Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অকলে বজাৰলৈ যোৱাৰো অনুমতি নাপায় দেশৰ ৪৪% মহিলাই ! কেন্দ্ৰৰ সমীক্ষাত চাঞ্চল্যকৰ দাবী

publisher by publisher
May 10, 2022
in India, News
Reading Time: 1 min read
0
অকলে বজাৰলৈ যোৱাৰো অনুমতি নাপায় দেশৰ ৪৪% মহিলাই ! কেন্দ্ৰৰ সমীক্ষাত চাঞ্চল্যকৰ দাবী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

Robbers Took Away the Gold Chain:নাৰেংগীৰ বীৰকুছীত চাঞ্চল্যকৰ ঘটনা

Miscreants Loot Gold Chain From Women:অপৰাধীৰ নিয়ন্ত্ৰণত গুৱাহাটী মহানগৰ !

দেশৰ প্ৰতি তিনিজনৰ ভিতৰত এগৰাকী (৩২%) মহিলা কৰ্মৰত। একে সময়তে, দেশৰ ৪৪ শতাংশ মহিলাই আনকি অকলে বজাৰলৈ যোৱাৰ অনুমতি নাপায় !

ADVERTISEMENT

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নতুন প্ৰতিবেদন অনুসৰি দেশৰ মহিলাসকলৰ স্থিতিৰ এনে আশ্চৰ্যজনক বিপৰীত ছবি প্ৰকাশ কৰিছে।

বিগত সপ্তাহতে প্ৰকাশিত হৈছে এই ৰিপৰ্ট । প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই । প্ৰতিবেদনত পোৱা গৈছে অন্য এটা তথ্য । তাত কোৱা হৈছে ,দেশৰ প্ৰতি পাঁচগৰাকী মহিলাৰ ভিতৰত চাৰিগৰাকীয়ে (৪২ শতাংশ) তেওঁলোকৰ স্বামীৰ স’তে যৌন সম্পৰ্কক পোনপটীয়াকৈ “না” ক’ব পাৰে।

এই তালিকাৰ শীৰ্ষত আছে গোৱা । তাত এই হাৰ ৯২ শতাংশ। আটাইতকৈ কম অৰুণাচল প্ৰদেশত আছে। সেয়া হৈছে ৬৩ শতাংশ।

তথ্য অনুসৰি,দুটা স্তৰত এই সমীক্ষা কৰা হৈছে। ২০১৯ চনৰ ১৭ জুনৰ পৰা ২০২০চনৰ ৩০ জানুৱাৰী পৰ্যন্ত চলোৱা হৈছে ১৭ ৰাজ্য আৰু পাঁচখন কেন্দ্ৰীয় শাসিত অঞ্চলত । ইফালে, দুই জানুৱাৰীৰ পৰা ২০২০ চনৰ ৩০ এপ্ৰিললৈ ১১ খন ৰাজ্য আৰু তিনি খন কেন্দ্ৰীয় শাসিত অঞ্চলত আন এটা সমীক্ষা কৰা হৈছিল।

সাম্প্ৰতিক ভাৰতত বাৰে বাৰে আলোচনাৰ বিষয় হৈ পৰিছে ‘বৈবাহিক ধৰ্ষণ’ নামৰ শব্দটো। যদি কোনো স্বামীয়ে তেওঁৰ পত্নীৰ স’তে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, ই এক শাস্তিযোগ্য অপৰাধ।

অৱশ্যে, এই অধ্যয়নৰ ফলাফলে দেখুৱাইছে যে বিবাহৰ দৰে অনুষ্ঠানত পুৰুষ আৰু মহিলা যি পৰিৱৰ্তন আনিছে সেইয়া স্পষ্ট হৈছে।

সমীক্ষা কেৱল মহিলাসকলকে নহয় পুৰুষকো প্ৰশ্ন কৰা হৈছে। তেওঁলোকক সোধা হৈছিল যে যদি পত্নীয়ে যৌন সম্ভোগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁলোকে কি কৰা উচিত। তেওঁলোকক চাৰিটা বিকল্প দিয়া হৈছে। পত্নীৰ ওপৰত খং কৰা, টকা নিদিয়া, তাইক যৌন সম্ভোগ কৰিবলৈ বাধ্য কৰা, বা আন কাৰোবাৰ স’তে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা।

৭২% পুৰুষে কয় যে তেওঁলোকে চাৰিটা বিকল্পৰ এটাও সন্মত নহয়। প্ৰায় প্ৰতিখন ৰাজ্যতে এনে ধৰণৰ বিশ্বাসী লোক আছে। আনহাতে, ৬% পুৰুষে দাবী কৰে যে তেওঁলোকৰ এই পথবোৰৰ এটা বাছনি কৰাৰ অধিকাৰ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mansukh MandaviyaNational Family Health SurveyWomen
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d