Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিয়াত ফটোগ্ৰাফাৰ নাই, খঙত বিয়াত বহিবলৈ অস্বীকাৰ কইনাৰ

publisher by publisher
May 30, 2022
in India, News
Reading Time: 1 min read
0
বিয়াত ফটোগ্ৰাফাৰ নাই, খঙত বিয়াত বহিবলৈ অস্বীকাৰ কইনাৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ

প্রাক-বিবাহ অনুষ্ঠানত আনন্দত শূণ্যলৈ গুলী !

বিবাহৰ ক্ষেত্ৰত মানুহৰ নিজা বহুতো আশা আকাংক্ষা থাকে। বিয়া অনুষ্ঠান নিজৰ মনৰ পছন্দৰ মতে নোহোৱাৰ বাবেও মণ্ডপ এৰি যোৱাৰ খবৰ শুনিবলৈ পোৱা যায় ।এনে ঘটনাও ঘটিছে য’ত কইনাই বিয়াত বহিবলৈ অস্বীকাৰ কৰিছে কাৰণ দৰাই বিবাহস্থলীলৈ সুৰাপান কৰি আহিছে।

ADVERTISEMENT

কিন্তু এইবাৰ দৰাক প্ৰত্যাখ্যান কৰাৰ এক অদ্ভুত কাৰণ সন্মুখলৈ আহিল । উত্তৰ প্ৰদেশৰ এগৰাকী যুৱতীয়ে মণ্ডপতে বিয়াত বহিবলৈ অস্বীকাৰ কৰিলে।

কাৰণ শুনিলে আপুনিও হ’ব আচৰিত । দৰাই লগত ফটোগ্ৰাফাৰক আনিবলৈ পাহৰাৰ বাবেই বিয়াত বহিবলৈ অস্বীকাৰ কৰিলে যুৱতীয়ে । ঘটনাটো সংঘটিত হৈছে কানপুৰৰ দেহাট জিলাৰ এখন গাঁৱত ।

তথ্য অনুসৰি, যেতিয়া কইনাই অনুভৱ কৰিছিল যে বিবাহৰ মুহূৰ্তবোৰৰ ফটো তুলিবলৈ কোনো ফটোগ্ৰাফাৰ নাই, তেতিয়া তেওঁ বিবাহত বহিবলৈ অস্বীকাৰ কৰে।

বিয়াৰ মণ্ডপ এৰি গুচি যায় চুবুৰীয়াৰ এখনঘৰলৈ । কইনাই ক’লে, “যিজন ব্যক্তিয়ে আমাৰ বিয়াৰ কথা চিন্তা নকৰিলে তেওঁ ভৱিষ্যতে মোৰ কি চিন্তা কৰিব ,তেওঁ ভৱিষ্যতে কিদৰে মোৰ যত্ন ল’ব ?” পৰিয়ালৰ জ্যেষ্ঠসকলে তেওঁক বুজাবলৈ চেষ্টা কৰাৰ পাছতো তেওঁ বিয়াত বহিবলৈ অস্বীকাৰ কৰে।

বিষয়টো গুৰুতৰ হোৱাৰ পাছতে আৰক্ষীক অৱগত কৰা হয়। মঙ্গলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দৰী লালৰ মতে, বিষয়টো পাৰস্পৰিকভাৱে নিষ্পত্তি কৰা হৈছে। দুয়োপক্ষই ইজনে সিজনক দিয়া নগদ ধন ঘূৰাই দিয়ে। দৰাই কইনাৰ অবিহনেই ঘৰলৈ উভতি যাব লগা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MarriageUP
publisher

publisher

Related Posts

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d