Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

The Kashmir Files : ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ প্রশংসাত প্রধানমন্ত্রী, বিশেষ সাক্ষাতৰ ছবি প’ষ্ট প্রযোজকৰ

publisher by publisher
March 13, 2022
in Entertainment, India, Movie, News
Reading Time: 1 min read
0
The Kashmir Files : ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ প্রশংসাত প্রধানমন্ত্রী, বিশেষ সাক্ষাতৰ ছবি প’ষ্ট প্রযোজকৰ
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

মুক্তিৰ আগতেই বেছ আলোড়ন তুলিছিল বিবেক অগ্নিহোত্রীৰ (Vivek Agnihotri) ছবি ‘দ্য কাশ্মীৰ ফাইলছে’ (The Kashmir Files) । বিতর্কও হৈছিল । অৱশ্যে মুক্তিৰ প্রথম দিনতেই বক্স অফিচ কঁপোৱা ব্যৱসায় কৰিছে অনুপম খেৰ (Anupam Kher) অভিনীত এই ছবিয়ে । ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ প্রশংসা কৰিছে নৰেন্দ্র মোদীয়েও (Prime Minister Narendra Modi) ।

ADVERTISEMENT

শনিবাৰে প্রযোজক অভিষেক আগৰৱালে, পৰিচালক বিবেক অগ্নিহোত্রী আৰু অভিনেতা পল্লৱী যোশীসহ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ সমূহ দলেই দেখা কৰিলে প্রধানমন্ত্রী মোদীক । এই ছবিখন মূলতঃ ১৯৯০ত কাশ্মীৰি পণ্ডিতসকলৰ গণহত্যাৰ ওপৰত তৈয়াৰ কৰা হৈছে । অভিনয় কৰিছে অনুপম খেৰ, মিঠুন চক্রৱর্তী, দর্শন কুমাৰ আৰু পল্লৱী যোশীয়ে ।

https://twitter.com/AbhishekOfficl/status/1502659234319667201?s=20&t=ON01JeJNScA579YogSTgsA

ছবিৰ প্রযোজক অভিষেক আগৱালে এদিন মোদীৰ স’তে সাক্ষাতত ছবি প’ষ্ট কৰি সামাজিক মাধ্যমত লিখে, ‘আমি মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী জিৰ স’তে সাক্ষাৎ কৰি খুবেই আপ্লুত । ‘দ্য কাশ্মীৰ ফাইলছ’ ছবি সম্পর্কে তেওঁৰ কথা আৰু প্রশংসাই আৰু বিশেষ কৰি তুলিছিল গোটেই বিষয়টোকে । আমি কেৱল এখন ছবি প্রযোজনা কৰিবৰ বাবে প্রযোজক হোৱা ‌নাই । ধন্যবাদ মোদী জি ।’

I am so glad for you @AbhishekOfficl you have shown the courage to produce the most challenging truth of Bharat. #TheKashmirFiles screenings in USA proved the changing mood of the world in the leadership of @narendramodi https://t.co/uraoaYR9L9

— Vivek Ranjan Agnihotri (@vivekagnihotri) March 12, 2022

প্রযোজকৰ সেই টুইট ৰিটুইট কৰি পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্রীয়ে লিখে, ‘তোমাক লৈ গর্ব হয় অভিষেক আগৰৱাল যে তুমি ভাৰতেৰ সৰ্বাধিক প্ৰত্যাহ্বানমূলক সত্যটো প্রযোজনা কৰাৰ সাহস দেখুৱাইছে । আমেৰিকাত দ্য কাশ্মীৰ ফাইলছৰ স্ক্রিনিঙে প্রমাণ কৰে যে নৰেন্দ্র মোদীৰ নেতৃত্বত বিশ্বৰ দৃষ্টি সলনি কৰিছে ।’

ছবিখন ১১ মার্চত মুক্তি পাইছে আৰু প্রথম দিনাই ৩.৫৫ কোটি টকাৱ ব্যৱসায় কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ANUPAM KHERmovieNarendra ModiThe Kashmir FilesVivek Agnihotri
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d