Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

WHO : অতিমাৰী অন্ত হোৱাৰ লক্ষণ নাই, মত হু-ৰ

publisher by publisher
January 20, 2022
in COVID-19, International, News
Reading Time: 1 min read
0
WHO : অতিমাৰী অন্ত হোৱাৰ লক্ষণ নাই, মত হু-ৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

বিশেষজ্ঞসকলৰ অধিকাংশৰে মত ক’ভিড অতিমাৰী এইবাৰ অন্তৰ পথত । ইউৰোপে জনাইছে, ক’ভিড লাহে লাহে সাধাৰণ ফ্লু লৈ পৰিৱৰ্তিত হ’ব । যদিও বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ প্রধান টেড্র’ছ এডানম গেব্রিয়েছাছে আজি কয়, ‘‘অতিমাৰী শেষ হোৱাৰ কোনো লক্ষ্মণ নাই ।’’ অ’মিক্রনক যিদৰে লঘু কৰি লোৱা হৈছে, এই প্রসংগতো তেওঁ কয়, ‘‘কোনো ভুল নকৰিব । অ’মিক্রনত হাস্পাতালত ভর্তি হ’বলগীয়া হৈছে, মৃত্যুও হৈছে ।’’ তেওঁ কয়, ‘‘গড়ে হয়তো সৰহ সংখ্যক লোকেই কম ভুগিছে । কিন্তু যিদৰে লঘুভাৱে লোৱা হৈছে, সেইটো ভুল । ইয়াৰ ফলত ভুল বার্তা প্ৰচাৰ হৈছে । মানুহে প্রাণৰ মূল্য দিবলগীয়া হৈছে ।’’

ADVERTISEMENT

কৰ’না ভাইৰাছৰ ডেল্টা ষ্ট্ৰেনৰ তুলনাত সম্প্ৰতি ইয়াক নিৰীহ যেন লাগিলেও অ’মিক্রনৰ প্রভাৱ ক’ত স্তব্ধ হ’ব, তাক লৈ চিন্তিত আমেৰিকা । এটা নতুন সমীক্ষাত দাবী কৰা হৈছে, মার্চৰ মাজভাগতে প্ৰায় ৫০ হেজাৰৰ পৰা তিনি লাখ লোকৰ প্রাণহানি হ’ব ‌পাৰে দেশত । ইতিমধ্যে দেশখনত চাৰে আঠ লাখ লোকৰ মৃত্যু হৈছে ক’ভিডত । সমগ্ৰ বিশ্বত ক্ষতিৰ তালিকাত শীর্ষত আছে আমেৰিকা ।

নৱেম্বৰৰ পৰা সংক্রমণ পুনৰ বৃদ্ধি হ’বলৈ লয় আমেৰিকাত । লগতে ডেল্টা আৰু অ’মিক্রনৰ ঢৌ । ক্রমে অ’মিক্রনেই মূল সংক্রামক ষ্ট্ৰেন হৈ উঠিছে । বিশেষজ্ঞসকলৰ দাবী, টিকাকৰণে বহু পৰিমাণে ক্ষয়ক্ষতি ৰোধ কৰিছে । সেয়ে বিগত বৰ্ষৰ দৰে মৃত্যুৰ ঢল নমা নাই । যদিও বহু হাস্পাতালত শয্যাৰ অভাৱ, স্বাস্থ্যকর্মচাৰীসকলৰ অনেকেই সংক্রমিত । ৰাষ্ট্ৰপতি জ’ বাইডেন ঘোষণা কৰিছে, বিপর্যস্ত প্রদেশসমূহত সেনাবাহিনীৰ স্বাস্থ্য কর্মচাৰীসকলৰ নিয়োগ কৰা হ’ব ।

আজি ৰাষ্ট্ৰপতি বাইডেনে জনাইছে, ভাল গুনমানৰ ৪০ কোটি মাস্ক বিনামূল্যে বিতৰণ কৰা হ’ব জনসাধাৰণৰ মাজত । মাস্ক পৰিধান কৰাৰ প্রয়োজনীয়তা সম্পর্কে জনসাধাৰণক সচেতন কৰিবলৈ এই চৰকাৰী উদ্যোগ । আগন্তুক সপ্তাহৰ পৰা এই কাৰ্য আৰম্ভ হ’ব । সেয়ে দেশৰ বিভিন্ন প্রান্তত হেজাৰ দশকত কেন্দ্র নির্ধাৰণ কৰা হৈছে ।

মাস্ক পৰিধান কৰাৰ উপৰিও কৰ’না পরীক্ষা কৰাতো জোৰ দিয়া হৈছে দেশখনত । কালি এটা ৱেবছাইট আৰম্ভ কৰা হৈছে । এই ৱেবছাইটত আমেৰিকাবাসীয়ে ঘৰতে বিনামূল্যে কৰ’না পৰীক্ষা কৰাব পাৰিব‌ । দেশজুৰি কোটিৰো অধিক ৰেপিড টেষ্ট কিট বিতৰণৰ চিন্তা-চৰ্চাও কৰিছে চৰকাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CORONAVIRUSWHO
publisher

publisher

Related Posts

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d