Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এইবাৰ নতুন ৰূপত মহেন্দ্ৰ সিং ধোনী !

publisher by publisher
March 10, 2022
in India, News
Reading Time: 1 min read
0
এইবাৰ নতুন ৰূপত মহেন্দ্ৰ সিং ধোনী !
2
SHARES
23
VIEWS
ShareShareShareShare

আসন্ন আই পি এলৰ বাবে সাজু হৈছে সকলাে দল। উল্লেখ্য যে এইবাৰ আইপি এলৰ উদ্বোধনী মেচত চেন্নাইছুপাৰ কিংছ দলে খেলিব কলকাতা নাইট ৰাইডাছৰ বিৰুদ্ধে।

ADVERTISEMENT

মেচখন অনুষ্ঠিত হ’ব অহা ২৬ মার্চত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত। উল্লেখ্য যে এইবাৰ কৰনাৰ বাবে আই পি এলৰ লীগৰ সকলাে মেচে মহাৰাষ্ট্ৰত হ’ব।

RelatedPosts

এগৰাকী ভাৰতীয় ক্রিকেটাৰক ‘শাৰাপোভা’ বুলি মাতে ধোনিয়ে !

Rajasthan Royals training camp in Guwahati:গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ

Riyan Parag: টি- টুৱেণ্টি বিশ্বকাপৰ পূৰ্বে চলিত আই পি এলত দুৰ্দান্ত ফৰ্মত ৰিয়ান পৰাগ

চাৰিখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ। মুম্বাইৰ তিনিখন ষ্টেডিয়ামত মুঠ ৫৫ খন মেচ হ’ব। ইফালে, ফাইনেলসহ নকআউট মেচ আহমেদাবাদত হ’ব।

নৰেন্দ্ৰ মােডী ষ্টেডিয়ামত অহা ২৯ মে’ত হ’ব আই পি এলৰ ফাইনেল। এইবাৰ আইপিএলত এক নতুন ৰূপত দেখিবলৈ পােৱা যাব মহেন্দ্র সিং ধােনিক।

প্রতিযােগিতা প্রমােছন কৰাৰ বাবে ধােনিয়ে গোঁফ ৰাখিছে। সম্প্রতি তেওঁৰ অনুৰাগীসকলৰ বাবে এয়া চৰ্চাৰ বিষয়াে হৈ পৰিছে।

উল্লেখ্য যে, ভাৰতীয় ক্রিকেটৰ অন্যতম তাৰকা উইকেটকীপাৰ বেটমেন ধােনিয়ে ক্রিকেট কেৰিয়াৰত বাৰে বাৰে হেয়াৰ ষ্টাইল সলনি কৰা দেখা গৈছে।

বিশ্বকাপ বিজয়ী ভাৰতীয় অধিনায়ক গৰাকীৰ হেয়াৰ ষ্টাইলক লৈ কৌতুহলৰাে অন্ত নাই অনুৰাগীৰ। সেইবাবে এইবাৰাে আলােচনাৰ কেন্দ্রবিন্দু হৈ পৰিছে ধােনি। আইপিএল সম্প্রচাৰক চেনেলটোৱে ধােনিক হৈ চলাইছে প্রচাৰ।

আইপিএল প্রচাৰৰ বাবে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কক লৈ প্রম’ নির্মাণ কৰা হৈছে। তাকে লৈ এতিয়া ধােনি অনুৰাগীসকলৰ মনত প্রশ্ন উত্থাপিত হৈছে।

টিভি চেনেলৰ প্র’ম’ত ধােনিক এটা নতুন ৰূপত দেখা গৈছে। ধুনীয়া ডাঠ গোঁফৰ স’তে সম্পূর্ণ নতুন ৰূপত ধােনি। ক্রিকেট এৰিনাতাে বিষয়টো চৰ্চিত হৈ পৰিছে।

স্মর্তব্য যে ধােনিৰ নেতৃত্বত চেন্নাইয়ে চাৰিবাৰ চেম্পিয়ন হৈছে। স্বাভাৱিকতে, প্রতিবাৰে আইপিএলত ধােনিক লৈ থাকে সমর্থক উৎসাহ, উদ্দীপনা।

এইবাৰাে তাৰ ব্যতিক্রম নহয়। এইবাৰ আইপিএলত ছানৰাইজাছ হায়দৰাবাদ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটানছৰ লগত গ্রুপ বি ত আছে ধােনিৰ চেন্নাই। ইফালে, আসন্ন আই পি এলৰ মেচত ২৫ শতাংশ দর্শক ষ্টেডিয়ামত উপস্থিত থাকিব পাৰিব বুলি ইতিমধ্যে ঘােষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: IPLMS Dhoni
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d