Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Russia-Ukraine War : ইউক্রেইনৰ পৰা উভতা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে দেশতেই ইন্টার্নশ্বিপ কৰিব পাৰিব

publisher by publisher
March 5, 2022
in India, News
Reading Time: 1 min read
0
Russia-Ukraine War : ইউক্রেইনৰ পৰা উভতা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে দেশতেই ইন্টার্নশ্বিপ কৰিব পাৰিব
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

kokrajhar Medical College: ৰাজ্যৰ স্বাস্থ্য সেৱাৰ বাবে এটা ভাল খবৰ

MBBS : এমবিবিএছত আঠ বছৰত ৭৭ শতাংশ আসন বৃদ্ধি, তথাপিও দেশত চিকিৎসকৰ অভাৱ ৮০ শতাংশ

Indian Medical Students : ইউক্ৰেইনৰ পৰা উভতি অহা মেডিকেলৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ

যুদ্ধবিধ্বস্ত ইউক্রেইনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় মেডিকেল কমিছন বা এনএমচি-য়ে । ৰাছিয়া-ইউক্রেইন যুদ্ধৰ বাবে যিসকল চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে ইন্টার্নশ্বিপ সম্পূর্ণ নৌহওঁতেই দেশলৈ উভতি আহিবলৈ বাধ্য হৈছে, তেওঁলোকে ইয়াতেই সেই কোৰ্ছ শেষ কৰিব পাৰিব । শুকুৰবাৰে এটা বিবৃতিত এই তথ্য জনালে এনএমচি-য়ে । এই শিক্ষাৰ্থীসকলৰ পৰা সংশ্লিষ্ট মেডিকেল কলেজে কোনো মাছুল ল’ব নোৱাৰিব । ইয়াৰ উপৰি, দেশৰ কলেজত শিক্ষাগ্ৰহণ কৰা চিকিৎসকসকলৰ সমমর্যাদাৰ সুযোগ-সুবিধা আৰু বৃত্তিও তেওঁলোকে লাভ কৰিব বুলি জনাইছে ৰাষ্ট্ৰীয় মেডিকেল কমিছনে ।

ADVERTISEMENT

উল্লেখ্য, বিগত বৰ্ষৰ নৱেম্বৰত কার্যকৰ হোৱা নতুন নিয়ম অনুসৰি, একেই মেডিকেল কলেজৰ পৰা স্নাতক আৰু ১২ মাহৰ ইন্টার্নশ্বিপ কৰিব লাগিব চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে । যুদ্ধ পৰিস্থিতিত ইউক্রেইনৰ পৰা উভতা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্রত এই নিয়ম পৰিৱৰ্তন কৰা হৈছে । বিবৃতিত কোৱা হয়, ‘কিছুসংখ্যক মেডিকেল স্নাতকে বিদেশৰ পৰা উভতি আহিবলৈ বাধ্য হৈছে । কৰ’না পৰিস্থিতি, তাৰ ওপৰত আকৌ যুদ্ধ । এনে পৰিস্থিতিত দেশত উভতি আহিবলৈ বাধ্য হোৱা শিক্ষাৰ্থীসকলৰ যন্ত্রণা আৰু চাপৰ কথা অনুভৱ কৰি সিদ্ধান্ত লোৱা হৈছে, তেওঁলোকে ইয়াতেই নিজৰ ইন্টার্নশ্বিপ শেষ কৰিব পাৰিব ।’

কিন্তু যিসকল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী স্নাতক নোহোৱাকৈয়ে দেশত উভতি আহিছে তেওঁলোকৰ বাবে একো ব্যৱস্থা কৰা হোৱা নাই নেকি ? অৱশ্যে ইয়াৰ কোনো উত্তৰ পোৱা নাই । এই সম্পর্কিত কোনো বিবৃতিও দিয়া নাই ৰাষ্ট্ৰীয় মেডিকেল কমিছনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: mbbsMedical StudentsNational Medical Commission
publisher

publisher

Related Posts

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d