাজনে কয়, ‘‘কমিটীৰ প্ৰতিবেদন প্রধানমন্ত্রীৰ দপ্তৰতেই পৰি আছে । নতুন কোনো কমিটী গঠন কৰাৰ প্রয়োজন নাই । মানুহৰ ইমান সময়ো নাই ।’’ লগতে প্রধানমন্ত্রীক কটাক্ষ কৰি টিকায়তৰ মন্তব্য, ‘‘দেশবাসীৰ আগত কোনোবাই ক্ষমা বিচাৰিলে কৃষকসকলে শস্যৰ ন্যায্য মূল্য লাভ নকৰে । চৰকাৰৰ সঠিক নীতিৰ ফলতেই সেইটো সময়ভৱ হ’ব ।’’

লক্ষ্ণৌৰ মহাপঞ্চায়তৰ পৰা কৃষক সংগঠনৰ নেতাসকলে জনাইছে, তেওঁলোকৰ দাবী নামানিলে আন্দোলন অব্যাহত থাকিব । এই দাবীসমূহ হ’ল — কৃষিৰ মুঠ খৰচৰ ডেৰগুণ এমএছপি-ৰ বাবে আইনী নিশ্চয়তা, বিদ্যুৎ আইনৰ সংশোধনী বিল প্রত্যাহাৰ, নৰা জ্বলোৱা আইনৰ পৰা কৃষকসকলৰ শাস্তি-জৰিমনাৰ ব্যৱস্থা প্রত্যাহাৰ, আন্দোলনৰ ফলত বিভিন্ন ৰাজ্যত কৃষকসকলৰ ওপৰত কৰা গোচৰ প্ৰত্যাহাৰ, মৃত কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ আৰু লখিমপুৰ খেৰি কাণ্ডত কেন্দ্রীয় মন্ত্রী অজয় মিশ্রৰ পদত্যাগ ।

টিকায়তে কয়, ‘‘আমি পিছুৱাই নাযাওঁ । চৰকাৰে সংঘর্ষ বিৰতিৰ কথা ঘোষণা কৰিছে, কৃষকসকলে কৰা নাই । কৃষি আইনৰ উপৰিও আমাৰ অন্য দাবী আছে ।’’ নাম উল্লেখ নকৰাকৈ প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি তেওঁ কয়, ‘‘তেওঁলোকক বুজিবলৈ এবছৰ সময় লাগিল । আমি নিজৰ ভাষাত কথা ক‌ওঁ । কিন্তু দিল্লীত বিলাসবহুল বাংলোত বহি থকা সকল, তেওঁলোকৰ ভাষা পৃথক ।’’

দেশৰ মানুহক কৃষক আন্দোলনত সহযোগ কৰাৰ আহ্বান জনাই টিকায়তে কয়, ‘‘তেওঁলোকে হিন্দু-মুছলিম, হিন্দু-শিখ, জিন্নাৰ কথা কৈ আপোনালোকক একত্ৰিত কৰি ৰাখিব আৰু দেশখনক বিক্রী কৰি দিব ।’’ লক্ষ্ণৌৰ মহাপঞ্চায়তত লখিমপুৰ খেৰিত নিহত কৃষক পৰিয়ালৰ সদস্যসকলো উপস্থিত আছিল ।

লক্ষ্ণৌৰ সভাত সংযুক্ত কিষাণ মর্চাৰ নেতাসকলে মোদী চৰকাৰক সকীয়নী দিয়া সময়ত দিল্লীত কৃষি আইনক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত কমিটীৰ সদস্য অনিল জে ঘনৱতে জনায়, আইনী বিষয় পৰ্যবেক্ষণ কৰাৰ পাছতহে তেওঁ সিদ্ধান্ত ল’ব প্ৰতিবেদন প্রকাশ কৰিব নে নাই । সংবাদ সংস্থাৰ আগত ঘনৱতে আজি দাবী কৰে, কমিটীৰ বাকী দুই সদস্য, অশোক গুলাটী আৰু প্রমোদকুমাৰ জোশীয়ে এই বিষয়ত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব তেওঁৰ ওপৰতেই এৰি দিছে । অৱশ্যে এই বিষয়ত বাকী সদস্যসকলৰ প্রতিক্রিয়া পোৱা নাই । প্ৰতীবেদনটো প্রকাশ কৰাৰ আবেদন জনাই ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশক পত্ৰ লিখিছিল ঘনৱতে । কিন্তু এই পর্যন্ত কমিটীৰ প্ৰতিবেদন প্রকাশ্যত অহা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Farmers LawNarendra ModiUttarpradesh
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d