Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কটন বিশ্ববিদ্যালয়ত ‘আকাশ চুবলৈ মন’ শীৰ্ষক অনুষ্ঠান

দুৰ্ঘটনাত ভৰি হেৰুওৱা কটনৰ ছাত্ৰক কৃত্ৰিম ভৰি সংৰোপন কৰালে ড° সমুজ্জ্বল ভট্টাচাৰ্যই

publisher by publisher
December 16, 2021
in Assam, India, News
Reading Time: 1 min read
0
কটন বিশ্ববিদ্যালয়ত ‘আকাশ চুবলৈ মন’ শীৰ্ষক অনুষ্ঠান
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

Student Leader arrested:আৰক্ষীক প্ৰহাৰৰ অভিযোগত আটক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিক

Janata Bhawan:শনিবাৰে জনতা ভৱনত অসম চুক্তিক লৈ আছুৰে বৈঠক চৰকাৰৰ 

‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে/অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা’- বিশ্ববৰেণ্য ড° ভূপেন হাজৰিকাৰ এই কথাকেই সৰোগত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰত্যক্ষ প্ৰচেষ্টাত আজি এক আশাৰ খবৰৰ সাক্ষী হ’ল কটন বিশ্ববিদ্যালয় । কিয়নো সৰুতেই দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই এক কষ্টসাধ্য জীৱনৰ পথত খোজ দিয়া সঞ্জয় বড়ো নামৰ কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা সফলভাৱে সম্পন্ন হয় । এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত আয়োজিত হয় ‘আকাশ চুবলৈ মন’ শীৰ্ষক এক মননশীল অনুষ্ঠান ।

ADVERTISEMENT

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাসে উদ্বোধনী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোৰ আৰম্ভণিতে এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰে । তথ্যচিত্ৰখনিৰ জৰিয়তে মেধাৱী ছাত্ৰ সঞ্জয় বড়োৱে জীৱনৰ কঠিনতা স্বত্বেও আগবাঢ়ি যোৱাৰ মানসিক দৃঢ়তাক প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰগৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ সমগ্ৰ পৰিক্ৰমা দাঙি ধৰে । ইয়াৰ পাছতেই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱা হয় ।

অনুষ্ঠানটোতে সঞ্জয়ক এক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে । অনুষ্ঠানটোত উপস্থিত থাকি সঞ্জয়ৰ ভাতৃ অজয় বড়োৱে আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্য আৰু কটন বিশ্ববিদ্যালয় আছু গোটৰ প্ৰচেষ্টাৰ শলাগ লয় । অনুষ্ঠানত নিজৰ মত প্ৰকাশ কৰি সঞ্জয়য়ে নিজৰ জীৱনৰ যটিলতা আৰু বিশ্ববিদ্যালয়ত লাভ কৰা বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য অভিজ্ঞতা ব্যক্ত কৰে ।

ভাষণ প্ৰসংগত ড° ভট্টাচাৰ্যই কয়, ‘সঞ্জয় বড়োৰ বাবে কটনিয়ানসকলে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁ‌চাকৈ প্ৰশংসনীয় । কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাই আজি এই কথা আমি সমগ্ৰ অসমক ক’ব খোজো যে কোনো ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাত পৰি বিষাদগ্ৰস্ত হ’ব নালাগে । ভৱিষ্যত দিনত নিজৰ সতীৰ্থসকলক সহায় কৰিবলৈ অসমৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিব । কটনিয়ানৰ মানৱতাৰ এই আন্দোলন সমগ্ৰ অসমতে বিয়পি পৰক ।’

উল্লেখ্য যে, প্ৰায় ১২ বছৰ পূৰ্বে ঠেলা লৈ কামলৈ উলাই যাওঁতে এটা দুৰ্ঘটনাত পতিত হৈছিল বিজনীৰ কণমানি সঞ্জয় বড়ো । দুৰ্ঘটনাত সঞ্জয়ৰ এখন ভৰি ভাঙি গৈছিল । কিন্তু সৰুতেই পিতৃহাৰা হোৱা সঞ্জয়ৰ আৰ্থিকভাৱে অতি পিছপৰা পৰিয়ালটোৰ বাবে গুৱাহাটীলৈ আহি চিকিৎসা কৰোৱাটো সম্ভৱপৰ নাছিল । যাৰ বাবে স্থানীয় কবিৰাজৰ জৰিয়তেই সঞ্জয়ৰ চিকিৎসা কৰোৱা হৈছিল । যাৰ ফলত ভঙা ভৰিখনৰ সংক্ৰমণ হৈ পৰৱৰ্তী সময়ত ভৰিখন হেৰুৱাবলগীয়া হৈছিল মেধাৱী ছাত্ৰজনে । ইয়াৰ পাছতো হাৰ নমনা ছাত্ৰজনে জীৱনৰ কঠোৰ সংগ্ৰাম চলাই গৈছিল । কঠিনতাৰ মাজেৰেই সঞ্জয়ে বিজনী কলেজৰ পৰা দৰ্শন বিভাগত স্নাতক আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ত সঞ্জয়ে নামভৰ্তি কৰাৰ পাছতেই তেওঁৰ সতীৰ্থ কটনিয়ান আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ আৱাসীসকলে তেওঁৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰাৰ সপোন দেখিছিল । বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত উত্তৰ-পূৱ ছাত্ৰ সংগঠনৰ উপদেষ্টা ড° ভট্টাচাৰ্যৰ প্ৰচেষ্টাত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থা, প্ৰাক্তন ছাত্ৰ নেতা হৃষীকেশ বৰঠাকুৰকে আদি কৰি বিভিন্নজনৰ সহযোগিতাত এয়া সম্ভৱ হৈ উঠে ।

চলিত বৰ্ষত প্ৰায় তিনি লাখ ৮০ হেজাৰ টকা ব্যয় সাপেক্ষে সঞ্জয়ক এখন উন্নত প্ৰযুক্তি সম্পন্ন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰা হয় । যাৰ সহায়ত ভৱিষ্যত দিনত সঞ্জয়ে অধিক সক্ৰিয়তাৰে কাম কৰি যোৱাত সফল হ’ব ।

স্মৰ্তব্য যে আজিৰ অনুষ্ঠানটো নেছ’ৰ উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্য, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাস, বিশিষ্ট সাংবাদিক গৌতম শৰ্মা, বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সঞ্জয় কুমাৰ দত্ত, বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° প্ৰশান্ত শৰ্মা, অধ্যাপিকা ড° ফুনু দাস, কটন কলেজ এলামনাই এছ’চিয়েনৰ সাধাৰণ সম্পাদক জগদীশ দত্ত, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুচেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি দাস, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাইফুদ্দিন আহমেদসহ বহু লোক উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUCotton UniversitySamujjal BhattacharyaSanjay Boro
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d