Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শালবাৰীৰ হতাপাৰাত বিপিএফৰ যোগদান সভা

দেৰশতাধিকৰ বিপিএফত যোগদান

publisher by publisher
December 29, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
শালবাৰীৰ হতাপাৰাত বিপিএফৰ যোগদান সভা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

বাগসা জিলাৰ শালবাৰীৰ হতাপাৰাত আজি বিপিএফৰ এখন যোগদান সভা অনুষ্ঠিত হয় ৷ বিপিএফৰ শালবাৰী জিলা কমিটীৰ সভাপতি তথা এম চি এল এ জয় মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্ন দল সংগঠনৰ প্ৰায় দেৰশতাধিক নেতা কৰ্মী আৰু সমৰ্থকে আনুষ্ঠানিকভাবে বিপিএফ দলত যোগদান কৰে ৷

ADVERTISEMENT

উক্ত সভাত বিপিএফৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োই অংশগ্ৰহণ কৰি কয় যে বিটিচিত চৰকাৰৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে৷বিটিচিত ইউপিপিএল চৰকাৰে জনসাধাৰণক সমমৰ্যাদা,সম অধিকাৰ দিব পৰা নাই ।

বিটিচিৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰাৰ ক্ষেত্ৰত ইউপিপিএল চৰকাৰ ব্যৰ্থ হৈছে ৷ বিটিচিৰ সকলো স্তৰৰ ৰাইজে উপলব্ধি কৰিছে যে এই চৰকাৰে বিটিচিৰ সকলো ধৰণৰ বিকাশ কৰাৰ ক্ষেত্ৰত সমৰ্থ হোৱা নাই৷

যাৰ বাবে আজি বিপিএফ দলৰ প্ৰতি আকৰ্ষিত হৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে দলে দলে যোগদান কৰিবলৈ আগবাঢ়ি আহিছে৷ইয়াতেই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰৰ বিফলতা প্ৰমাণিত হৈছে৷

ৰাইজৰ উন্নয়নৰ বাবে যিখিনি কৰিব লাগে সেইখিনি আজি ইউপিপিএল চৰকাৰে কৰিব পৰা নাই ৷ বিটিচিৰ ৰাস্তাঘাটৰ লগতে বিভিন্ন দিশত উন্নতি হৈছিল কেবল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ দিনতহে আৰু ৰাইজে সেয়া দেখিছে ৷

মুঠতে বিটিচিত বিপিএফ দলৰ বাদে আনে উন্নয়ন সম্ভৱ কৰিব নোৱাৰে ৷ ৰাজনীতিত পৰিৱৰ্তন অসম্ভৱ নহয়৷বিপিএফ দলৰো বহুকেইগৰাকী এমচিএলএ আছে৷গতিকে দিছপুৰে বিচাৰিলে চৰকাৰ পৰিৱৰ্তনত একো অসম্ভৱ নহ’ব৷দিশপুৰে বিটিচি কেনেকৈ চলাব বিচাৰি আছে তাৰ অংক বা পলিচি তেওঁলোকৰ হাততেই নিৰ্ভৰ কৰিব ।

ষষ্ঠ অনুসুচীৰ যিখিনি অধিকাৰ দিয়া আছে সেয়া সম্পূৰ্ণৰূপে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখন বিফল হৈছে৷ বিটিচিৰ ১৬ টাকৈ বিভাগ যি এৰি দিয়া হৈছে সেয়া বিপিএফৰ দিনত নাছিল ৷ সভাখনত বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মিলন বড়োই অংশ গ্ৰহণ কৰি দলৰ সাংগঠনিক ভেটি মজবুট কৰি তুলিবলৈ নতুনকৈ যোগদান কৰা সদস্যসকলক আহ্বান জনায়।

আজিৰ এই সভাখনত বি পি এফৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক লোহিত দৈমাৰী, ফণীধৰ বসুমতাৰী, শালবাৰী জিলা কমিটীৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস,আখতাৰা বেগম আহমেদ,ফৰিদা খাতুনকে ধৰি ভালে সংখ্যক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

তথ্য অনুসৰি আজি এ আই ইউ ডি এফ, ইউ পি পি এলৰ আৰু বিজেপিৰ কেবা গৰাকী বিষয় ববীয়া কৰ্মী সমৰ্থকে বিপিএফত যোগদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFSalbariUPPL
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d