Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত

এই জুই জ্বলিছে জ্বলিবই'-'অসম চৰকাৰ হায় হায়'-'বিজেপি চৰকাৰ গ' বেক' ধ্বনি, স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ নাহিল সমজিলা আয়ুক্ত, প্ৰেৰণ নকৰাকৈ উভতিল প্ৰতিবাদকাৰী

publisher by publisher
September 12, 2026
in Assam, News
Reading Time: 2 mins read
0
Bokakhat:প্ৰখৰ ৰ’দকো নেওচি প্ৰণৱ দলেৰ মুক্তিৰ দাবীত সভা-সমদলৰে উত্তাল বোকাখাত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

Bokakhat:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বোকাখাত সমজিলাৰ অন্তৰ্গত ইংলেপথাৰৰ ভূমি সুৰক্ষাৰ দাবীৰ অগ্রণী নেতা সম্প্রতি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাৰুদ্ধ মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলেক মুক্তিৰ দাবীত শুকুৰবাৰে বোকাখাতৰ ৰাজপথত বিভিন্ন দল-সংগঠনে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। লগতে কাজিৰঙা ইংলেপথাৰৰ ভূমি কৃষকক ঘুৰাই দিয়া আৰু ভূমিপট্টা প্রদান কৰা, দলেৰ ওপৰত আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইন বাতিল কৰা, পুঁজিপতি গোষ্ঠীক কাজিৰঙাৰ ভূমিআবণ্টন বন্ধ কৰা আদিৰ দাবীত চিপিএমৰ নেতৃত্বত বিভিন্ন দল-সংগঠনে হাতে হাতে বেনাৰ, প’ষ্টাৰ আৰু পতাকা লৈ প্রতিবাদীসকলে সমদল কৰে।
‘এই জুই জ্বলিছে জ্বলিবই’, ‘অসম চৰকাৰ হায় হায়’, ‘বিজেপি চৰকাৰ গ’ বেক’ শ্ল’গানৰে বোকাখাতৰ পথ উত্তাল কৰি তোলে। চিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰৰ নেতৃত্বত এই প্রতিবাদী কাৰ্যসূচীত প্ৰণৱ দলেৰ মুক্তি দাবী সমিতি, জীপাল কৃষক-শ্রমিক সংঘ, বৃহত্তৰ কাজিৰঙা মানৱ অধিকাৰ আৰু ভূমি সুৰক্ষা সমিতিয়ে সহযোগিতা কৰে। বোকাখাতৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদৰ পৰা প্ৰতিবাদকাৰীয়ে দলেৰ মুক্তিৰ দাবীত হাতে হাতে বেনাৰ, প্লেকার্ড লৈ বিভিন্ন শ্ল’গান দি বোকাখাত সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উপস্থিত হয়।
প্রতিবাদকাৰী সকলে দলেক মুক্তি দিয়ক, অসম চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্ল’গানৰে কাৰ্যালয়ৰ গেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰে। প্ৰায় দুঘণ্টা ধৰি অনুষ্ঠিত কৰে প্ৰতিবাদী সভা। প্ৰখৰ ৰ’দক আওকাণ কৰি প্ৰতিবাদীসকলে দলেৰ মুক্তিত সৰৱ হয়। সভাত সভাপতিত্ব কৰে পুতুল নৰহে। চিপিএমৰ ৰাজ্যিক সম্পাদক তালুকদাৰ, সম্পাদক মণ্ডলী, সদস্য নিৰংকুশ নাথ, সংগীতা দাস, ইংলেপথাৰৰ মাটি অধিকাৰ আন্দোলনৰ নেত্ৰী গীতামণি গোৱেলা, জীপাল কৃষক-শ্রমিক সংগঠনৰ উপদেষ্ট সোণেশ্বৰ নৰহ, প্ৰণৱ দলে মুক্তি দাবী সমিতি, বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিৰ বিজিত কুটুম, মহিলা নেত্রী মণিকংকনা বৰবৰা প্ৰমুখ্যে নেতৃত্বই ভাষণত প্রণব দলেক অন্যায়ভাবে এনএএছত গ্ৰেপ্তাৰ কৰা বুলি তীব্ৰ গৰিহণা দিয়ে। শীঘ্ৰে মুক্তিৰ দাবী জনায়।
প্রায় দুঘণ্টা এই প্রতিবাদী সভাত আন্দোলনকাৰীসকলে ইংলেপথাৰৰ ভূমি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে কৰ্প’ৰেট গোষ্ঠীক দিয়াৰ চৰকাৰী নীতিক তীব্র সমালোচনা কৰে। এই সিদ্ধান্ত প্রত্যাহাৰ কৰি ইংলেপথাৰত ভোগ দখল কৰি থকা কৃষকৰ মাটি ঘূৰাই দিবলৈ দাবী জনায়। দাবী পূৰণ নকৰিলে, দলেক অনতিপলমে মুক্তি নিদিলে ৰাজ্যজুৰি আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি দিয়ে। কৃষকৰ ভূমি অধিকাৰ, মানৱ অধিকাৰ আৰু কাজিৰঙাৰ পৰিৱেশ তথা ভূমি সুৰক্ষাৰ প্ৰসংগত ৰাজ্য চৰকাৰৰ নীতিৰ তীব্র সমালোচনা কৰে।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে ৰাজ্য চৰকাৰৰ বিভিন্ন সিদ্ধান্ত আৰু নীতিয়ে কৃষক, শ্রমিক আৰু সাধাৰণ জনতাৰ স্বাৰ্থৰ বিপৰীতে পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থক অধিক অধিকাৰ দিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰক একাংশ বক্তাই ‘পুঁজিপতিৰ চৰকাৰ’ আখ্যা দিয়াৰ লগতে পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থ অনুসৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নীতি নির্ধাৰণ কৰা হয় বুলি চোকা সমালোচনা কৰে।
