Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বতৰৰ ব্যাপক পৰিৱৰ্তনত তৰমুজ খেতিত প্ৰভাৱ

বৰষুণৰ বাবে গৰম নপৰাত নিম্নগামী বজাৰ মূল্য, শিলাবৃষ্টি-বৰষুণত পথাৰতে গেলিছে তৰমুজ

publisher by publisher
April 18, 2022
in Assam, India, News
Reading Time: 1 min read
0
বতৰৰ ব্যাপক পৰিৱৰ্তনত তৰমুজ খেতিত প্ৰভাৱ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

নিমখ ছটিয়াই তৰমুজ খালে ভাল নেকি?

এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেঘৰ চাদৰে ঢাকিছে ভাৰতসহ তিনি দেশক

আকাশৰ পৰা নামিল ক’লা বৰষুণ!

শাওন মহীয়া বাৰিষাৰ লেখীয়াকৈ নেৰানেপেৰা বৰষুণ, ধুমুহা আৰু শিলাবৃষ্টিৰ কৱলত পৰি সম্প্ৰতি মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হৈছে নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অধীনস্থ বিভিন্ন অঞ্চলৰ তৰমুজ খেতি কৰা কৃষকে । মূৰৰ ঘাম মাটিত পেলাই খেতি কৰা খেতিয়কসকলৰ মুখ সন্তুষ্টিৰ পৰিৱৰ্তে এইবেলি বিষাদৰে ভৰি পৰিছে অত্যাধিক বৰষুণৰ বাবে । ইয়াৰ উপৰিও ভূতৰ ওপৰত দানৱ পৰা দি ধুমুহা, শিলাবৃষ্টিয়ে কাঢ়ি নিছে কৃষকৰ সপোন ।

ADVERTISEMENT

উল্লেখ্য যে, নগাঁও জিলাৰ বৃহত্তৰ চামগুৰি অঞ্চলটো কৃষিপ্ৰধান অঞ্চল‌ । ইয়াৰ ৯৫ শতাংশ লোক খেতিৰ লগত জড়িত । এই চামগুৰি অঞ্চলৰে কাঠপাৰা অঞ্চলটোৰ এশ শতাংশ লোক খেতিৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল ভৰণ-পোষণ দিয়ে । ধান, মাহ, সৰিয়হৰ সমান্তৰাল কৈ অঞ্চলটোত বতৰৰ ফল তৰমুজৰ খেতি কৰি আহিছে কৃসকসকলে পূৰ্বৰ পৰা ।

এইবেলিও কাঠপাৰা অঞ্চলৰ মুৰিপুঠিখাইটি অঞ্চলত তৰমুজৰ খেতি কৰিছে কৃষকসকলে; কিন্তু এই বছৰ পূৰ্বৰ দৰে উৎপাদন হোৱা নাই অঞ্চলটোত । এই বছৰ চ’ত-ব’হাগ মাহত বতৰৰ ব্যাপক পৰিৱৰ্তনৰ বাবে প্ৰভাৱ পৰিছে তৰমুজ খেতিত । নেৰানেপেৰা বৰষুণৰ ফলত তৰমুজ খেতি ঠন ধৰি নুঠাত উৎপাদন ক্ষমতা কমি যোৱা বুলি ব্যক্ত কৰিছে অঞ্চলটোৰ একাংশ খেতিয়কে ।

খেতিয়কসকলে জনোৱা মতে, বৰ্তমান তেওঁলোকে পূৰ্বৰ দৰে তৰমুজ খেতি কৰিছে যদিও এইবাৰ বৰষুণৰ বাবে তৰমুজৰ খেতি ঠন ধৰি বঢ়া নাই । এই সম্পৰ্কে মুৰিপুঠিখাইটি গাঁৱৰ জুলফিকৰ আলী ভুট্টো নামৰ খেতিয়কজনে ‘দৈনিক অগ্ৰদুত’ক জানিবলৈ দি কয়, ‘যোৱা বছৰ এনেকুৱা দিনত এটা তৰমুজৰ ওজন চাৰি-পাঁচ কিলো পৰ্যন্ত হৈছিল; কিন্তু এই বছৰ এক-ডেৰ কিলো মানহে হৈছে ।’

ইয়াৰ কাৰণ বাখ্যা কৰি তেওঁ কয়, ‘এই বছৰ চ’ত-ব’হাগত পূৰ্বৰ তুলনাত অত্যধিক বৰষুণ হৈছে । ফলত তৰমুজৰ বাঢ়ন ক্ষমতা কমি যোৱাত উৎপাদন কমি গৈছে । তদুপৰি ধুমুহা, শিলাবৃষ্টি আৰু তৰমুজ খেতিৰ পথাৰত পানী জমা হোৱাত তৰমুজবোৰ গেলি গৈছে । ফলত কপালৰ ঘাম মাটিত পেলাই খেতি কৰি যি লাভ দেখিম বুলি ভাবিছিলো । এইবাৰ সেই লাভ আমি দেখিবলৈ নাপাম ।’

উল্লেখ্য যে, চামগুৰিৰ কাঠপাৰা অঞ্চলত উৎপাদন হোৱা তৰমুজ নগাঁও জিলাৰ উপৰিও অসমৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা হয় । এগৰাকী খেতিয়কে জনোৱা মতে, এবিঘা তৰমুজ খেতিৰ ফচল উৎপাদন হোৱালৈকে হাল বোৱা শ্ৰমিক, সাৰ, গোবৰ, কীট নাশক দ্ৰব্যসহ খৰচ হয় ২০ হেজাৰ টকা । প্ৰতি বিঘা খেতিত উৎপাদন হয় ৬০ৰ পৰা ৭০ কুইণ্টলৰো অধিক তৰমুজ; কিন্তু এইবেলি বৰষুণৰ বাবে ভালকৈ হোৱা খেতিত ১৫ কুইণ্টল মানহে উৎপাদন হৈছে বুলি জানিব দিয়ে ।

জুলফিকৰৰ লগত একেলগে তৰমুজ খেতি কৰা ইমাম হুছেইন আৰু ছৰিফুল ইছলাম নামৰ খেতিয়ক কেইজনেও বৰষুণৰ বাবে খেতিত প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি কয়, ‘আমি এই বছৰ পাঁচ বিঘা মাটিত তৰমুজ খেতি কৰিছো; কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে উৎপাদন এইবাৰ কমি গৈছে । তদুপৰি পানী জমা হোৱাত পথাৰতে তৰমুজবোৰ গেলি গৈছে । ইয়াৰ উপৰি যোৱা বছৰ এনেকুৱা দিনত ২৩ টকা প্ৰতি কিলো দৰত তৰমুজ বিক্ৰী কৰিছিলো; কিন্তু এইবাৰ বৰষুণৰ বাবে গৰম নপৰাত বজাৰত তৰমুজৰ চাহিদা কমি যোৱাত প্ৰতি কিলোত ১৩/১৪ টকা দৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছো । বৰষুণ শিলাবৃষ্টিয়ে ক্ষতি কৰাত প্ৰতি বিঘাত৭০ কুইণ্টল তৰমুজ উৎপাদনৰ আশা কৰা আমাৰ খেতি ডৰাত এইবাৰ বিঘাত ১০ কুইণ্টল মানহে উৎপাদন হৈছে । গতিকে এইবাৰ আশানুৰূপ লাভ পোৱাৰ আশা ক্ষীণ ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChamagurifarmingRainWATERMELON
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d