Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ukraine : ইউক্রেইন সীমান্তত গোপনে যুদ্ধৰ প্রস্তুতি চলাইছে ৰাছিয়াই, অভিযোগ আমেৰিকাৰ

publisher by publisher
February 17, 2022
in India, News
Reading Time: 1 min read
0
Ukraine : ইউক্রেইন সীমান্তত গোপনে যুদ্ধৰ প্রস্তুতি চলাইছে ৰাছিয়াই, অভিযোগ আমেৰিকাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ প্রতিশ্রুতিত বিশ্বাস ৰাখিবলৈ অপ্ৰস্তুত আমেৰিকা । মুখত বাহিনী প্রত্যাহাৰৰ কথা ক’লেও ৰাছিয়াই যিকোনো সময়ত ইউক্রেইনৰ ওপৰত আক্ৰমণ কৰিব পাৰে বুলি বুধবাৰে শংকা প্রকাশ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । এইবাৰ পেন্টাগনৰ তৰফৰ পৰা অভিযোগ কৰা হ’ল, গোপনে ইউক্রেইন সীমান্তত যুদ্ধৰ প্রস্তুতি আৰম্ভ কৰিছে ৰাছিয়াই । সেই উদ্দেশ্যে প্রায় সাত হেজাৰ অতিৰিক্ত সেনা মোতায়েন কৰা হৈছে ।

ADVERTISEMENT

আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰৰ এগৰাকী বিষয়াই বুধবাৰে নিশা কয়, ‘‘ৰাছিয়াই দাবী কৰিছে, তেওঁলোকে ইউক্রেইন সীমান্তৰ পৰা সেনা ঘূৰাই আনিছে । কিন্তু আমি জানিব পৰা মতে, সেই দাবী সম্পূৰ্ণ ভূৱা ।’’

প্রসংগত, মস্কোৰ তৰফৰ পৰা মঙলবাৰে ইউক্রেইনৰ স’তে যুদ্ধৰ সম্ভাৱনা খাৰিজ কৰা হয় । ৰুছ প্রতিৰক্ষা মন্ত্রণালয়ৰ মুখপাত্র আইগৰ কোনাশেনকভে জনায়, দক্ষিণ আৰু পশ্চিম প্রদেশৰ সেনা বাহিনীৰ সংশ্লিষ্ট মহৰা শেষ হোৱাত তেওঁলোক শিবিৰলৈ উভতি গৈছে ।

তাৎপর্যপূর্ণভাৱে ৰাছিয়াৰ এই ঘোষণাক স্বাগত জনালেও, নেটো জোটৰ প্রধান জেন্স ষ্টলটেনবার্গে কয়, ‘‘এই বার্তাই কিছু পৰিমাণে হ’লেও আশাৰ কিৰণ দেখুৱাইছে । অৱশ্যে বাস্তৱত ৰাছিয়াই সেনা প্ৰত্যাহাৰ নকৰা পর্যন্ত বিশ্বাস কৰিব পৰা নাযায় ।’’

ৰাছিয়াই যিকোনো সময়তে ইউক্রেইনৰ ওপৰত আক্ৰমণ কৰিব পাৰে বুলি বুধবাৰে শংকা প্রকাশ কৰে বাইডেনেও । তেওঁ কয়, ‘‘ৰাছিয়াই সঁচাকৈয়ে সীমান্তৰ পৰা কিছু বাহিনী প্ৰত্যাহাৰ কৰিছে, তাৰ প্রমাণ কিন্তু আমি পোৱা নাই । বিশেষজ্ঞসকলে জনাইছে, ৰুছ সেনা ইউক্রেইনৰ সীমান্তৱৰ্তী এনে ঠাইত আছে, যি এতিয়াও যথেষ্ট সংকটজনক ।’’

লগতে ভ্লাদিমিৰ পুতিনে চৰকাৰক সকীয়নি দি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয়, ‘‘ৰাছিয়াই যদি ইউক্রেইনত আক্ৰমণ কৰে, তাৰ ফল ভোগ কৰিবলৈও তেঁওলোকে প্রস্তুত থাকিব লাগিব । আমি এতিয়াও কূটনৈতিক পথেৰেই ইয়াৰ মীমাংসা হোৱাটো বিচাৰো ।’’

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়েও ৰাছিয়াৰ সেনা প্রত্যাহাৰৰ প্রতিশ্রুতিক লৈ সংশয় প্রকাশ কৰি এক বার্তাত কয়, ‘‘ৰাছিয়াই বাহিনী প্ৰত্যাহাৰ কৰাৰ যি প্রতিশ্রুতি দিছিল, বাস্তৱত আমি এতিয়াও তাৰ কোনো প্রমাণ পোৱা নাই ।’’ প্রসংগত, বুধবাৰে ইউক্রেইন সীমান্তত সম্ভাব্য যুদ্ধ পৰিস্থিতিক লৈ ভাৰতৰ স’তে আলোচনা কৰিছে ইউৰোপীয় ইউনিয়নে (ইইউ) ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Joe BidenPentagonRussiaUkraine
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d