Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    তিব্বত-চীন সীমান্তৱৰ্তী অঞ্চলত সাত প্ৰাবল্যৰ ভূমিকম্প, ১৮জনৰ মৃত্যু; ধ্বংসস্তূপত বহু লোক আৱদ্ধ থকাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Registration for Agnipath begins : বিতর্কৰ মাজতেই ‘অগ্নিপথ’ প্রকল্পৰ ৰেজিষ্ট্ৰেছন বায়ুসেনাত

publisher by publisher
June 25, 2022
in India, News
Reading Time: 1 min read
0
Registration for Agnipath begins : বিতর্কৰ মাজতেই ‘অগ্নিপথ’ প্রকল্পৰ ৰেজিষ্ট্ৰেছন বায়ুসেনাত
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

পুণে বিমানবন্দৰত বায়ুসেনাৰ বিমানৰ ‘হাৰ্ড লেণ্ডিং’! বন্ধ ৰানৱে , উড়ানত ব্যাঘাত

মহিলাসকলৰ বাবে বৃহৎ জয়! স্থায়ী কমিশনৰ অধিকাৰ স্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

বিতর্কৰ জুই এতিয়াও দাউদাউ কৰি জ্বলিছে । তাৰ মাজতেই ‘অগ্নিপথ’ (Agnipath) প্রকল্পৰ অধীনত নিয়োগ আৰম্ভ কৰিলে ভাৰতীয় বায়ুসেনাই (IAF) । শুক্রবাৰে পুৱাৰ পৰাই ‘ৰেজিষ্ট্ৰেছন উইণ্ড’ আৰম্ভ হৈছে । বিজ্ঞপ্তি দি টুইটাৰত এই কথা জনায় বায়ুসেনাই (IAF) ।

ADVERTISEMENT

‘অগ্নিগর্ভ অগ্নিপথ’ :
কিছু সপ্তাহ আগতেও ‘অগ্নিপথ’ প্রকল্পৰ বিৰোধিতাত দেশৰ নানা প্রান্তত প্রতিবাদৰ জুই জ্বলিছিল । যোৱা ১৪ জুনত প্রকল্পটোৰ বিষয়ে ঘোষণা কৰে চৰকাৰে । জনোৱা হয়, ১৭ বছৰৰ ঊৰ্ধ্বৰ পৰা ২১ বছৰ বয়সৰ বাবে নিয়োগৰ ব্যৱস্থা কৰিব প্রতিৰক্ষাবাহিনীয়ে । অৱশ্যে স্থায়ী নিয়োগ নহয় । চাৰি বছৰৰ প্রতিৰক্ষাবাহিনীত সুযোগ লাভ কৰিব । ম্যাদ সম্পূৰ্ণ হ’লে ২৫ শতাংশক নিয়মিত নিয়োগৰ আওতাৰ অনা হ’ব, সিদ্ধান্ত হৈছিল মূল প্রকল্পত ।

কিন্তু বাকীসকলৰ কি হ’ব ? চৰকাৰে জনাইছিল, তেওঁলোকক এককালীন কিছু টকা দিয়া হ’ব । কিন্তু বাকী কোনো সুবিধা নাপাব তেওঁলোকে । ইয়াৰ পাছতেই ক্ষোভ আৰম্ভ হয় ।

প্রতিৰক্ষাবাহিনীৰ দৰে অত্যন্ত গুৰুত্বপূর্ণ সেৱাৰ ক্ষেত্রত কিয় এই ধৰণৰ সিদ্ধান্ত, তাক লৈ সমালোচনাও আৰম্ভ হয় । বিৰোধী পক্ষৰ সেনা বিশেষজ্ঞসকলৰ অনেকেই কয়, ইয়াৰ ফলত প্রতিৰক্ষাবাহিনীৰ দক্ষতা হ্রাস পাব । ইয়াৰ উপৰি চাকৰিৰ ম্যাদ শেষ হোৱাৰ পাছত প্রাক্তন সেনাকর্মীসকলে কি কৰিব, তাক লৈও সন্দেহ আৰম্ভ হৈছে ।

তিনি বাহিনীৰ সমর্থন :
তিনি বাহিনীৰ প্রধানে অৱশ্যে ‘অগ্নিপথ’-ৰ সমর্থন কৰি আহিছে । সেনাবাহিনীৰ যুক্তি আছিল, ইয়াৰ ফলত দেশৰ সেনাৰ গড় বয়স ৩২ৰ পৰা ২৬ বছৰ হ’ব । যুৱকৰ জোৱাৰে দেশৰ নিৰাপত্তাত সহায় কৰিব । লগতে বিভিন্ন চৰকাৰী স্থানত চাকৰিৰ প্রতিশ্রুতি দি থাকে একাধিক ৰাজ্যৰ চৰকাৰে । তাৰ পাছতো ক্ষোভ সম্পূৰ্ণভাৱে সমাপ্ত নহয় । তাৰো সমালোচনা হৈছে সামাজিক মাধ্যমত ।

ইয়াৰ মাজতেই প্রকল্পৰ আওতাত নিয়োগ আৰম্ভ কৰিলে বায়ুসেনাই । ‘অগ্নিবীৰবায়ু’ পদত নিয়োগৰ বাবে শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা ৰেজিষ্ট্ৰেছন উইণ্ড’ আৰম্ভ হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agnipath SchemeINDIAN AIR FORCEIndian Army
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ
India

October 23, 2026
ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d