Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰিৰ শিক্ষানুষ্ঠানত হেলমেট অবিহনে প্ৰৱেশ নিষেধ

শিক্ষাগুৰুসকলক লৈ সজাগতা অভিযান পৰিবহন বিভাগৰ

publisher by publisher
February 18, 2022
in Assam, India, News
Reading Time: 1 min read
0
ওদালগুৰিৰ শিক্ষানুষ্ঠানত হেলমেট অবিহনে প্ৰৱেশ নিষেধ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Udalguri :ওদালগুৰিৰ অবৈধ কাৰ্যকলাপক লৈ কঠোৰ আৰক্ষী

ওদালগুৰি জিলাৰ শিক্ষানুষ্ঠানসমূহত হেলমেট পৰিধান নকৰা অথবা ছিটবেল্ট পৰিধান নকৰাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা পৰিবহন বিভাগে । শিক্ষাৰ্থী, শিক্ষাগুৰু তথা শিক্ষানুষ্ঠানৰ আন কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব । এই ঘোষণা কৰে ওদালগুৰি জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰীয়ে ।

ADVERTISEMENT

আজি ওদালগুৰি জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত ওদালগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক পথ সুৰক্ষা বিষয়ক সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । জিলা অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰাৰ সভাপতিত্বত ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলক লৈ অনুষ্ঠিত হোৱা এই সজাগতা অনুষ্ঠানত বিভিন্নজনে পথ সুৰক্ষাৰ ওপৰত ভাষণ প্ৰদান কৰে । সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলা পৰিবহন বিষয়া ধজেন বসুমতাৰীয়ে । ইয়াৰ পাছত কাৰ্যসূচী অনুসৰি বিগত ছয় ডিচেম্বৰৰ পৰা ওদালগুৰি জিলাৰ বিভিন্ন স্থানত পৰিবহন বিভাগটোৱে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে । বিশেষকৈ বিগত বৰ্ষবোৰত বনভোজৰ বতৰত কেইৱাটাও পথ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱা ওদালগুৰি-ভৈৰৱকুণ্ড পথচোৱাত দুৰ্ঘটনা ৰোধৰ লক্ষৰে কে’বাটাও কাৰ্যব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে ।

পথটোৰ দূৰ্ঘটনাপ্ৰবন এলেকাসমূহত গতিৰোধক স্থাপনৰ লগতে বিভিন্ন স্থানত বাহনৰ গতি বেগ নিয়ন্ত্ৰণৰ বাবে ফলক লগোৱা তথা বিভিন্ন সময়ছোৱাত পথটোত পৰিবহন বিভাগৰ তালাচীৰ বাবে এইবাৰৰ বনভোজৰ বতৰত পথটোত দুৰ্ঘটনাৰ পৰিমাণ বহুগুণে হ্ৰাস পোৱা বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে । বিষয়া বসুমতাৰীয়ে আজিৰ সজাগতা সভাত বিভিন্ন পথ দুৰ্ঘটনাৰ ফটো প্ৰদৰ্শনৰ দ্বাৰা কোনবোৰ কাৰণত সঘনে দুৰ্ঘটনা সংঘটিত হয় বা কোনবোৰ সাৱধানতা অৱলম্বন কৰিলে দুৰ্ঘটনাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰি সেই বিষয়েও আলোকপাত কৰে ।

ইয়াৰ মাজতে জিলা পৰিবহন বিষয়াগৰাকীয়ে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ জিলাখনৰ সকলো শিক্ষানুষ্ঠানত দুচকীয়া বাহনত হেলমেট পৰিধান নকৰাকৈ অথবা চাৰিচকীয়া বাহনত ছিটবেল্ট পৰিধান নকৰিলে প্ৰৱেশ নিষিদ্ধ কৰিবলৈ শিক্ষাগুৰুসকলক আহ্বান জনায়। ইয়াৰ উপৰি জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰৱেশ দুৱাৰত দুজোপাকৈ গছ ৰোপন কৰি সেই স্থানত ইটাৰে বেৰ দি গছ দুজোপা যতন ৰাখিবলৈ আহ্বান জনাই এই কাৰ্যৰ বাবদ সংশ্লিষ্ট প্ৰতিখন বিদ্যালয়লৈ ছহেজাৰ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । লগতে প্ৰতিখন বিদ্যালয়ত বছৰেকত এটা দিন পথ সুৰক্ষা সন্দৰ্ভত শিক্ষাৰ্থীক শিক্ষা দিবলৈ সভাত উপস্থিত শিক্ষাগুৰুসকলক আহ্বান জনায় ।

সভাখনত ভাষণ প্ৰদান কৰি ওদালগুৰি জিলা আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মণে সকলোকে সাৱধানতাৰে বাহন চলাবলৈ আহ্বান জনায় । বৰ্তমানৰ সময়ৰ স’তে সকলোৱে আগুৱাব লাগিব যদিও কিছুমান অশুভ পৰম্পৰা অথবা বাহন চলোৱাৰ সময়ত নিচাসক্ত হৈ বাহন চলাই অধিক আধুনিকতাৰ চোলা পিদ্ধি নিজৰ জীৱনক মৃত্যুৰ মুখলৈ ঠেলি নিদিবলৈ সকলোকে আহ্বান জনায় । কথাৰ দ্বাৰা যিসকলে নুবুজে সেইসকলৰ বিৰুদ্ধে প্ৰয়োজনত আৰক্ষী কঠোৰ হ’বলৈ বাধ্য হ’ব বুলিও তেওঁ উল্লেখ কৰে । আজিৰ এই সজাগতা সভাত জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পালসিং ব্ৰহ্ম, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অভিজিৎ বাসু, ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ লুক দৈমাৰী, জিলা এমভিআই নইমুদ্দিন আহমেদৰ লগতে বিভিন্নজন উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Transport DepartmentUdalguri
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d