Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বাইডেনে জাপান এৰাৰ পাছতেই তিনিটা ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কিমৰ কোৰিয়াৰ

publisher by publisher
May 25, 2022
in International, News
Reading Time: 1 min read
0
বাইডেনে জাপান এৰাৰ পাছতেই তিনিটা ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কিমৰ কোৰিয়াৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

S-400 ক্ষেপণাস্ত্রক লৈ ভাৰত-ৰাছিয়াৰ মাজত হ’ব পাৰে নতুন চুক্তি!

নৌসেনাক শক্তিশালী কৰিবলৈ অত্যাধুনিক যুদ্ধজাহাজ নিৰ্মাণ কৰিছে উত্তৰ কোৰিয়াই! 

AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:গেটছৰ পৰা মোদীলৈকে বিশ্বৰ শীর্ষ নেতাৰ এআই ফেশ্বন শ্ব’ পাতিলে মাস্কে

মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে জাপানৰ পৰা অহাৰ পাছতে তিনিটা ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰিলে উত্তৰ কোৰিয়াই (North Korea) । তাৰ মাজতে আছে কিমৰ ফৌজৰ এটা নতুন আৰু অত্যাধুনিক অন্তর্মহাদেশীয় ক্ষেপণাস্ত্রও । এই উচতনিমূলক পদক্ষেপৰ তীব্র বিৰোধিতা কৰিছে জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকাই ।

ADVERTISEMENT

কোৱাড বৈঠকৰ অন্তত কালি অর্থাৎ মঙলবাৰে জাপানৰ পৰা দেশলৈ উভতি যায় ৰাষ্ট্ৰপতি জ’ বাইডেনে । তাৰ কিছু ঘণ্টাৰ পাছতেই বুধবাৰে তিনিটা ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক উৎক্ষেপণ কৰি উত্তৰ কোৰিয়াৰ সেনাবাহিনী । এই ক্ষেপণাস্ত্ৰবোৰৰ ভিতৰত উল্লেখযোগ্য হৈছে একনায়ক কিং জং উনৰ নতুন অন্তর্মহাদেশীয় ক্ষেপণাস্ত্র (ICBM) ‘হৱাছং-১৭’ । এই ঘটনায় উদ্বেগ প্রকাশ কৰিছে দক্ষিণ কোৰিয়াই । দেশখনৰ সেনাবাহিনী সূত্রে খবৰ, উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়ংয়ৰ কাষত অৱস্থিত ছুনান অঞ্চলৰ পৰা ক্ষেপণাস্ত্ৰবোৰ উৎক্ষেপণ কৰা হয় ।

জাপানৰ প্রতিৰক্ষামন্ত্রী নবুও কিশিয়ে জনাইছে, এটা ক্ষেপণাস্ত্ৰ ভূপৃষ্টৰ পৰা প্রায় ৫৫০ কিলোমিটাৰ ওপৰত উঠি ৩০০ কিলোমিটাৰ পর্যন্ত যায় । অন্যটো ৫০ কিলোমিটাৰ উচ্চতাত উঠি ৭৫০ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰে । ঘটনাৰ প্রতিবাদত কিশিয়ে কয়, “এনে উচতনিমূলক পদক্ষেপ মানি ল’ব নোৱাৰি । ইয়াৰ ফলত আন্তর্জাতিক মঞ্চৰ স’তে জাপানৰ শান্তি আৰু নিৰাপত্তাও বিঘ্নিত হৈছে ।” ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ পাছত বৈঠকত বহে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ । উদ্বেগ প্রকাশ কৰিছে আমেৰিকায়ো ।

উল্লেখ্য, যোৱা বৃহস্পতিবাৰে কোৱাড বৈঠকত যোগ দিবলৈ দক্ষিণ কোৰিয়া আৰু জাপানক উদ্দেশ্যি ৰাওনা হয় বাইডেন । এনে পৰিস্থিতিত শক্তিপ্রদর্শন কৰিবলৈ উত্তৰ কোৰিয়াই পাৰমাণৱিক বোমা পৰীক্ষা বা ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক উৎক্ষেপণ কৰিব পাৰে বুলি আগতেই শংকা প্রকাশ কৰিছিল ৱাশ্বিংটনে ।

সমৰ বিশেষজ্ঞসকলৰ মতে, ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত এছিয়া মহাদেশত উচতনিমূলক পদক্ষেপ কৰিব পাৰে উত্তৰ কোৰিয়াই । টাইৱান দখল আৰু দক্ষিণ চীন সাগৰত আগ্রাসনৰ চেষ্টা চলাব পাৰে চীনে । ফলত আমেৰিকাৰ শংকাৰ যথেষ্ট কাৰণ আছে । উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনক (Kim Jong Un) নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰিছে আমেৰিকাই । আর্থিক নিষেধাজ্ঞাৰ লগতে ৱাশ্বিংটনৰ নির্দেশত দেশখনৰ বিৰুদ্ধে ‘অন্তর্ঘাত’ চলিছে বুলিও অভিযোগ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Joe BidenKim Jong-unMissileNorth Korea
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d