Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ইউক্ৰেইনৰ এইসকল সুন্দৰী সৈনিকে দেশৰ বাবে দিব প্ৰাণ আহুতি

publisher by publisher
February 23, 2022
in International, News
Reading Time: 1 min read
0
ইউক্ৰেইনৰ এইসকল সুন্দৰী সৈনিকে দেশৰ বাবে দিব প্ৰাণ আহুতি
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

পুতিনৰ স’তে আমেৰিকাৰ দূত–কুশনাৰৰ বৈঠক!

ইউক্রেনত পুনৰ ৰাছিয়াৰ আক্ৰমণ!

ৰাছিয়াই ইউক্রেইনক আক্রমণ কৰিবলৈ উদ্যত হােৱাত সম্ভাৱ ৰুছ। সৈনিকৰ আক্ৰমণৰ প্রত্যুত্তৰ দিবলৈ সাজু হ’ল কীভৰ সেনা বাহিনী। ইউক্রেইনৰ সেনা বাহিনীৰ অন্যতম এক অংগ হৈছে মহিল সেনা বাহিনী। অত্যাধুনিক অস্ত্র-শস্ত্ৰৰে সজ্জিত ইউক্রেইনৰ এই মহিলা সেনা বাহিনীয়ে সময়ে সময়ে সমগ্র বিশ্বৰে দৃষ্টি আকর্ষিত কৰি আহিছে।

ADVERTISEMENT

ৰাছিয়াই ইউক্রেইনক চাৰিও দিশৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ বাবে সাজু হােৱা বুলি বাতৰি প্ৰচাৰিত হােৱাৰ পাছতে এতিয়া ইউক্রেইনৰ সেনা বাহিনীৰ এইসকল সুন্দৰী মহিলা সদস্যয়াে হাতত অস্ত্র তুলি মাতৃভূমিক ৰক্ষা কৰিবলৈ প্রস্তুত হৈছে। প্রকাশিত বাতৰি অনুসৰি সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অন্যান্য বিভিন্ন পেছাৰ স’তে জড়িত হেজাৰ হেজাৰ মহিলাই ইউক্রেইনৰ সেনা বাহিনীৰ ‘ছর্ট ছাৰ্ভিচ’ সেৱাত যােগদান কৰিছে।

এইসকল মহিলা সৈন্যক প্রদান কৰা হৈছে অত্যাধুনিক অস্ত্র-শস্ত্র চালনাৰ প্রশিক্ষণ। বন্দুক চালনাৰ পৰা আৰম্ভ কৰি প্ৰাথমিক চিকিৎসা প্রদান আৰু আত্মসুৰক্ষাৰ বিভিন্ন কৌশল আহৰণ কৰিলে এইসকল সুন্দৰী সৈনিকে।প্রকাশিত বাতৰি অনুসৰি, ইউক্রেইনক সাম্প্রতিক সংকটৰ প্রতি লক্ষ্য ৰাখি এইসকল মহিলাই সকলাে কাম-কাজ আৰু নিজৰ ঘৰ পৰিয়াল, সন্তানক এৰি থৈ এইদৰে সেনা বাহিনীত দেশমাতৃক ৰক্ষাৰ বাবে সংকল্পৰে যােগদান কৰিছে।

দেশৰ সংকটৰ প্রতি লক্ষ্য ৰাখি ইউক্রেইন চৰকাৰে ইতিমধ্যে ২০ৰ পৰা ৬০ বছৰ বয়সীয়া মহিলাক সেনাত অন্তর্ভুক্ত কৰিছে। দেশৰ সামৰিক বাহিনীত পূৰ্বৰে পৰা ৩০ হেজাৰৰাে অধিক মহিলা সৈনিক আছিল। উল্লেখ্য যে ১৯৯৩ৰ পৰা ইউক্রেইনত মহিলা সৈনিকক নিযুক্তি প্রদান কৰা হৈছিল।

বিগত তিনি দশকত দেশখনৰ মহিলা সৈনিকসকলে সকলাে দিশতে পুৰুষৰ সমানে অগ্রসৰ হৈ নিজৰ দক্ষতা প্রদর্শন কৰি আহিছে। বর্তমানে দেশখনত ৩১ হেজাৰ মহিলা সৈনিক আছে আৰু ইয়াৰে ১১০০ গৰাকী হৈছে মহিলা সেনা বিষয়া। উল্লেখ্য যে যােৱা বছৰত হাইহীল চেণ্ডেল পৰিধান কৰি ইউক্রেইনত সুন্দৰী সৈনিকে পেৰেডত অংশ লৈ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। শেহতীয়া সংকটৰ প্রতি লক্ষ্য ৰাখি বর্তমানে ৬০ বছৰীয়া মহিলাও সেনাত ভর্তি হৈ অস্ত্ৰচালনাৰ প্রশিক্ষণ গ্রহণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: militarysoldierUkraineWomen
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d