Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাছিয়াত নিৰ্মিত উন্নত প্ৰযুক্তিৰ ‘ভি-৫’ ‘নিৰাপদ’ হেলিকপ্টাৰখনেই’ কাল হ’ল !

publisher by publisher
December 9, 2021
in India, News
Reading Time: 1 min read
0
ৰাছিয়াত নিৰ্মিত উন্নত প্ৰযুক্তিৰ ‘ভি-৫’ ‘নিৰাপদ’ হেলিকপ্টাৰখনেই’ কাল হ’ল !
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

এখন সর্বাধুনিক তথা উন্নততৰ প্রযুক্তিৰে নিৰাপত্তাৰ দিশৰ পৰা শ্রেষ্ঠতম এখন হেলিকপ্টাৰেই আজি কাল হ’ল ভাৰতীয় সেনাৰ সর্বাধিনায়ক বিপিন ৰাৱটৰ বাবে।

ADVERTISEMENT

বুধবাৰে তামিলনাডুৰ কুন্নুৰত ৰাৱটৰ প্ৰাণ লােৱা হেলিকপ্টাৰখন হৈছে সেনাবাহিনীৰ এমআই-১৭-ভি-৫। ৰাছিয়াত নির্মিত এই সেনা হেলিকপ্টাৰখন হৈছে এমআই-৮ৰ উন্নততৰ সংস্কৰণ।

এই হেলিকপ্টাৰৰ বিশেষত্ব হৈছে ইয়াৰ ইঞ্জিন অতি শক্তিশালী। অধিক ভাৰ বহন সক্ষম। নিশাৰ অন্ধকাৰত অনায়াস গতিবিধি আৰু উন্নততৰ নিৰাপত্তা ব্যৱস্থাৰ বাবেও এই হেলিকপ্টাৰৰ সুনাম আছে।

দেশৰ সশস্ত্র বাহিনীৰ সর্বাধিনায়ক ৰাৱটক লৈ এই হেলিকপ্টাৰখন উৰি গৈছিল দুর্গম পাহাৰীয়া অঞ্চলত অৱস্থিত ৱেলিংটনৰ ডিফেন্স ষ্টাফ কলেজলৈ। ৰাৱটে সেই কলেজ পৰিদৰ্শন কৰাৰ কথা আছিল।

এমআই-১৭-ভি-৫ৰ বৈশিষ্ট্য অনুসৰি এই হেলিকপ্টাৰখন একমাত্র অধিক উচ্চতাত উৰিবলৈ অসুবিধাত পৰে। ইয়াৰ বাহিৰে যি কোনাে ধৰণৰ ভৌগােলিক অঞ্চললৈ এই হেলিকপ্টাৰৰ সহজ যাতায়াত।

ৰাৱটৰ হেলিকপ্টাৰখন যত ভাঙি পৰিছিল, সেই ঠাইৰ উচ্চতা অৱশ্যে বৰ বেছি নাছিল বুলিয়ে সেনাৰ সূত্ৰই জনাইছে। ৰাৱটৰ হেলিকপ্টাৰত মুঠ ১৪জন আৰােহী আছিল।

সাধাৰণ হেলিকপ্টাৰৰ তুলনাত এই সংখ্যাটো বেছি। অৱশ্যে ‘ভি-৫’ হেলিকপ্টাৰে সৰ্বাধিক ২৪জন আৰােহীক বহন কৰিব পাৰে। ইয়াৰ ওজন বহনৰ ক্ষমতা হৈছে সাত হেজাৰ কেজি।

চাৰি হেজাৰ কেজি ভিতৰত আৰু তিনি হেজাৰ কেজি বাহিৰত উলমাই বহন কৰি নিব পাৰে ‘ভি-৫’ হেলিকপ্টাৰে। এই ধৰণৰ হেলিকপ্টাৰত ক্রু সদস্য থাকে তিনিজন।

পাইলট, কো-পাইলট আৰু ফ্লাইট ইঞ্জিনীয়াৰ। ইয়াৰ উপৰি অতিৰিক্ত নিৰাপত্তাৰ কথা ভাবি অট’ পাইলট ছিষ্টেমৰ ব্যৱস্থাও থাকে ‘ভি-৫’ত।

অৱশ্যে কি ধৰণৰ প্রযুক্তিগত সমস্যাৰ বাবে ৰাৱৰ হেলিকপ্টাৰখন ভাঙি পৰিল বা অট’ পাইলট ছিষ্টেমে কিয় কাম নকৰিলে, সেইবােৰ প্ৰশ্নৰ এতিয়াও অজ্ঞাত।

