Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পত্নীৰ বাবে ডিগ্ৰী বন্ধক ৰাখিলে চিকিৎসকে

ক'ভিডত আক্ৰান্ত হৈ ভেণ্টিলেচনত থকা জীৱন সংগীৰ বাবে প্ৰায় সৰ্বস্ব বিসৰ্জন

publisher by publisher
February 18, 2022
in India, News
Reading Time: 1 min read
0
পত্নীৰ বাবে ডিগ্ৰী বন্ধক ৰাখিলে চিকিৎসকে
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

ৰাজস্থানত পেলেষ্টাইনৰ সমৰ্থনত প’ষ্টাৰ! ভাৰত এৰিবলৈ নিৰ্দেশ বিদেশী দম্পতীক

কৰ’নাত আক্ৰান্ত হৈ জটিল অৱস্থাত পৰি হাস্পতালৰ ভেণ্টিলেচনত আছিল পত্নী । ব্যক্তিগত হাস্পতালৰ বিপুল পৰিমাণৰ বিল পৰিশোধ কৰাৰ বাবে নিজৰ এমবিবিএছ ডিগ্ৰীকেই বন্ধকত ৰাখিলে তেওঁৰ চিকিৎসক স্বামীয়ে । ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ৰ এই ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে ।

ADVERTISEMENT

ৰাজস্থানৰ বাসিন্দা ৩২ বছৰ বয়সীয়া ডাঃ সুৰেশ চৌধুৰীয়ে পত্নী অনিতা আৰু পাঁচ বছৰৰ পুত্ৰৰ স’তে পালি জিলাৰ খেৰুৱা অঞ্চলত বাস কৰে । যোৱা বছৰ দ্বিতীয় ঢৌত হঠাৎ অসুস্থ হৈ পৰে অনিতা । তেওঁৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে । শ্বাস-প্ৰশ্বাসৰ কষ্টসহ অন্যান্য উপসৰ্গ বাঢ়ি থকাত চৌধুৰীয়ে পত্নীক স্থানীয় চৰকাৰী হাস্পতাললৈ নিয়ে । অৱশ্যে ৰোগীৰ ভিতৰত বিছনা নাপালে । বাধ্য হৈ তেওঁ পত্নীক যোধপুৰ এইম্‌ছত ভৰ্তি কৰালে । ইফালে, নিজেও চিকিৎসক হোৱাৰ বাবে ক’ভিড পৰিস্থিতিত পত্নীৰ শুশ্ৰূষাৰ বাবে দীঘলীয়া ছুটি লোৱাটো তেওঁৰ বাবে সম্ভৱ নাছিল । সেয়ে নিকটাত্মীয়ক পত্নী আৰু সন্তানৰ চোৱাচিতাৰ ভাৰ দি তেওঁ সেই সময়ত নিয়মিত হাস্পতালৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল । ইপিনে, দিনে দিনে অনিতাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ।

চৌধুৰীয়ে জানিব পাৰে যে পত্নীৰ হাওঁফাওঁৰ ৯৫ শতাংশ বিকল হৈ পৰিছে । তেতিয়ালৈ চিকিৎসকেও অনিতাৰ আশা এৰি দিছিল । অৱশ্যে পত্নীক সুস্থ কৰি ঘৰলৈ ঘূৰাই আনিবলৈ বদ্ধপৰিকৰ আছিল ডাঃ চৌধুৰী । উন্নত চিকিৎসাৰ বাবে তেওঁ পত্নীক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় । সেই হাস্পতালত অনিতাক ভেণ্টিলেটৰত ৰাখিবলগীয়া হয় । কিয়নো ইতিমধ্যে ওজন ৫০ৰ পৰা ৩০ কিলোগ্ৰামলৈ হ্ৰাস পাইছিল, প্ৰায় বিকল হৈ পৰিছিল হাওঁফাওঁ আৰু হৃদপিণ্ড । ইকম’ যন্ত্ৰৰ সহায়ত কোনোমতে তেওঁৰ প্ৰাণটো বৰ্তি আছিল ।

ইফালে, বেচৰকাৰী হাস্পতালখনত সেই চিকিৎসা চলোৱাৰ বাবে দৈনিক প্ৰায় এক লাখ টকাৰ প্ৰয়োজন আছিল । সেই পৰ্বতপ্ৰমাণ বিলৰ বাবে জমা থকা ১০ লাখ টকা নিমিষতে শেষ হৈছিল । তথাপি আশা এৰা নাছিল ডাঃ চৌধুৰীয়ে । বাকী প্ৰয়োজনীয় ধন যোগাৰ কৰাৰ বাবে যুৱ চিকিৎসকজনে নিজৰ এমবিবিএছ ডিগ্ৰীকে বন্ধকত থোৱাৰ সিদ্ধান্ত লয় । তাৰ বিনিময়ত তেওঁ ৭০ লাখ টকা পায় । ইয়াৰ উপৰি মাটি বিক্ৰী, বন্ধুৰ পৰা ঋণ আদি লৈ আৰু কিছু ধন যোগাৰ হয় । অৱশেষত হাস্পতালৰ বিল পৰিশোধ কৰি পত্নীক সম্পূৰ্ণ সুস্থ কৰি ঘৰলৈ আনিবলৈ সক্ষম হয় ডাঃ চৌধুৰী । তেওঁৰ এই ত্যাগে সম্প্ৰতি যথেষ্ট প্ৰশংসা বুটলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RajasthanSuresh Choudhary
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d