ইপিনে, প্রতিবাদকাৰীসকলে প্ৰস্তুত কৰা নীতি গ্রহণ কৰিবলৈ সমজিলা আযুক্তক আহ্বান জনায়। দলেৰ মুক্তি, কাজিৰঙাৰ ইংলেপথাৰৰ ভূমি কৃষকক গতাই দিয়া, ভূমিহীন কৃষকক ভূমিপট্টা প্রদান, দলেৰ বিৰুদ্ধে অন্যায়ভাৱে আৰোপ কৰা এনএছএ বাতিল, কাজিৰঙাৰ ভূমি পুঁজিপতি গোষ্ঠীক বিলাসী হোটেল নিৰ্মাণৰ বাবে আবণ্টন নিদিয়াৰ দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীক প্ৰদানৰ বাবে প্ৰতিবাদকাৰীসকলে দিবলৈ বিচাৰে যদিও দুঘণ্টা ধৰি প্ৰতিবাদী সভাৰ অন্ততো স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ বোকাখাত সমজিলাৰ আয়ুক্ত প্রতিবাদস্থলীলৈ নহাত ক্ষোভ প্রকাশ কৰে – প্রতিবাদীসকলে। দীর্ঘ সময় ধৰি প্ৰসৰ ৰ’দত কে’বা শতাধিক প্রতিবাদী ৰাইজে অৱস্থান কৰাৰ পাছতো সমজিলা আযুক্ত তথা প্ৰশাসনৰ কোনো উচ্চপদস্থ বিষয়া আলোচনাৰ বাবে ওলাই নহাত এই কাৰ্যৰ তীক্ষ্ণ সমালোচনা কৰে।
পৰৱৰ্তী সময়ত ‘বোকাখাত প্রশাসন মুর্দাবাদ’ আদি শ্ল’গান দি পুনৰ উত্তাল কৰে পৰিৱেশ। ইপিনে, বোকাখাত সমজিলা প্রশাসনে পৰিস্থিতি অধিক জটিল হোৱা দেখি এজন সহকাৰী আয়ুক্ত প্ৰতিবাদকাৰীসকলৰ ওচৰলৈ প্ৰেৰণ কৰে। তেওঁ স্মাৰকপত্ৰ গ্ৰহণৰ বাবে পাঁচজন প্রতিনিধিক সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰৱেশৰ অনুমতি দিয়া বুলি জনায়। কিন্তু প্রতিবাদকাৰীসকলে সমজিলা আয়ুক্ত গগৈক স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি স্থিতি স্পষ্ট কৰাত আঁতৰি যায় সহকাৰী আয়ুক্তগৰাকী।
প্রতিবাদীসকলে অভিযোগ কৰে যে প্ৰতিবাদী কণ্ঠৰ প্ৰতি চৰকাৰ আৰু প্ৰশাসনৰ এনে মনোভাবে গণতান্ত্রিক অধিকাৰ আৰু জনসাধাৰণৰ সমস্যাৰ প্ৰতি প্ৰশাসনৰ দায়বদ্ধতাক লৈ প্রশ্ন উত্থাপন কৰিছে।
স্মাৰকপত্ৰ প্ৰদান নকৰাকৈয়ে উভতি যায় সমদলকাৰীসকল। সমজিলা আযুক্ত নহাত তেওঁলোকে ক্ষোভ উজাৰে আৰু প্রশাসনৰ এনে ভূমিকাৰ প্ৰতি তীব্র অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে প্রশাসনিক ব্যৱস্থাক গৰিহণা দিয়ে। তেওঁলোকে অভিযোগ কৰে যে ৰাইজৰ গণতান্ত্রিক দাবী আৰু সমস্যাৰ প্রতি প্রশাসনে গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে স্মাৰকপত্ৰ গ্ৰহণৰ দৰে গণতান্ত্রিক প্রক্রিয়াতো প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে।
প্রতিবাদী সভাত বক্তাসকলে স্পষ্ট কৰি দিয়ে যে শুকুৰবাৰৰ প্ৰতিবাদে দাবীসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ সক্ষম নহ’লে আগন্তুক দিনত আন্দোলন অধিক তীব্র ৰূপত গঢ়ি তোলা হ’ব। প্ৰণৱ দলেক মুক্তি, কৃষকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰা, কাজিৰঙাৰ ভূমি সংৰক্ষণ আৰু পুঁজিপতিৰ স্বাৰ্থত ভূমি ব্যৱহাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্রতিবাদকাৰীসকলে। শুকুৰবাৰৰ প্ৰতিবাদী কাৰ্যসূচী কিছু পৰিমাণে প্রশাসনিক বাধাৰ সন্মুখীন হৈ দাবীসমূহৰ স্মাৰকপত্ৰ প্ৰদান কৰিব নোৱাৰাকৈ সামৰণি পৰিলেও, আগন্তুক দিনত এই প্রতিবাদ অধিক ব্যাপক আৰু জংগী ৰূপত আগবঢ়াই নিয়াৰ হুংকাৰৰ মাজেৰে – বোকাখাতৰ প্ৰতিবাদস্থলীত শুকুৰবাৰৰ কাৰ্যসূচীৰ সামৰণি পৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BokakhatCPIMLates tNewspranab doloiPublic Protestsrelease demand
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d