Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘বিদেশী সুৰাৰ দাম নকমাই পেট্র’পণ্যত কৰ কমাওক’, পুনৰ বিৰোধী ৰাজ্যসমূহক লক্ষ্য কেন্দ্রৰ

publisher by publisher
April 28, 2022
in India, News
Reading Time: 1 min read
0
‘বিদেশী সুৰাৰ দাম নকমাই পেট্র’পণ্যত কৰ কমাওক’, পুনৰ বিৰোধী ৰাজ্যসমূহক লক্ষ্য কেন্দ্রৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

পেট্র’ল-ডিজেলৰ দাম কমোৱাক লৈ কেন্দ্র ৰাজ্য সংঘাতত নতুন মাত্রা । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Narendra Modi) পাছত এইবাৰ পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰিয়ে লক্ষ্য কৰিলে বিৰোধী দলৰ দখলত থকা ৰাজ্যসমূহক । পুৰিৰ স্পষ্ট কথা, বিৰোধীসকলৰ দখলত থকা ৰাজ্যসমূহে যদি বিদেশী সুৰাৰ দাম নকমাই পেট্র’ল ডিজেলৰ দাম কমালে হয়, তেনেহ’লে এই ৰাজ্যসমূহৰ জনসাধাৰণে স্বস্তি পালে হয় ।

ADVERTISEMENT

বুধবাৰে প্রধানমন্ত্রী মোদী বিৰোধীৰ দখলত থকা একাধিক ৰাজ্যক পেট্র’ল-ডিজেলৰ ওপৰত থকা ভেট কমাবলৈ অনুৰোধ জনাইছিল । যোৱা নৱেম্বৰত কেন্দ্র‌ই যেতিয়া পেট্র’ল-ডিজেলত (Petrol-Diesel) শুল্ক কমাইছিল, সেই সময়ত পশ্চিমবংগ, তেলেংগানা, অন্ধ্রপ্রদেশ, তামিলনাডু, কেৰালা আৰু ঝাড়খণ্ডৰ বাহিৰে বাকী ৰাজ্যসমূহেও ভেট কমোৱাৰ সিদ্ধান্ত লয় । বুধবাৰে সেই প্রসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সেই সময়ত পেট্র’পণ্যত কৰ নকমাই অন্যায় কৰিছে এই ৰাজ্যৰ চৰকাৰবোৰে । সেই দাম নকমালেও এতিয়া এই চৰকাৰবোৰে ৰাজ্যবাসীৰ কথা ভাবি কৰ কমোৱা উচিত বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ।

Truth hurts, but facts speak for themselves. 18% VAT on petrol & 16% on diesel in Haryana among lowest. An aspiring leader from the state protests against these, but is silent on Rajasthan ruled by his own party which imposes 31.08% +₹1500 /KL cess- among the highest in country!

— Hardeep Singh Puri (मोदी का परिवार) (@HardeepSPuri) April 28, 2022

যদিও প্রধানমন্ত্রীৰ সেই পৰামর্শ স্পষ্টভাৱে নাকচ কৰিছে এই ৰাজ্যৰ মুখ্যমন্ত্রীসকলে । মমতা বন্দ্যোপাধ্যায় (Mamata Banerjee), উদ্ধৱ ঠাকৰে, চন্দ্রশেখৰ ৰাও-য়ে (KCR) কৈছে, পেট্র’লৰ দাম কমোৱা কেন্দ্রৰ দায়িত্ব । কাৰণ কেন্দ্র‌ই পেট্র’ল-ডিজেলৰ পৰা ৰাজ্যৰ তুলনাত বহু বেছি কৰ লয় । নৱেম্বৰত প্রধানমন্ত্রীয়ে যেতিয়া ৰাজ্যসমূহক পেট্র’পণ্যৰ দাম কমাবলৈ অনুৰোধ কৰিছিল, সেই সময়ত কংগ্রেছৰ দখলত যি তিনিখন ৰাজ্য আছিল, তেওঁলোকেও কৰ কমোৱাৰ সিদ্ধান্ত লৈছিল । সেই দিশৰ পৰা চাবলৈ গ’লে মোদীৰ বুধবাৰৰ আক্রমণৰ লক্ষ্য কংগ্রেছ (Congress) নাছিল । তৎসত্ত্বেও কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) বৃহস্পতিবাৰে টুইট কৰে বিৰোধী শাসিত ৰাজ্যসমূহৰ লগত আছো ।

ৰাহুলৰ বক্তব্য, “ইন্ধনৰ মূল্যৰ বাবে ৰাজ্যসমূহক দোষ, কয়লাৰ অভাৱৰ বাবে ৰাজ্যসমূহক দোষ, অক্সিজেন সংকটৰ বাবে ৰাজ্যসমূহক দোষ । ইন্ধনত ৬৮ শতাংশ কৰ লৈছে কেন্দ্র‌ই, অথচ প্রধানমন্ত্রীয়ে দাম বঢ়াৰ বাবে দোষাৰোপ কৰিছে ৰাজ্যসমূহক । প্রধানমন্ত্রীৰ ফেডাৰেলিজম সমন্বয়মূলক নহয়, জবৰদস্তিমূলক ।”

High Fuel prices – blame states
Coal shortage – blame states
Oxygen shortage – blame states

68% of all fuel taxes are taken by the centre. Yet, the PM abdicates responsibility.

Modi’s Federalism is not cooperative. It’s coercive.

— Rahul Gandhi (@RahulGandhi) April 28, 2022

বিৰোধীসকলৰ এই সমবেত আক্রমণৰ বিৰুদ্ধে মুখ খুলিছে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰিয়ে । তেওঁৰ বক্তব্য, “বিৰোধী শাসিত ৰাজ্যসমূহে যদি বিদেশী সুৰাৰ শুল্ক নকমাই পেট্র’ল-ডিজেলৰ কৰ কমালে হয়, তেনেহ’লে পেট্র’ল-ডিজেল সস্তাত পোৱা গ’ল হয় ।” পুৰিৰ বক্তব্য, মহাৰাষ্ট্র আৰু ৰাজস্থান চৰকাৰে পেট্র’লৰ প্রতি লিটাৰত ৩২.১৫ টকা আৰু ২৯.১০ টকা কৰ লয়, কিন্তু উত্তৰাখণ্ড আৰু উত্তৰ প্রদেশে পেট্রলত কৰ লয় মাত্র ১৪ টকা ৫১ প‌ইচা আৰু ১৬ টকা ৫০ প‌ইচা ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KCRNarendra Modi
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d