Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হনুমানক নিতৌ খাদ্য দিছিল বৃদ্ধাই, অসুস্থ হােৱাত মানুহৰ দৰে বৃদ্ধাক কৰিলে সেৱা 

publisher by publisher
April 23, 2022
in India, News
Reading Time: 1 min read
0
হনুমানক নিতৌ খাদ্য দিছিল বৃদ্ধাই, অসুস্থ হােৱাত মানুহৰ দৰে বৃদ্ধাক কৰিলে সেৱা 
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

ৰেলৰ নিয়মিত যাত্ৰীৰ ৰূপত হনুমান

Sri Lanka : শ্ৰীলংকাৰ পৰা এক লাখ বান্দৰ কিয় ক্রয় কৰিব বিচাৰে চীনে?

Monkey : বিক্ৰেতাৰ ৰূপত এটা বান্দৰ, জানিবলৈ পঢ়ক

আমি তেওঁলােকক কওঁ জন্তু ।পশু আৰু মানৱৰ মাজত আমি এইদৰে এক সীমাৰেখা টানি ৰাখিছাে। কিন্তু পশু-পক্ষীৰ স’তে মানুহৰ সংযােগৰ প্রমাণ প্রায়ে আমি প্রত্যক্ষ কৰি আহিছে। বহু সময়ত পশু-পক্ষীয়ে এই কথা প্রমাণ কৰি আহিছে যে তেওঁলােক আপাতভাৱে যিমানে পৃথক নহওক কিয়, পশু-পক্ষীও মানৱৰ দৰেই মৰম-চেনেহৰ বাবে বলিয়া। যদি মানুহে পশু-পক্ষীক মৰম-স্নেহ দিয়ে তেন্তে প্রতিদানত জন্তুৱেও মানুহক হিয়াভৰি মৰম কৰে।

ADVERTISEMENT

সম্প্রতি সামাজিক মাধ্যমত এনে এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’ত এটা হনুমানে এগৰাকী বৃদ্ধা মহিলাক আদৰ-সেৱা কৰাৰ এক দৃশ্য আৱদ্ধ হৈছিল। সামাজিক মাধ্যমত পশুৰ এই মানৱ প্রেম প্রত্যক্ষ কৰি সকলােৱে অবাক হৈছে। অবনীশ শৰণ নামৰ এজন ভাৰতীয় প্রশাসনিক সেৱা (আই এ এছ)ৰ বিষয়াই টুইটাৰত এই ভিডিঅ’টো ‘শ্বেয়াৰ’ কৰিছে। বিষয়াজনে লগতে এইদৰে লিখিছে, ‘প্রতিদিনে পুৱা এগৰাকী বৃদ্ধাই হনুমানক ৰুটি খাবলৈ দিছিল।

হঠাতে অসুস্থ হােৱাত বৃদ্ধাই দুদিন হনুমানক খাদ্যৰ যােগান ধৰিৰ পৰা নাছিল। ইয়াৰ পাছতে বৃদ্ধাৰ শাৰীৰিক অৱস্থাৰ খবৰ ল’বলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে হনুমানে। মনক স্পর্শ কৰাৰ দৰে মুহূর্ত। ‘উক্ত ভিডিঅ’ত দেখা পােৱা গৈছিল যে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত প্রথমে অসুস্থ বৃদ্ধাৰ বিছনাত বহে হনুমানে।

হনুমানক ঘৰৰ ভিতৰত দেখা মাত্রকে বৃদ্ধাৰ পৰিয়ালৰ আন এগৰাকী সদস্যই হনুমানক হাতযােৰ কৰি সেৱা জনায়। বৃদ্ধাই বিছনাত হনুমানক প্রত্যক্ষ কৰি হনুমানৰ পিঠিত হাত বুলাই দিয়াত হনুমানেও বৃদ্ধাক ডিঙিত সাৱটি ধৰে। আনকি, বৃদ্ধাৰ মূৰতে হাত বুলাই স্নেহ ব্যক্ত কৰে হনুমানে।

এইদৰে বৃদ্ধাৰ প্ৰতি মৰম প্ৰদৰ্শন কৰাৰ পাছত হনুমানে বিছনাৰ পৰা নামি ঘৰৰ বাহিৰলৈ ওলাই যায়। বৃদ্ধাৰ প্ৰতি হনুমানৰ এই আচৰণ প্রত্যক্ষ কৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে আনন্দ প্রকাশ কৰিছে। এজন ব্যক্তিয়ে মন্তব্য কৰি কৈছে যে হনুমানৰ এনে মানৱ প্ৰীতি তেওঁ পূর্বেও প্রত্যক্ষ কৰিছিল।

ব্যক্তিজনে উল্লেখ কৰা মতে, তেওঁৰ প্রিয় ব্যক্তি এজনে হনুমানক বৰ ভাল পাইছিল আৰু উক্ত ব্যক্তিৰ মৃত্যু হােৱাত অসংখ্য হনুমান আহি মৃতদেহৰ কাষত ভিৰ কৰি মৌন হৈ থাকি শােক ব্যক্ত কৰা তেওঁ প্রত্যক্ষ কৰিছিল। আই এ এছ বিষয়াই ‘শ্বেয়াৰ’ কৰা ভিডিঅ’ই আকৌ এবাৰ হনুমান অর্থাৎ কপিকুলৰ মানৱ প্ৰীতিৰ প্রমাণ দিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Monkey
publisher

publisher

Related Posts

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

September 20, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰি শনিবাৰে ভাষণ প্ৰদান কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে
India

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d