Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উলনিত কম্বাইন হার্ভেষ্টাৰৰ চালকৰ আসনত কৃষি মন্ত্রী অতুল বৰা

publisher by publisher
November 30, 2021
in Assam, India, News
Reading Time: 1 min read
0
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

বােকাখাত মহকুমাৰ বৰপাক গাঁৱৰ পথাৰত ইন্ধনচালিত কঠীয়া ৰােৱা যন্ত্ৰৰে শালি ধানৰ কঠীয়া ৰুই ৰিপাৰেৰে সেই ধান চপােৱাৰ পাছত আজি কামৰূপ জিলাৰ উলনিত মিনি কম্বাইন হার্ভেষ্টাৰৰ চালকৰ আসনত বহি শালি ধান চপালে কৃষি মন্ত্রী অতুল বৰাই।

ADVERTISEMENT

একেলগে একেটা সময়তে ধান কাটি, মৰণা মাৰি, জাৰি-চালি পৰিস্কাৰ গুটি ধান উলিয়াই দিয়া মিনি কম্বাইন হার্ভেষ্টাৰেৰে উলনিৰ কৃষকৰ পথাৰত এই কাম নিজে সম্পন্ন কৰি সাংবাদিকৰ আগত কৃষি মন্ত্রী বৰাই কয় যে, ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষি যান্ত্রিকীকৰণৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে।

মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন বােজনাৰ অধীনত প্ৰতিটো বিধান সভা সমষ্টিত ৮০ শতাংশ ৰাজসাহায্যৰ জৰিয়তে একোটা কৃষক গােটলৈ একোখন কম্বাইন হার্ভেষ্টাৰ প্ৰদানৰ আঁচনি গ্ৰহণ কৰা হৈছে।

কৃষি যান্ত্রিকীকৰণৰ এই অভিলাষী আঁচনিখনৰ ফলত কম সময়তে ধান চপাই খেতিৰ মাটিডৰা মুকলি কৰিব পৰাৰ ফলত কৃষকৰ মাজত বছৰত দুটা বা ততােধিক খেতি কৰাৰ প্রৱণতা বৃদ্ধি পাব।

ইয়াৰ উপৰি মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনাৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়তৰ একোজন নির্বাচিত হিতাধিকাৰীলৈ ৩০ শতাংশ ৰাজসাহায্যৰে ক্ষুদ্র ধান বনা কল আৰু পথাৰৰ শস্য বজাৰলৈ কঢ়িয়াবলৈ এহেজাৰখন মিনি ট্রাক বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলিও কৃষি মন্ত্রী বৰাই উল্লেখ কৰে।

এই ব্যৱস্থাসমূহৰ ফলত কৃষকৰ মাজত ব্যৱসায়িক প্রৱণতা বৃদ্ধি পাব বুলি মন্ত্রী বৰাই কয়। উল্লেখযােগ্য যে, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে ৰূপায়ণ কৰি থকা মিশ্যন অর্গেনিক ভেন্যু চেইন নামৰ আঁচনিখনৰ অধীনত তেতেলিয়া এগ্রো অর্গেনিক প্রডিউচাৰ কোম্পানী নামৰ কৃষক উৎপাদক কোম্পানীটোৱে ১০ লাখ টকা ৰাজসাহায্যৰে এই মিনি কম্বাইন হার্ভেষ্টাৰখন লাভ কৰিছিল।

ইয়াৰ আগেয়ে তেতেলিয়াৰ এই কৃষক উৎপাদক কোম্পানীটোৰ উদ্যোগত আয়ােজিত এখন সভাত অংশ গ্রহণ কৰি মন্ত্ৰী বৰাই কৃষক উৎপাদক কোম্পানীসমূহক কৃষি-অর্থনৈতিক বিপ্লৱৰ সহযােগী হ’বলৈ আহ্বান জনাই কয় যে, ৰাজ্যখনৰ শিক্ষিত যুৱক-যুৱতীয়ে কৃষিক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ আজি আগবাঢ়ি আহিছে।

এয়া আমাৰ সমাজখনৰ বাবে এক শুভ সংবাদ। বিগত সময়চোৱাত মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনাৰ অধীনত ৰাজ্যখনৰ নির্বাচিত কৃষক গােটৰ মাজত ১৬ হাজাৰতকৈও অধিক ট্ৰেক্টৰ বিতৰণ কৰাৰ উপৰি ৩০ হাজাৰতকৈও অধিক পাৱাৰ টিলাৰ কৃষকৰ মাজত বিতৰণ কৰা হৈছে।

কৃষকৰ পৰা নিম্নতম সমর্থন মূল্যত ধান ক্রয় কৰাৰ বাবে ৰাজ্য চৰকাৰে ২০০ কোটি টকা ধার্য কৰিছে। ভাৰতীয় খাদ্য নিগম, অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদকে ধৰি মুঠ ছয়টা সংস্থাৰ জৰিয়তে কৃষকৰ পৰা নিম্নতম সমর্থন মূল্যত ধান ক্রয় কৰা হ’ব বুলি মন্ত্রী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে।

আনহাতে এপার্ট আঁচনিৰ অধীনত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে ১৪ খন চাৰিচকীয়া বাহন ৬.৫ লাখ টকা ৰেহাই মূল্যত আগবঢ়োৱা হ’ব বুলিও মন্ত্রী বৰাই তেওঁৰ ভাষণত প্ৰকাশ কৰে। অনুষ্ঠানত কৃষি মন্ত্রীগৰাকীৰ স’তে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালক ত্ৰিৰংগ ভাৰতী বৰা, তেতেলিয়া এগ্রো অর্গেনিক প্রডিউচাৰ কোম্পানীৰ উপদেষ্টা সঞ্জয় চাংকাকতী, কোম্পানীটোৰ সঞ্চালক মণ্ডলীৰ সদস্যসকল আৰু কৃষি বিভাগৰ বিভিন্ন বিষয়া উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Atul BoraBokakhat
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d