Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ডায়েবেটিচ ৰোগীয়ে পৰিহাৰ কৰক এই কেইবিধ ফল

publisher by publisher
December 6, 2021
in Lifestyle
Reading Time: 1 min read
0
ডায়েবেটিচ ৰোগীয়ে পৰিহাৰ কৰক এই কেইবিধ ফল
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

ফল হৈছে ভিটামিন, খনিজ আৰু অন্যান্য আহাৰত থকা ফাইবাৰৰ লগতে একাধিক পুষ্টিৰ এক মুখ্য উৎস। ইয়াৰ দৈনিক ব্যৱহাৰে আমাক এন্টিঅক্সিডেন্ট, ফ্লেভোনইডৰ দৰে বিভিন্ন ধৰণৰ স্বাস্থ্য উপাদান প্ৰদান কৰিব পাৰে। সঠিক ফলৰ আহাৰে হৃদৰোগ, মধুমেহ, প্ৰদাহ আৰু কৰ্কট ৰোগকে ধৰি বহুতো ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।

ADVERTISEMENT

ফলৰ প্রাকৃতিক চেনী ক্ষতিকাৰক নহয় যদিও ইয়াক নিয়ন্ত্রণত গ্রহণ কৰা প্রয়োজন ৷ কিছুমান এনে ফল আছে যিবোৰ ডায়েবেটিচ ৰোগী বা ওজন বৃদ্ধিৰ প্রতি সচেতন লোকসকলে সীমিত পৰিমাণে গ্ৰহণ কৰিব লাগে কিয়নো সেইবোৰত শর্কৰা পৰিমান বেছি। সেইসমূহ কি জানানে ?

আম

আম হৈছে পুষ্টি, আঁহ, এণ্টিঅক্সিডেণ্ট আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ, সঠিক ধৰণে গ্ৰহণ কৰিলে ওজন বৃদ্ধি নহয়। কিন্তু যদি আপুনি কম কেলৰিযুক্ত ফল গ্ৰহণ কৰিবলৈ বিচাৰে, তেনেহ’লে আম খোৱা পৰিহাৰ কৰিব কিয়নো আমত ৪৫গ্ৰাম চেনী থাকে ।

আঙুৰ

আঙুৰ মুখ্যত: বিভিন্ন ৰঙত পোৱা যায়। এগিলাচ আঙুৰত প্ৰায় ২৩ গ্ৰাম চেনী থাকে। ডায়েবেটিচ ৰোগীয়ে আঙুৰ খালে টুকুৰা কৰি কাটি খাব পাৰে, তেনে কৰিলে শর্কৰাৰ পৰিমাণ হ্ৰাস যায়।

চেৰী

চেৰীৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী যৌগত বহুতো স্বাস্থ্য উপকাৰিতা আছে। যদি চেৰী বেছিকৈ খোৱা হয়, তেন্তে আপোনাৰ শৰীৰত ৪৬ গ্ৰাম চেনী গৈ আছে, যি দেহৰ বাবে ক্ষতিকাৰক। সেয়ে এই ফল কম পৰিমাণত সেৱন কৰিলে ভাল।

তৰমুজ

তৰমুজত পানীৰ পৰিমাণ যথেষ্ট বেছি। ইয়াত ইলেক্ট্ৰলাইট নামৰ বিশেষ খনিজ পদাৰ্থ পোৱা যায়। ডায়েবেটিচ ৰোগী থকা লোকসকলে তৰমুজ সুৰক্ষিত ভাৱে খাব পাৰে, কিন্তু ই কম পৰিমাণত হ’ব লাগিব। স্বাস্থ্য বিশেষজ্ঞই স্বাস্থ্যকৰ চৰ্বি,ফাইবাৰ আৰু প্ৰ’টিন সমৃদ্ধ খাদ্যৰ স’তে তৰমুজ খোৱাৰ পৰামৰ্শ দিয়ে।

কল

কল হৈছে ফলৰ ভিতৰত এক অন্যতম, এটা মজলীয়া আকাৰৰ কলত ১৪ গ্ৰাম শর্কৰা থাকে। কল হৈছে এক সুৰক্ষিত আৰু পুষ্টিকৰ ফল যাক ডায়েবেটিচ ৰোগী আৰু ওজন হ্ৰাস কৰিব বিচৰা সকলে সঠিক পৰিমাণত খাব পাৰে।

আভাকাডো

এটা আভাকাডোত মাত্ৰ ১.৩৩ গ্ৰাম শৰ্কৰা থাকে। আমি ইয়াক চালাডত ৰাখিব পাৰোঁ, ইয়াক টোষ্টত প্ৰয়োগ কৰিব পাৰোঁ, বা ইয়াক স্মুদি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। অৱশ্যে, আভাকাডোত শর্কৰা কম কিন্তু কেলৰি অধিক। আভাকাডো সেই ফলবোৰৰ ভিতৰত অন্যতম য’ত শর্কৰা নাথাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DiabetesHealth
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d