Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আত্মৰতিত আসক্ত লোকৰ পৰকীয় প্ৰৱণতা অধিক হয়

publisher by publisher
March 26, 2022
in International, News
Reading Time: 1 min read
0
আত্মৰতিত আসক্ত লোকৰ পৰকীয় প্ৰৱণতা অধিক হয়

img

5
SHARES
54
VIEWS
ShareShareShareShare

RelatedPosts

১৬ অনূর্ধ্ব বয়সৰ বাবে এইবাৰ সামাজিক মাধ্যম নিষিদ্ধ স্পেইনত

নিৰ্দিষ্ট সময়ৰ পূৰ্বে অফিচলৈ আহি বৰ্খাস্ত কৰ্মচাৰী

স্পেইনত উদ্ধাৰ হোৱা বিশ্বৰে সবাতোৈ পুৰণি সুৰাক লৈ গৱেষণা অব্যাহত

পৰকীয়া প্রেমক লৈ বিতর্কৰ অন্ত নাই। অৱশ্যে ভাৰতৰ আইনে স্পষ্টভাৱে কৈছে যে অন্ততঃ আইনৰ দিশৰ পৰা বিবাহ বহির্ভূত সম্পর্ক বা পৰকীয়া প্রেম অবৈধ নহয়। কিন্তু কোনসকল ব্যক্তি সাধাৰণতে পৰকীয়াত লিপ্ত হয়?

ADVERTISEMENT

কিয় মানুহ পৰকীয়া সম্পর্কত জড়িত হয়? এনেবােৰ প্ৰশ্নৰ সহজ উত্তৰ লাভ কৰা সম্ভৱ নহয়। পৰকীয়াক লৈ গৱেষকসকলৰৰ উৎকণ্ঠাৰ অন্ত নাই। ম্পেইনৰ কৰুণা ইউনিভাৰচিটিয়ে শেহতীয়াভাৱে পৰকীয়া প্রেমক লৈ এক গৱেষণামূলক অধ্যয়ন চলাইছিল।

কেনে ব্যক্তিৰ পৰকীয়া প্ৰৱণতা অধিক এই বিষয়ত বিশ্ববিদ্যালয়খনৰ গৱেষকে অধ্যয়ন চলাইছিল। গৱেষক মিগুৱেল ক্লিমেন্টৰ নেতৃত্বত চলােৱা অধ্যয়নৰ প্রতিবেদনত উল্লেখ কৰা মতে ‘নাছিছিজম’অর্থাৎ আত্মৰতি বা আত্মপ্রেমত নিমগ্ন লােকৰ পাছত পৰকীয়া প্ৰেমৰ প্ৰৱণতা অধিক হয়।

মনােবিজ্ঞানত ‘নাছিছিজম’ক সাধাৰণতে নিজকে মহান, অতি সুন্দৰ বুলি কোৱা হয়।’নাছিছিজম’ত ভােগা ব্যক্তিয়ে নিজকে শ্রেষ্ঠ বুলি ভাৱে আৰু এনে ব্যক্তিয়ে নিজক লৈ অহংকাৰৰ কৰে।

গৱেষক মিগুৱেলৰ মতে, অন্ধকাৰ ব্যক্তিত্বৰ বৈশিষ্ট্য যুক্ত লােকে অতি সহজে স্বল্পম্যাদী সম্পর্ক স্থাপন কৰিব পাৰে।পৰকীয়া প্রেমৰ প্ৰৱণতা পুৰুষৰ মাজত অধিক বুলিও গৱেষকজনে কয়।

৩০৮ জন লােকক সামৰি গৱেষক মিগুৱেলে এই অধ্যয়নটো সম্পন্ন কৰিছিল। অংশগ্রহণকাৰী লােকসকলৰ বয়স আছিল ১৮ৰ পৰা ২৫ বছৰ। মুঠ অংশগ্রহণকাৰীৰ ৭৮.৩ শতাংশ আছিল মহিলা আৰু ২১.২ শতাংশ আছিল পুৰুষ।

গৱেষক মিগুৱেলে লগতে কয় যে আত্মপ্রেমত নিমগ্ন লােকে আন ব্যক্তিৰ স’তে দীর্ঘদিনলৈ সম্পর্ক ৰক্ষা কৰিব নােৱাৰে আৰু এনে ব্যক্তিয়ে সেয়েহে বাৰে বাৰে আনৰ প্ৰেমত পৰে।কাৰােবাৰ সম্পৰ্কত থকাৰ পাছতাে অথবা বিবাহিত হলেও নাৰ্ছিছিজম’ত আক্রান্ত লােকে পৰকীয়াত লিপ্ত হয় বুলি স্পেইনৰ গৱেষকে মত প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Love AffairSPAIN
publisher

publisher

Related Posts

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d