Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Journalist Missing : আমাজনত নিখোজ সাংবাদিকসহ দুই

publisher by publisher
June 9, 2022
in International, News
Reading Time: 1 min read
0
Journalist Missing : আমাজনত নিখোজ সাংবাদিকসহ দুই
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

দেশত ৰন্ধন গেছৰ নাটনি বৃদ্ধি পাইছে ইনডাকচনৰ চাহিদা : অনলাইনত ৩০ গুণ অধিক বিক্রী

ভাৰতত ৩১ লাখ কোটি বিনিয়োগ!

উত্তৰাখণ্ডৰ প্রাকৃতিক দুর্যোগত আঠ সেনা জোৱানো সন্ধানহীন

তিনি দিন অতিক্ৰম হ’ল । এতিয়াও কোনো সন্ধান নাই তেওঁলোকৰ । তেওঁলোক এতিয়াও জীৱিত নে ? সম্প্ৰতি এই প্রশ্ন সকলোৰে মুখত ।

ADVERTISEMENT

দেওবাৰৰ পৰা আমাজনৰ গভীৰ অৰণ্যত সন্ধানহীন ব্রিটিশ সাংবাদিক ডম ফিলিপ্স (৫৭) আৰু তেওঁৰ সংগী, ব্রাজিলৰ জনজাতি বিশেষজ্ঞ ব্রুন’ পেৰেৰা (৪১) । পেৰুৰ সীমান্তৱর্তী ব্রাজিলৰ জাভাৰি উপত্যকাৰ কোনো নদীত নৌকা লৈ গৈছিল তেওঁলোকে । তাৰ পাছত আৰু কোনো খবৰ নাই । ফিলিপ্স আৰু পেৰেৰা দুয়োজনেই অভিজ্ঞ । ফলত অৰণ্যত হেৰুৱাৰ সম্ভাৱনা কম । ফিলিপ্স ব্রিটিশ নাগৰিক হ’লেও দীর্ঘদিন ধৰি তেওঁ ছালভাদৰ নিবাসী । আমাজনৰ দুর্গম অঞ্চলত জনজাতিক লৈয়েই কাম পেৰেৰাৰ ।

প্রায় ৮৫ হেজাৰ বর্গ কিলোমিটাৰজুৰি বিস্তৃত আমাজনৰ এই জাভাৰি উপত্যকা । ঘন, প্রাচীন এই অৰণ্যত প্ৰায় ২৬টা জনজাতিৰ বাস । যিসকলৰ ভিতৰত ১৯টা সম্প্রদায়ৰ বাহিৰৰ পৃথিৱীৰ স’তে যোগাযোগ নাই । তেওঁলোকৰ হাতত বন্দী হোৱাৰ শংকা একেবাৰে নাই বুলি ক’ব নোৱাৰি । অৱশ্যে তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ বৃত্তৰ পৰা অন্য এটা শংকা পোৱা গৈছে । এই অঞ্চলটো চোৰাং কাঠ সৰবৰাহকাৰী, চোৰাং চিকাৰী, অবৈধ সোণ খনন, বিশেষকৈ মাদক সৰবৰাহকাৰীসকলৰ স্বর্গৰাজ্য । এই অঞ্চলৰ ওপৰত আধাৰিত এখন কিতাপৰ বাবে গৱেষণা চলাইছিল ফিলিপ্সে । সেয়ে তেওঁৰ আমাজনৰ গভীৰত আহ-যাহ বাঢ়িছিল । বিষয়টো ভালভাৱে নলয় অনেকেই । পৰিয়াল সূত্রে খবৰ, এই অঞ্চলত যোৱাত নিষেধ কৰি বিগত সপ্তাহতেই ফিলিপ্স আৰু পেৰেৰাৰক সকীয়নি দি ফোন আহে । ফলত অবৈধ সৰবৰাহকাৰীয়ে অপহৰণ বা হত্যা কৰাৰ শংকাও বঢ়াইছে ।

বাস্তৱত যিয়ে নঘটক লাগিলে, তেওঁলোকক দ্রুত উদ্ধাৰৰ বাবে ব্রাজিল চৰকাৰক আবেদন জনাইছে ফিলিপ্স আৰু পেৰেৰাৰ পৰিয়াল আৰু একাধিক সংগঠনে । ফিলিপ্সৰ পত্নী এলেছান্দ্রা ছেম্পিয়’ই এটা ভিডিঅ’ বার্তাত কয়, ‘‘চৰকাৰক আবেদন জনাওঁ, তেওঁলোকক দ্রুত উদ্ধাৰৰ ব্যৱস্থা কৰা হ‌ওক । তেওঁলোকৰ সন্ধান পাব বুলি এতিয়াও আশা কৰিছো ।’’

ব্রাজিলৰ প্রশাসনেও এই বিষয়ত গভীৰ উদ্বেগ প্রকাশ কৰিছে । যদিও ৰাষ্ট্ৰপতি জাইৰ বোলছোনাৰোৱে এই ঘটনাৰ বাবে ফিলিপ্সকেই দোষাৰোপ কৰিছে । তেওঁ কয়, ‘‘এনে দুর্গম অঞ্চলত দুজনে নাৱত যোৱা একেবাৰে সঠিক নহয় । যিকোনো হ’ব পাৰে । হয়তো তেওঁলোক দুর্ঘটনাৰ সন্মুখীন হৈছে । হয়তো কোনোৱে তেওঁলোকক হত্যা কৰিছে ।’’ এনে মন্তব্যৰ ফলত সমালোচিত হৈছে বোলছোনাৰো ।

আমাজনৰ আৰক্ষীয়ে জনাইছে, এজন সন্দেহজনক লোকক আটক কৰি সোধ-পোচ কৰা হৈছে । চাৰি জনৰ সাক্ষ্য‌ও লোৱা হৈছে । ব্রাজিলৰ প্রতিৰক্ষামন্ত্রীয়ে জনাইছে, ফিলিপ্সহঁতক বিচাৰি বিশেষ প্রশিক্ষণপ্রাপ্ত ১৫০ জন সেনা মোতায়েন কৰা হৈছে । দ্বিতীয় হেলিকপ্টাৰ প্ৰেৰণ কৰাৰ কথাও জনাইছে প্রশাসনে । অৱশ্যে তাৰ আগতে স্থানীয় তিনিটা মানৱ অধিকাৰ ৰক্ষা সংগঠনে একেলগে বিবৃতি দি জনাইছিল, মাত্র ছজন আৰক্ষীকৰ্মীক ফিলিপ্সহঁতৰ সন্ধান চলোৱা দেখা গৈছে । অভিযোগ, ব্রাজিলৰ প্রশাসনে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmazonBritishMissing
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d