Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘আপুনিতো ২২ মাহেও মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে’, মনমোহনৰ মোদী-সমালোচনাত সৰৱ নির্মলা সীতাৰমন

publisher by publisher
February 18, 2022
in India, News, Politics
Reading Time: 1 min read
0
‘আপুনিতো ২২ মাহেও মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে’, মনমোহনৰ মোদী-সমালোচনাত সৰৱ নির্মলা সীতাৰমন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

বৃহস্পতিবাৰে এটা ভিডিঅ’ বার্তাত নিজৰ উত্তৰসূৰীক বেনজিৰ ভাষাত আক্রমণ কৰিছে প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে (Manmohan Singh) । সেই ভিডিঅ’কে লৈ আৰম্ভ হৈছে বিতর্ক । এইবাৰ ৮৯ বছৰীয়া প্রবীণ নেতাক আক্রমণ কৰিলে বিত্তমন্ত্রী নির্মলা সীতাৰমণে (Nirmala Sitharaman) ।

ADVERTISEMENT

ভিডিঅ’ বার্তাত মনমোহন সিঙে কয়, “ইপিনে মানুহ সমস্যাত । আনহাতে, চাৰে সাত বছৰ ধৰি ক্ষমতাত থকা কেন্দ্রীয় চৰকাৰে নিজৰ ভুল স্বীকাৰ নকৰি আজিও প্রথম প্রধানমন্ত্রী নেহৰুক (Jawaharlal Nehru) দোষাৰোপ কৰি আহিছে । ম‌ই ভাবো প্রধানমন্ত্রী পদৰ এটা নিজস্ব মর্যাদা আছে । নিজৰ ভুলৰ বাবে ইতিহাসক দোষ নিদি সেই মর্যাদা বজায় ৰখা উচিত । ম‌ই যি ১০ বছৰ প্রধানমন্ত্রী আছিলো মোৰ কামে কথা কৈছে । ম‌ই কেতিয়াও বিশ্বৰ আগত দেশৰ সন্মানহানি হ’বলৈ দিয়া নাই ।”

নিজৰ নীৰৱতাৰ বাবে পৰিচিত মনমোহনৰ এই বেনজিৰ আক্রমণৰ উত্তৰত কি কৈছে বিত্তমন্ত্রীয়ে ? তেওঁক আক্রমণ কৰি বিত্তমন্ত্ৰী সীতাৰমনে কয়,”তেওঁ এনে এজন প্রধানমন্ত্রী যিয়ে ভাৰতক দুৰ্বল অর্থনীতিৰ দেশত পৰিণত কৰিবৰ বাবে স্মৰণীয় । ২২ মাহেও যিয়ে মুদ্রাস্ফীতিক নিয়ন্ত্রণ কৰিব নোৱাৰিলে । এনে এগৰাকী প্রধানমন্ত্রী, যিয়ে চকুৰ পছাৰতে দেখিছিল দেশৰ মূলধন বাহিৰলৈ গৈছে । আমাৰ বৈদেশিক মুদ্রাৰ সঞ্চয় ২৭৫ বিলিয়ন মার্কিন ডলাৰৰ পৰা বিগত সাত বছৰত ৬৩০ বিলিয়ন মার্কিন ডলাৰত পৰিণত হৈছে । অথচ তেওঁ হঠাৎ দেশৰ অর্থনীতিক লৈ মাত মাতিছে । এয়া পঞ্জাৱ নির্বাচনৰ (Punjab Election) বাবে নেকি ‌?”

লগতে তেওঁ প্রশ্ন উত্থাপন কৰিছে যে কংগ্রেছ শাসিত পঞ্জাৱত যেতিয়া লাভ ৰাখি টিকা বিক্রী কৰা হৈছিল, তেতিয়া মনমোহন কিয় নীৰৱ আছিল । বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ”ম‌ই আপোনাক শ্রদ্ধা কৰো । কিন্তু এই ধৰণৰ কথা আপোনাৰ পৰা আশা কৰা নাছিলো । কেৱল নিৰ্বাচনৰ বাবে এজন শিক্ষিত প্রধানমন্ত্রী, যি দেশৰ শ্ৰেষ্ঠ অর্থনীতিবিদসকলৰো এজন, তেওঁ অতিমাৰীৰ সময়তো দেশক দ্রুততম অর্থনৈতিক উন্নতিৰ দিশত যাবলৈ এনে কথা কৈছে !”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Manmohan SinghNarendra ModiNirmala Sitharaman
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d