Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ৰুছ আক্ৰমণৰ ফলত ব্যাপক ক্ষতিগ্ৰস্ত ইউক্রেইনৰ পৰিৱেশ, ক্ষতিপূৰণ বিচাৰি আদালতত কিয়েভ

publisher by publisher
May 20, 2022
in International, News
Reading Time: 1 min read
0
ৰুছ আক্ৰমণৰ ফলত ব্যাপক ক্ষতিগ্ৰস্ত ইউক্রেইনৰ পৰিৱেশ, ক্ষতিপূৰণ বিচাৰি আদালতত কিয়েভ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

চাওঁতে চাওঁতে প্রায় তিনি মাহ হ’ল ৰুছ সেনাৰ ইউক্রেইন আক্রমণ (Russia-Ukraine War) । সেই অর্থত মাৰিয়োপ’লৰ দৰে বৃহৎ চহৰ দখল কৰাৰ বাহিৰে যুদ্ধত সিমান সাফল্যতা অৰ্জন কৰা নাই ৰাছিয়াই । তৎসত্ত্বেও পুটিনৰ সেনাৰ আক্ৰমণত বহু প্রাণহানি আৰু সম্পত্তি ধ্বংসৰ ঘটনাত বিধ্বস্ত ইউক্রেইন । ৰুছ সেনাৰ ৰোষৰ পৰা মুক্তি পোৱা নাই কিয়েভৰ (Kyiv) পৰিৱেশেও । সেয়ে ৰাছিয়াৰ পৰা ক্ষতিপূৰণ বিচাৰি আন্তর্জাতিক আদালতৰ দ্বাৰস্থ হৈছে ইউক্রেইন । সংবাদ সংস্থা ৰয়টাৰ্ছৰ সূত্রে এই তথ্য জানিব পৰা গৈছে ।

ADVERTISEMENT

ইউক্রেইনৰ পৰিৱেশ সুৰক্ষা মন্ত্রী ৰুছলান ষ্ট্ৰিলেটছে বৃহস্পতিবাৰে এক সাংবাদিক সন্মিলনত এই বিষয়ত কয় । তেওঁ কয়, “বিগত ২০ বছৰত এইটোৱে বিশ্বৰ প্রথম সেনা সংঘর্ষৰ ঘটনা, য’ত ইমান ব্যাপকভাৱে পৰিৱেশৰ ক্ষতি হৈছে । ৰুছ ক্ষেপণাস্ত্রবোৰ আমাৰ তেলৰ ডিপো, তাপবিদ্যুৎ কেন্দ্র, ৰাসায়নিক কেন্দ্রত পৰাত পৰিৱেশৰ বিপুল ক্ষতি হৈছে । বন জ্বলিছে । গুৰুত্বপূ্র্ণ আৰু সংৰক্ষণযোগ্য বহু সম্পত্তি ধ্বংস হৈছে ।”

ৰাছিয়াৰ চেৰনোবিল দখল কৰাৰ প্রসংগ‌ও ফুটি উঠিছে তেওঁৰ মুখত । ৰুছলান ষ্ট্ৰিলেটছৰ দাবী, তাৰ পাৰমাণৱিক শক্তি কেন্দ্রৰ আশ-পাশৰ প্রায় ১২ হেজাৰ হেক্টৰ ভূমি ক্ষতিগ্রস্ত হৈছে । ফলত বহু গছপুলি ধ্বংস হৈছে । বহু স্থানৰ ভূমিও বিষাক্ত হৈ গৈছে । বহু জলাশয় ধ্বংস হৈছে । কেৱল চেৰনোবিলতেই ৮৫ মিলিয়ন মার্কিন ডলাৰৰ আর্থিক ক্ষতি হৈছে । যুদ্ধৰ সামগ্রিক ক্ষতিৰ পৰিমাণ যে ইয়াতকৈ বহু পৰিমাণে অধিক, তেওঁ সেই কথাও কৈছে ।

উল্লেখ্য, বিগত আঢ়ৈ মাহৰ যুদ্ধত ইউক্রেইনৰ কোনো বৃহৎ চহৰ দখল কৰিব পৰা নাই ৰাছিয়াই । একমাত্র মাৰিয়োপ’লসহ দক্ষিণ-পূব ইউক্রেইনৰ দোনবাস অঞ্চল এতিয়া ৰুছ সেনাৰ দখলত । কিন্তু ইয়াৰ বাহিৰেও দেশৰ বহু অংশত যে ৰুছ সেনাৰ আগ্রাসনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়া স্পষ্ট হ’ল ৰুছলান ষ্ট্ৰিলেটছে দিয়া পৰিসংখ্যাত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EnvironmentKyivRussiaUkraine
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d