Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Kim Jong Un : এইবাৰ পৰমাণু পৰীক্ষা কেন্দ্র আৰম্ভ কৰিলে উত্তৰ কোৰিয়াই

publisher by publisher
March 16, 2022
in International, News
Reading Time: 1 min read
0
Kim Jong Un : এইবাৰ পৰমাণু পৰীক্ষা কেন্দ্র আৰম্ভ কৰিলে উত্তৰ কোৰিয়াই
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

নৌসেনাক শক্তিশালী কৰিবলৈ অত্যাধুনিক যুদ্ধজাহাজ নিৰ্মাণ কৰিছে উত্তৰ কোৰিয়াই! 

North Korea Tests Nuclear Weapons Underwater:এইবাৰৰ সমুদ্রত আতংক বিয়পাব উত্তৰ কোৰিয়াই

Kim Jong Un: কিমৰ দেশত গাখীৰ আৰু কফি বিক্ৰী কৰি কাৰাগাৰলৈ গ’ল ছিংগাপুৰত এজন ব্যক্তি

বিগত কিছু সপ্তাহত একাধিক ক্ষেপণাস্ত্র পৰীক্ষা কৰিছে উত্তৰ কোৰিয়াই । যাৰ সমালোচনাত সৰৱ হৈছে আমেৰিকা, জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশ । এইবাৰ কিম জং উনৰ দেশে তেওঁলোকৰ এটা বন্ধ কৰি দিয়া পৰমাণু পৰীক্ষা কেন্দ্র পুনৰ কৰ্যক্ষম কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে বুলি জনালে দক্ষিণ কোৰিয়াৰ সংবাদমাধ্যমে । দক্ষিণ কোৰিয়াৰ সেনা বাহিনীৰ তৰফৰ পৰা দিয়া বিবৃতি উদ্ধৃত কৰি দেশৰ সংবাদমাধ্যমে জনাইছে, সম্প্রতি উপগ্রহ চিত্রত সেই ছবি ধৰা পৰিছে ।

ADVERTISEMENT

২০১৮ত বৈদেশিক সংবাদমাধ্যমৰ উপস্থিতিত পাংগিত-ৰি পৰমাণু পৰীক্ষা কেন্দ্র বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল কিমৰ প্রশাসনে । কিন্তু সম্প্রতি তাতেই পুনৰ নির্মাণকাৰ্য আৰম্ভ হৈছে বুলি উপগ্রহ চিত্রত ধৰা পৰিছে । দক্ষিণ কোৰিয়াৰ শংকা, খুব শীঘ্রেই পৰমাণু বোমাৰ পৰীক্ষা কৰিব পিয়ংইয়েঙে ।

২০১৭ৰ পাছৰ পৰা এই পৰীক্ষা কেন্দ্রত আৰু কোনো পৰমাণু বোমা পৰীক্ষা কৰা নাই উত্তৰ কোৰিয়াই । কিন্তু আমেৰিকাৰ স’তে পৰমাণু নিৰস্ত্রীকৰণ আলোচনা স্তব্ধ হৈ থকাত তেওঁলোকে যিকোনো সময়ত পৰমাণু পৰীক্ষণ কাৰ্যসূচী আৰম্ভ ‌কৰিব পাৰে বুলি শংকা প্রকাশ কৰিছে ।

উত্তৰ কোৰিয়াৰ উত্তর-পূৱ পর্বতে আৱৰা অঞ্চলত পাংগিত-ৰি পৰমাণু পৰীক্ষা কেন্দ্রটো অৱস্থিত । মূল চীনা ভূ-খণ্ডৰ পৰা অঞ্চলটো প্রায় এশ কিলোমিটাৰ দূৰত । ইয়াৰ পূৰ্বে ২০০৬, ২০০৯, ২০১৩, ২০১৬-ৰ জানুৱাৰী আৰু ছেপ্তেম্বৰত আৰু ২০১৭ৰ স’তে মুঠ ছবাৰ পৰমাণু বোমা পৰীক্ষা কৰিছে পিয়ংইয়েঙে । এই পৰীক্ষা কেন্দ্রত প্ৰৱেশ কৰাৰ মূল তিনিটা সুৰংগ পথ ২০১৮ত বৈদেশিক সংবাদমাধ্যমৰ সন্মুখত বন্ধ কৰি দিছিল উত্তৰ কোৰিয়া চৰকাৰে ।

কিন্তু পৰমাণু বিশেষজ্ঞসকলৰ দাবী, তাৰ পাছতো গোপনে পৰমাণু কাৰ্যসূচী চলাই আহিছে কিম প্রশাসনে । কাৰণ এই পার্বত্য অঞ্চলত একাধিকবাৰ ভূমিকম্প অনুভূত হৈছে, যি প্রাকৃতিক কাৰণত নহয় বুলি দাবী তেওঁলোকৰ । এইবাৰ এই পৰীক্ষা কেন্দ্রৰ আশে-পাশে নির্মাণকাৰ্যৰ ছবি দেখি পুনৰ শংকা বৃদ্ধি পাইছে বুলি দাবী কৰিছে দক্ষিণ কোৰিয়া চৰকাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kim Jong-unNorth Korea
publisher

publisher

Related Posts

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d