Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাষ্ট্ৰীয় সংগীত গাই শ্ৰেণী আৰম্ভ কৰিব লাগিব মাদ্রাছাত

যোগীৰাজ্যৰ পাছত মধ্যপ্রদেশতো নতুন নিয়ম

publisher by publisher
May 13, 2022
in India, News
Reading Time: 1 min read
0
ৰাষ্ট্ৰীয় সংগীত গাই শ্ৰেণী আৰম্ভ কৰিব লাগিব মাদ্রাছাত
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

মাদ্রাছাৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে এইবাৰৰ পৰা ৰাষ্ট্ৰীয় সংগীত গোৱা বাধ্যতামূলক । বৃহস্পতিবাৰে এই সিদ্ধান্তৰ কথা জনালে যোগী আদিত্যনাথ (Yogi Adityanath) চৰকাৰে । তাৰ ২৪ ঘণ্টাৰ ভিতৰতে একেই ইংগিত দিলে মধ্যপ্রদেশেও ।

ADVERTISEMENT

বিজেপি শাসিত এই ৰাজ্যৰ গৃহমন্ত্রী তথা চৰকাৰী মুখপাত্র নৰোত্তম মিশ্র‌ই শুকুৰবাৰে জনায়, “কেৱল ধর্মীয় স্থানতেই নহয়, ৰাষ্ট্ৰীয় সংগীত সকলো স্থানতে গোৱা উচিত ।” অৱশ্যে বিষয়টো আলোচনা সাপেক্ষ ।

তাৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব মাদ্রাছাত ৰাষ্ট্ৰীয় সংগীত (National Anthem) বাধ্যতামূলক কৰা হ’ব নে নাই । উত্তৰ প্রদেশত মাদ্রাছা শিক্ষা ব’র্ডে ইতিমধ্যে মাদ্রাছাত ‘জনগণমন’ গোৱা আৱশ্যক ঘোষণা কৰিছে । অৱশ্যে বিষয়টোৰ প্রশংসা কৰিলে নৰোত্তম মিশ্র‌ই । তেওঁ কয়, “এইটো অত্যন্ত গুৰুত্বপূর্ণ বিবেচ্য বিষয় । আমিও বিষয়টোক লৈ চিন্তা-চৰ্চা কৰিম ।”

যোগী মন্ত্রীসভাৰ সদস্য দানিশ আজাদ আনছাৰিয়ে নতুন নিয়ম ঘোষণা কৰিছিল । ৰাজ্য চৰকাৰৰ মুছলিম মুখ আনছাৰি সংখ্যালঘু দপ্তৰৰ মন্ত্রী । যোৱা ২৪ মার্চত উত্তৰ প্রদেশ (Uttar Pradesh) মাদ্রাছা শিক্ষা ব’র্ডৰ বৈঠকত এই বিষয়টোক লৈ সিদ্ধান্ত লোৱা হৈছিল বুলি তেওঁ জনায় । নতুন নিয়ম অনুযায়ী সকলো মাদ্রাছাৰ ছাত্র, শিক্ষকক অৱশ্যেই শ্ৰেণী আৰম্ভ হোৱাৰ আগতে ‘জনগণমন’ গাব লাগিব ।

৩০ মার্চৰ পৰা ১১ মে’ পর্যন্ত ৰমজানৰ বাবে মাদ্রাছাবোৰ বন্ধ আছিল । বৃহস্পতিবাৰে পুনৰ খোলিছে যোগীৰাজ্যৰ মাদ্রাছা আৰু আজিৰ পৰাই আৰম্ভ হৈছে নতুন নিয়ম । ২০১৭ত উত্তৰ প্রদেশ মাদ্রাছা ব’র্ডে স্বাধীনতা দিৱসত তেওঁলোকৰ অনুমোদিত সকলো শিক্ষা প্রতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ‘জনগণমন’ গোৱা বাধ্যতামূলক কৰে । ইয়াৰ পাছতেই পাঁচ বছৰ পাছত বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ আগতে ৰাষ্ট্ৰীয় সংগীত গোৱা আৱশ্যক কৰা হ’ল ।

উত্তৰ প্রদেশ মাদ্রাছা ব’র্ডৰ প্ৰধানে আগতেই কৈছিল, “সকলো বিদ্যালয়তেই ৰাষ্ট্ৰীয় সংগীত গোৱা হয় । মাদ্রাছাৰ শিক্ষাৰ্থীসকলৰ মাজতো আমি দেশপ্রেমৰ চেতনা জাগ্রত কৰিব বিচাৰো । তেওঁলোকে যাতে ধর্মীয় শিক্ষাৰ লগতে আমাৰ ইতিহাস, সংস্কৃতিৰ স’তে পৰিচিত হয়, সেয়ে আসন্ন শিক্ষাবর্ষৰ পৰা সেয়া বাধ্যতামূলক কৰা হৈছে ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MADHYA PRADESHMadrasaNational AnthemUttar PradeshYogi Adityanath
publisher

publisher

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d