Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Coronavirus : দুদিনতে অ’মিক্রন আক্রান্তৰ সংখ্যা প্রায় দ্বিগুণ ব্রিটেনত ! উদ্বিগ্ন বিশেষজ্ঞসকল

publisher by publisher
December 20, 2021
in COVID-19, International, News
Reading Time: 1 min read
0
Coronavirus : দুদিনতে অ’মিক্রন আক্রান্তৰ সংখ্যা প্রায় দ্বিগুণ ব্রিটেনত ! উদ্বিগ্ন বিশেষজ্ঞসকল
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ব্রিটেইনৰ ৮৫ অঞ্চলত সক্রিয় পাকিস্তানী ‘ৰেপ গেং’, নিষ্ক্রিয় আৰক্ষী: দাবী সাংসদৰ

Covid -19 : চীনৰ ক’ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে

Covid Update: পজিটিভ হাৰ সাত শতাংশ ! বিগত পাঁচদিনত দেশত ক’ভিড আক্ৰান্ত ৫০ হেজাৰৰো অধিক

মাত্ৰ দুদিনতে ব্রিটেইনত প্রায় দুগুণ অ’মিক্রন আক্রান্তৰ সংখ্যা বৃদ্ধি পালে । বিশেষজ্ঞসকলৰ মতে, এইটো আৰম্ভণি মাত্র !

ADVERTISEMENT

চৰকাৰী সংগঠন ‘ছায়েন্টিফিক এডভাইজৰি গ্রুপ ফৰ ইমার্জেন্সিছ’ (ছেজ)-ৰ দাবী, প্রতিদিনে হেজাৰ হেজাৰ লোক অ’মিক্রনত আক্রান্ত হৈছে । চৰকাৰী পৰিসংখ্যাত সেয়া অন্তর্ভুক্ত কৰা নাই । ছেজৰ বক্তব্য, ‘‘ছায়েন্টিফিক মডেলৰ পৰা পোৱা ইংগিত অনুসৰি তাত অ’মিক্রন সংক্রমণ শীৰ্ষত পালে ইংলেণ্ডৰ হাস্পাতালত দৈনিক তিনি হেজাৰ ৰোগী ভর্তি হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ।’’ প্রসংগত, বিগত জানুৱাৰীতেই ব্রিটেইনত টিকাকৰণ দ্রুত গতিত আৰম্ভ হোৱাৰ আগ দিনাখন চাৰি হেজাৰ লোক হাস্পাতালত ভর্তি হয় ।

ব্রিটিছ প্রশাসনৰ তথ্য অনুসৰি, বিষয়াসকলে এনে ধৰণৰ খচৰা প্ৰস্তুত কৰিছে যি অনুমোদন পালে ইংলেণ্ডত বৰদিনৰ পাছত দুসপ্তাহ কঠোৰ বিধিনিষেধ জাৰি হ’ব পাৰে । তেতিয়া ঘৰৰ ভিতৰতো পার্টী বা সমাগম বন্ধ থাকিব । ঘৰৰ বাহিৰত ছজনৰো অধিক ভিৰ কৰিব নোৱাৰিব । তেনে সময়তে জনস্বাস্থ্য পৰিস্থিতিক লৈ সপ্তাহান্তত স্কটলেণ্ড, ৱেলছ আৰু নর্ডার্ন আয়াৰলেণ্ডৰ প্রশাসনৰ স’তে এটা বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা বৰিছ জনছনৰ ।

অতিমাৰী আৰম্ভ হোৱাৰ পৰা এয়ে প্রথম বৃহৎ হাৰত সংক্রমণ বৃদ্ধি পাইছে ব্রিটেইনত । বৃহস্পতিবাৰ পর্যন্ত দেশখনত সাতজন অ’মিক্রন আক্রান্তৰ মৃত্যু হৈছে বুলি অনুমান কৰা হৈছে । যদিও এই সন্দৰ্ভত চৰকাৰীভাৱে কোনো তথ্য জনোৱা নাই । চৰকাৰী হিচাপ অনুযায়ী অ’মিক্রনত মৃত্যুৰ সংখ্যা এজন । এই ষ্ট্ৰেনত আক্রান্ত হৈ হাস্পাতালত ভর্তি হোৱা ৰোগীৰ সংখ্যা ৬৫ৰ পৰা বৃদ্ধি হয় ৮৫ হৈছে ।

বৰদিনৰ সময়ছোৱাত অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন নেদাৰলেণ্ড চৰকাৰ । প্রধানমন্ত্রী মার্ক ৰুতে জনায়, বৰদিনৰ সময়ত দেশজুৰি কঠোৰ তলাবন্ধ জাৰি কৰা হ’ব । অ’মিক্রনৰ সংক্রমণ ৰোধ কৰিবলৈ ব্রিটেইনৰ পৰা যাত্রীৰ আগমন নিষিদ্ধ কৰিলে জার্মানীয়ে । দেওবাৰে সন্ধিয়াৰ পৰাই জাৰি কৰা হৈছে এই বিধি । জার্মান নাগৰিকসকলৰ বাবে বিধি কিছু শিথাল কৰা হৈছে । ক’ভিড নেগেটিভ ৰিপ’র্ট দি তেওঁলোকে দেশত প্ৰৱেশ কৰিব পাৰিব । অৱশ্যে দুসপ্তাহ কোৱাৰেন্টাইনত থকা বাধ্যতামূলক ।

ইপিনে, ২০২০ত অতিমাৰী আৰম্ভৰ সময়ত আমেৰিকাত সংক্রমণৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছিল নিউ ইয়র্ক । এইবাৰো জল সেয়াই হ’ব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে । ক’ভিড পৰীক্ষা কেন্দ্রত প্ৰতিদিনে জনসাধাৰণৰ হাৰ বৃদ্ধি পাইছে । যিয়ে সেই দিশেই ইংগিত দিছে বুলি মত বিশেষজ্ঞসকলৰ ।

ব্রুকলিন এলাকাত ইখনৰ পাছত সিখন ৰেস্তোৰাঁ বন্ধ হ’বলৈ লৈছে । নিউ ইয়র্কত শনিবাৰেও ৰেকর্ড গঢ়িলে সংক্রমিতৰ সংখ্যাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BritainCORONAVIRUSOmicron
publisher

publisher

Related Posts

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d