এই ৰুছ হেলিকপ্টাৰখন ২০১৩ৰ পৰাই ভাৰতীয় সেনাবাহিনীত আছে। অৱশ্যে তাৰ বহু আগৰে পৰাই ‘ভি-৫’ৰ পূর্ব সংস্কৰণ ‘এমআই-৮’ ভাৰতীয় সেনাবাহিনীৰ কমবেট ফ’ৰ্চৰ ভৰসা হৈ আহিছে।

বিশ্বত সবাতােকৈ বেছি নির্মাণ হয় ‘এমআই-৮’হেলিকপ্টাৰ। তাৰেই আধুনিক ৰূপ হৈছে ‘এমআই-১৭’। বহুমুখী কামত সক্ষম এই হেলিকপ্টাৰক প্ৰয়ােজনত সশস্ত্রও কৰিব পাৰি।

ভি-৫’ৰ বাহিৰফালে ডেৰ হেজাৰ কেজি ওজনৰ অস্ত্র সংস্থাপন কৰিব পাৰি। আনকি আকাশৰ পৰা আকাশলৈ প্ৰক্ষেপ কৰিব পৰা টেংক ধ্বংসকাৰী ক্ষেপণাস্ত্রও বহন কৰিব পাৰে এই হেলিকপ্টাৰখনে।

ইয়াৰ উপৰি ‘এমআই-১৭-ভি-৫ হেলিকপ্টাৰত ছেটার্ণ ভি ক্ষেপণাস্ত্র, এছ-৮ ৰকেট, ২৩ এমএম মেচিনগান, পিকেটি মেচিনগান,একেএম ছাব মেচিনগানাে থাকে। যুদ্ধৰ গধূৰ অস্ত্র বহন কৰাৰ সমান্তৰালকৈ এই হেলিকপ্টাৰে সেনাৰ বাবে গাড়ীও উৰাই নিব পাৰে।

সেইবাবেই ভাৰতীয় সেনাবাহিনীয়ে ‘এমআই-১৭-ভি-৫’ৰ ওপৰত সততে ভৰসা কৰি আহিছে। ২০০৮ত ৰাছিয়াৰ কাজান হেলিকপ্টাৰ কোম্পানীয়ে এই হেলিকপ্টাৰ নিৰ্মাণৰ ঠিকা লাভ কৰে।

২০১১ৰ পৰা ২০১৩ৰ ভিতৰত এই ৰুছ কোম্পানীটোৱে ৩৬খন হেলিকপ্টাৰ ভাৰতলৈ সৰবৰাহ কৰে। ২০১৩ত মাওবাদী দমন অভিযান ‘অপাৰেচন গ্রীণ হান্ট’ত ‘ভি-৫ ‘হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল।

এই হেলিকপ্টাৰৰ ককপিট সম্পূৰ্ণৰূপে কাচেৰে তৈয়াৰী। নিশাৰ দৃশ্যমানতাৰ বাবে আছে বিশেষ নাইট ভিজন’ প্রযুক্তি। ইয়াৰ উপৰি এই বিশেষ হেলিকপ্টাৰত আছে অনব’র্ড ৰেডাৰ, বিশেষ এভিয়নিক ছুট, আনকি আগতীয়াকৈ বিপদ সংকেত প্ৰেৰণ কৰা ‘কিৱিং ছিষ্টেম’ও আছে।

প্রধানকৈ পৰিবহণ হেলিকপ্টাৰৰূপে পৰিচিত ‘ভি-৫’ৰ নিৰাপত্তাতাে কঠোৰ ব্যৱস্থা আছে। সেনাবাহিনীৰ সকলাে হেলিকপ্টাৰৰ ভিতৰত সর্বাধিক নিৰাপদৰূপে চিহ্নিত ‘ভি-৫’ৰ সকলােখিনি নিৰাপত্তাৰ বৰ্মৰে আবৰা।

আনকি ইয়াৰ ইন্ধনৰ টেংকীৰ চাৰিওফালেও আছে সুৰক্ষাৰ আবৰণ। পলিঅৰিন ফ’মেৰে ভৰা এই বহিসুৰক্ষা আৰণে ইন্ধনৰ টেংকীক বিস্ফোৰণৰ পৰা ৰক্ষা কৰে। তৎসত্ত্বেও দুর্ঘটনাৰ লগে লগে ইন্ধনৰ টেংকী বিস্ফোৰিত হৈ হেলিকপ্টাৰখন নিমিষতে অগ্নিদগ্ধ হয়।

ইমানবােৰ আগতীয়া সুৰক্ষাত্মক ব্যৱস্থা সত্ত্বেও কি যান্ত্রিক বিজুতিৰ ফলত সেনা সর্বাধিনায়কজনৰ হেলিকপ্টাৰখন দুর্ঘটনাগ্রস্ত হ’ল, এতিয়াই সেয়াই ৰহস্যৰ বিষয় হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MI-17 V5 HelicopterRussia
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d