Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Desmond Tutu : এটা অধ্যায়ৰ অৱসান, প্রয়াত ডেছমণ্ড টুটু

publisher by publisher
December 27, 2021
in International, News
Reading Time: 1 min read
0
Desmond Tutu : এটা অধ্যায়ৰ অৱসান, প্রয়াত ডেছমণ্ড টুটু
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

দক্ষিণ আফ্রিকাৰ আর্চবিশ্বপ, নোবেল শান্তি বঁটাজয়ী ডেছমণ্ড টুটুৰ দেহাৱসান । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ । দীর্ঘদিন ধৰি কৰ্কট ৰোগত আক্রান্ত হৈ‌ আছিল আর্চবিশ্বপ টুটু । দেওবাৰে তেওঁৰ মৃত্যু হয় ।

ADVERTISEMENT

দক্ষিণ আফ্রিকাত শ্বেতাংগ বর্ণবাদী শাসনৰ অৱসানত টুটুৱে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল । ১৯৮৪ত তেওঁ নোবেল শান্তি বঁটা লাভ কৰিছিল । তেওঁ নেলছন মেণ্ডেলাৰ সমসাময়িক‌ আছিল । জন্ম ১৯৩১ত । ১৯৮৬ত তেওঁ কেপটাউনৰ প্রথম কৃষ্ণাংগ বিশ্বপ । পদমর্যাদা ব্যৱহাৰ কৰি কৃষ্ণাংগসকলৰ ওপৰত হোৱা অত্যাচাৰক লৈ সৰৱ হয় । অধিকাংশৰ মতে, তেওঁৰ প্রতিবাদ ৰাজনৈতিক নহয়, ধর্মীয় অৱস্থানৰ পৰা ।

১৯৯৭ত কৰ্কট ৰোগৰ অস্ত্রোপচাৰ হয় টুটুৰ । সাম্প্রতিক সময়ত বিভিন্ন অসুস্থতাক লৈ তেওঁক বহুবাৰ হাস্পাতালত ভর্তি কৰোৱা হৈছিল ।‌ ২০১০ত দক্ষিণ আফ্রিকাত বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠানত প্রকাশ্যত নৃত্য কৰাও দেখা গৈছিল টুটুক ।

১৯৯৪ত নেলছন মেণ্ডেলা ৰাষ্ট্ৰপতি থাকাকালীন টুটুক ‘ট্রুথ এণ্ড ৰিকনসিছিলিয়েছন কমিছন’ গঠনৰ দায়িত্ব দিয়ে । শ্বেতাংগ শাসকৰ অপৰাধ উন্মোচিত হয় । পাছত দক্ষিণ আফ্রিকাৰ চৰকাৰ আৰু স্বাধীনতা আন্দোলনত নেতৃত্ব দিয়া আফ্রিকান নেছনেল কংগ্রেছৰ ব্যর্থতাক লৈও তেওঁৰ দৃঢ় অৱস্থান দেখা যায় । এলজিবিটি-সকলৰ অধিকাৰক লৈও তেওঁ সৰৱ হয় । পাছত অৱশ্যে দুঃখিত হয় যে স্বপ্ন দেখিছিল, সেয়া পূৰ্ণ হৈ নুঠিল ।

টুইটাৰত ৰাষ্ট্ৰপতি ছিৰিল ৰামাফোছাই টুটুৰ দেশপ্রেমৰ লগতে বিচক্ষণতা আৰু আদর্শবাদৰ কথা স্মৰণ কৰে ।

শোক প্রকাশ কৰিছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও । তেওঁ কয়, ‘‘আর্চবিশ্বপ টুটুৱে বিশ্বৰ অসংখ্য মানুহক পোহৰৰ পথ প্ৰশস্ত কৰিছে ।’’ ৰাহুল গান্ধীয়ে তেওঁক কয়, ‘সকলোৰে অনুপ্রেৰণা’‌ । দলাই লামাই শোকবার্তাত টুটুক ‘প্রকৃত মানৱতাবাদী’ বুলি উল্লেখ কৰিছে ।

Archbishop Emeritus Desmond Tutu was a guiding light for countless people globally. His emphasis on human dignity and equality will be forever remembered. I am deeply saddened by his demise, and extend my heartfelt condolences to all his admirers. May his soul rest in peace.

— Narendra Modi (@narendramodi) December 26, 2021

His Holiness the Dalai Lama sends his condelences on the passing of Archbishop Desmond Tutu. https://t.co/njLb7BY3Ky

— Dalai Lama (@DalaiLama) December 26, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dalai LamaDesmond TutuNarendra Modipasses away
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d