Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ghagrapar:ঘগ্ৰাপাৰৰ-দতৰাৰ শিক্ষিত যুৱক পংকজ বুজৰবৰুৱাৰ ফাষ্টফুডৰ ব্যৱসায়ৰে স্বাৱলম্বীতাৰ এক নিৰ্দশন

খ‍্যাতি নিহাৰণ ফুড কোৰ্ট তে অঞ্চলটোৰ কুৰিগৰাকী শিক্ষিত যুৱক-যুৱতীক দিছে পেটৰ ভাত

publisher by publisher
January 27, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Ghagrapar:ঘগ্ৰাপাৰৰ-দতৰাৰ শিক্ষিত যুৱক পংকজ বুজৰবৰুৱাৰ ফাষ্টফুডৰ ব্যৱসায়ৰে স্বাৱলম্বীতাৰ এক নিৰ্দশন
8
SHARES
79
VIEWS
ShareShareShareShare

RelatedPosts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

Ghagrapar Damage Road:পথ নিৰ্মান নহলে ভোট বৰ্জনৰ হুংকাৰ নলবাৰীৰ ক্ষুদ্ৰ পিপলীয়া গাঁৱৰ ৰাইজৰ

Ghagrapar :নগাঁৱৰ  চামগুৰিৰ তেলীয়াগাঁৱত এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘগ্রাপাৰ দুই বিজেপি নেতা দ্বীপেন কলিতা আৰু মানস প্রতীম কলিতাৰ 

Ghagrapar:

ৰাজ্যত চৰকাৰী চাকৰিমুখী শিক্ষিত নিৱনুৱাৰে ঠাহ খাই থকা সময়ত হাতে কামে কাম কৰি আত্মনিৰ্ভৰশীল হ’বলৈ আগবঢ়া এগৰাকী যুৱক । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দতৰা গাঁৱৰ প্ৰয়াত শিক্ষক ৰাজেন্দ্ৰ নাথ বুজৰবৰুৱাৰ কনিষ্ঠ পুত্ৰ,ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এগৰাকী স্বয়ং সেৱক পংকজ বুজৰবৰুৱাই আন দহ গৰাকী শিক্ষিত যুৱকৰ দৰে চৰকাৰী চাকৰি বিচাৰি অফিচ-কাছাৰী কিম্বা মন্ত্ৰী- বিধায়কৰ পিছে পিছে দৌৰি হাবাথুৰি খাব নিবিচাৰি এক ইতিবাচক চিন্তা-চৰ্চাৰে নলবাৰী মেডিকেল কলেজৰ সমীপত নাৰপাৰাত “খ‍্যাতি নিহাৰণ ফুড কোৰ্ট” নামৰ এখন ফাষ্টফুডৰ ব‍্যৱসায়ী প্ৰতিষ্ঠান খুলি স্বাৱলম্বিতা হোৱাৰ সপোন ৰচিছে।

ADVERTISEMENT

যাৰ পাছত এই ব্যৱসায় মুকলি কৰি বিগতদিনত চলাই আছে এক সংগ্ৰামী জীৱন সংগ্ৰাম ৷ নিজৰ ব্যৱসায়ৰ পৰিসৰ বহল কৰিব বিচাৰি বিগত সময়ত কৃষি আৰু মীন পালনত পোৱা ধনেৰে উদ্যোগী যুৱক পংকজ বুজৰবৰুৱাই ব‍্যৱসায়ীখন দুটা স্থানত প্ৰতিষ্ঠা কৰি নিজে স্বাৱলম্বীতা হোৱাৰ উপৰিও অঞ্চলটোৰ আন কুৰিগৰাকী শিক্ষিত যুৱক-যুৱতীক পেটৰ ভাত দি আহিছে।

শেহতীয়া ভাৱে নলবাৰী মেডিকেল কলেজৰ ওচৰৰ খ‍্যাতি নিহাৰণ ফুড কোৰ্টৰ ফাষ্টফুডৰখনলৈ নিতৌ পুৱা-গধুলি যুৱক-যুৱতী অন্যান্য গ্ৰাহকে উন্নত মানৰ ফাষ্টফুডৰ আৰু ভিন্ন খাদ্য খাবলৈ দোকানখনলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে।বিগত দিন কেইবাগৰাকীও ৰাজনৈতিক নেতা, সাংসদ, বিধায়ক, গায়ক-গায়িকা, অভিনেতা আদিয়ে ‘খ‍্যাতি’ নিহাৰণ ফুড কোৰ্ট’ৰ ফাষ্টফুডৰ জুতি লৈছে।

এক লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি নিজৰ সংগ্ৰামী জীৱন পাতনি মেলা বুজৰবৰুৱাই বিচলিত নহৈ ব্যক্তিগত প্ৰচেষ্টাৰে এই ব‍্যৱসায়ীৰ সমান্তৰালভাৱে প্ৰতিবছৰে কৃষি কাৰ্য,মীন পালন,ডাইৰী ফাৰ্ম ইত্যাদিৰ ব্যৱসায়েৰে অৰ্থোপাৰ্জনৰ চেষ্টা অব্যাহত ৰাখিছে ৷

কিন্তু ইয়াৰ পুৰ্বে পংকজ বুজৰবৰুৱাই নিজৰ পৰিয়ালক পোহপাল দিয়াৰ বাবে পদুমকুৱৰী চ’ত জেনেৰেটাৰে ৰাইজক বিদ‍্যুৎ যোগানৰ ব‍্যৱসায়,অটো’ চালক হোৱাৰ উপৰিও ঘৰতে কংক্ৰিতৰ ব‍্যৱসায় কৰাৰ লগতে বহু সময়ত বিভিন্ন প্ৰত্যাহবানৰ মুখামুখি হৈয়ো সম্প্ৰতি ফাষ্টফুডৰ ব‍্যৱসায়ী কৰি থকা পংকজ বুজৰবৰুৱাই এতিয়াও বুকুত পুহি ৰাখিছে ব‍্যৱসায়ীখন উন্নত কৰাৰ এক সপোন ৷

সৰু পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পংকজ বুজৰবৰুৱাই উক্ত ব‍্যৱসায়ীৰে অঞ্চলটোৰ কুৰিগৰাকী যুৱক-যুৱতীক কিছু হলেও সকাহ দি আহিছে যদিও বুজৰবৰুৱাৰ ভৱিষ্যতলৈ পৰিকল্পনা অঞ্চলটোত এখন আটক ধুনীয়া ৰিজাৰ্ট স্থাপন কৰি আন কুৰিগৰাকী যুৱক-যুৱকীক সংস্থাপন দিয়া হেপাঁহ মন পুহি ৰাখিছে বুলি জানিব দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: educated youthFirst Food ShopGhagrapar
publisher

publisher

Related Posts

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d