Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

MYANMAR ROHINGYAঅসমৰ আশ্ৰয় গৃহত ৰোহিংগিয়া কিশোৰী,পৰিয়ালক সাক্ষাৎৰ অপেক্ষাত তিনিবছৰ

publisher by publisher
September 8, 2022
in Assam, India, News
Reading Time: 1 min read
0
MYANMAR ROHINGYAঅসমৰ আশ্ৰয় গৃহত ৰোহিংগিয়া কিশোৰী,পৰিয়ালক সাক্ষাৎৰ অপেক্ষাত তিনিবছৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

MYANMAR ROHINGYA চুবুৰীয়া দেশ ম্যানমাৰৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী বৰ্তমান অসমৰ এটা আশ্ৰয় গৃহত লৈ আছে আশ্ৰয় ৷ তিনিবছৰ ধৰি আশ্ৰয় লৈ থকা ১৫ বছৰীয়া কিশোৰীৰ ভাগ্য এতিয়া নিৰ্ণয় কৰিব কেন্দ্ৰীয় চৰকাৰে। কিশোৰী গৰাকী ২০১৯ বৰ্ষত কাছাৰৰ বাংলাদেশ সীমান্তত মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছিল কিন্ত আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰে ৷

ADVERTISEMENT

অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ম্যানমাৰৰ পৰা পলায়ন কৰে আৰু তাৰ পিছত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ পৰা পৃথক হয় ৷ পৰিয়ালৰ লোকসকল বাংলাদেশৰ কক্সবজাৰৰ শৰণাৰ্থী শিবিৰত আশ্ৰয় লোৱা বুলি বুলি নিশ্চিত কৰে কিশোৰী গৰাকীয়ে ৷ শেহতীয়াকৈ কিশোৰীজনীক বিতাৰণৰ বাবে অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান বিষ হৈ পৰিছে ৷
উচ্চতম ন্যায়ালয়ে চুবুৰীয়া দেশত নাবালকগৰাকীক তাইৰ পিতৃ-মাতৃৰ সৈতে একত্ৰিত কৰাৰ বাবে এটা বেচৰকাৰী সংগঠনৰ আবেদনৰ শুনানিৰ ৰায়দান কৰি কিশোৰী গৰাকীক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু ভি ৰামাসুব্ৰমনিয়ামৰ বিচাৰপীঠে পৰিস্থিতিটো অতি জটিল বুলি অভিহিত কৰি কয়, ম্যানমাৰত যুদ্ধবিধ্বস্ত পৰিস্থিতিৰ বাবে তেওঁক নিজৰ দেশলৈ প্ৰেৰণ কৰিব নোৱাৰি আৰু ছোৱালীজনীক সীমান্তত এৰি দিয়াটোও উচিত নহ’ব। আদালতে বেচৰকাৰী সন্থা গ্ল’বেল পিচ ইনিশিয়েটিভৰ দ্বাৰা দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি কিশোৰী গৰাকীৰ অভিভাৱকসকলৰ সন্ধান উলিয়াই সহায়ৰ বাবে নিৰ্দেশ দিয়ে ।

ইয়াৰ পূৰ্বে, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক কিশোৰী গৰাকীক ম্যানমাৰলৈ পঠোৱাৰ সলনি বাংলাদেশৰ কক্সবজাৰৰ ৰোহিংগিয়া শৰণাৰ্থী শিবিৰত বাস কৰা মাক-দেউতাকৰ ওচৰলৈ যোৱাৰ অনুমতি দিবলৈ আহ্বান জনাইছিল । শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰক পদক্ষেপ লোৱাৰ ক্ষেত্ৰত কিশোৰী গৰাকীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ স্পষ্ট নিদৰ্শনা দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FAMAILY IN SHELTER HOMES IN ASSAM.THREE YEARS WAITING TO MEETROHINGYA GIRLS
publisher

publisher

Related Posts

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

September 21, 2026
তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি
Assam

তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

September 21, 2026
নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!
India

নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d