Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rekha Mishra : ১৪০০-ৰো অধিক সন্ধানহীন শিশু উদ্ধাৰ, ৰাষ্ট্রপতি পুৰস্কাৰৰ অর্থও দান কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে

publisher by publisher
September 21, 2022
in India, News
Reading Time: 1 min read
0
Rekha Mishra : ১৪০০-ৰো অধিক সন্ধানহীন শিশু উদ্ধাৰ, ৰাষ্ট্রপতি পুৰস্কাৰৰ অর্থও দান কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

Saif Ali Khan:মোৰ বিপদ নাই, কিন্তু সেই দৰিদ্ৰ লোকজনৰ জীৱন নষ্ট হৈ গ’ল !

Saif Ali Khan Attack:ছেইফৰ ‘আক্ৰমণকাৰী’ সজাই মহাৰাষ্ট্রৰ যুবকক ‘নিৰ্যাতন’ আৰক্ষীৰ !

আঠ বছৰ আৰক্ষীৰ চাকৰি । এই স্বল্প সময়তেই ১,৪০০ৰো অধিক সন্ধানহীন শিশু, কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিছে । কর্মক্ষেত্রত তেওঁৰ দক্ষতাক কুর্নিশ জনাইছে ভাৰত চৰকাৰেও । এই কাৰ্যৰ বাবে তেওঁ ৰাষ্ট্রপতি পুৰস্কাৰো লাভ কৰিছে । অৱশ্যে সেই সন্মানৰ স’তে প্রাপ্ত অর্থ অর্থাৎ এক লাখ টকা অক্লেশে দান কৰিছে ৰেখা মিশ্র‌ই ।

ADVERTISEMENT

নিজৰ কাৰ্যৰ বাবে প্রায়েই শিৰোনামত থাকে ৰেল আৰক্ষী (চিআৰপিএফ) বিষয়া ৰেখা । সৰুকালৰ পৰাই তেওঁৰ আৰক্ষী বা সেনাবাহিনীত যোগদান কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল । পিতৃয়ে ভাৰতীয় সেনাবাহিনীত কাম কৰিছিল । ককা আছিল স্বাধীনতা সংগ্রামী । ৰেখাই কয়, ‘‘জনসেৱা কৰাটো মোৰ তেজতেই আছে । সৰুৰ পৰাই স্থিৰ কৰিছিলো যে ম‌ই আৰক্ষীয়ে হ’ম ।’’

মুম্বাই ৰেল আৰক্ষীত কর্মৰত হ’লেও তেওঁ উত্তৰ প্রদেশৰ কানিজা গাঁৱৰ বাসিন্দা । ৰেখাই জনাইছে, সৰুৰ পৰাই নানা খেলা-ধূলাত উৎসাহ আছিল তেওঁৰ । জনসমক্ষত ভাল বক্তৃতাও দিছিল । বিদ্যালয়ৰ পঢ়া-শুনা শেষ কৰি অৱশ্যে তেওঁ বিএড ডিগ্রী লাভ কৰে । ইয়াৰ পাছতে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ কৰে ।

বিএড ডিগ্রী লাভৰ পাছত অৱশ্যে ৰেখাই শিক্ষকতা নকৰিলে । বৰঞ্চ আৰক্ষীত যোগদান কৰাৰ চেষ্টা আৰম্ভ কৰে । তেওঁ কয়, ‘‘দেউতা-ককাক দেখিয়ে আৰক্ষীত কাম কৰিবলৈ অনুপ্রাণিত হৈছো । ডাঙৰ হ’লে যে ম‌ই আৰক্ষীৰ চাকৰি কৰিম, সেয়াও ঠিৰাং কৰি লৈছিলো ।’’

ৰেখাই জনাইছে, অন্যক সহায় কৰাৰ শিক্ষা পৰিয়ালৰ পৰাই পাইছো । তেওঁ কয়, ‘‘আমাক এনেকোৱা এটা বৃত্তি বাছি ল’বলৈ কোৱা হৈছিল, যাৰ মাধ্যমত দেশ আৰু মানুহক সেৱা কৰিব পাৰি ।’’

সৰুৰ পৰাই কঠোৰ অনুশাসনত ডাঙৰ হৈছে ৰাখা । তেওঁ কয়, ‘‘সৰুৰ পৰাই আমাক পুৱতি নিশাই শুলাৰ পৰা জগাই দিছিল । তাৰ পাছত ব্যায়াম আৰম্ভ ।’’ আৰক্ষী চাকৰিৰ পৰীক্ষাত ঊত্তীৰ্ণ হোৱা দিনটো তেওঁ আজিও পাহৰা নাই ।

ৰেখাই কয়, ‘‘যিদিনাখন আৰক্ষী চাকৰিৰ পৰীক্ষাত ঊত্তীৰ্ণ হোৱাৰ খবৰ পালো, সেই দিনাই মোক ছেল্যুট কৰিছিল দেউতাই । কৈছিল, প্রশংসা পাবৰ বাবে কাম নকৰিবা । বৰঞ্চ কোনো এটা উদ্দেশ্যৰে কাম কৰি যোৱা । ’’ পিতৃৰ সেই কথা আজিও মনত ৰাখিছে ৰেখাই ।

ৰেখাৰ জন্ম ১৯৮৬ত । ৰেখাই জনাইছে, আৰক্ষী চাকৰিৰ পৰীক্ষাত ঊত্তীৰ্ণ হোৱাৰ পাছত তেওঁ মুম্বাই ৰেল আৰক্ষী উপ-পৰিদৰ্শকৰ কামত যোগ দিয়ে । সেইটো আছিল ২০১৪ত ।

উপ-পৰিদৰ্শক হিচাপে ৰেখাৰ প্রথম দায়িত্ব আছিল মুম্বাইৰ ছত্রপতি শিৱাজি মহাৰাজ টার্মিনাছত । শিশু, কিশোৰ-কিশোৰী সৰবৰাহ ৰোধ কৰাৰ লগতে তেওঁলোকক উদ্ধাৰ কৰাই দায়িত্ব আছিল তেওঁৰ ।

ৰেখাৰ সহকর্মীসকলৰ মতে, সৰু ল’ৰা-ছোৱালীবোৰ যে বিপদত পৰিছে, সেয়া সহজেই ধৰিব পাৰিছিল ৰেখাই । এই বিষয়ত তেওঁৰ দক্ষতা প্রশ্নাতীত । মুম্বাই চিএছটিৰ দৰে ষ্টেছনৰ ভিৰভাৰত কেনেদৰে বুজি পাইছিল যে কোন ল’ৰা-ছোৱালীয়ে ঘৰ এৰি পলাইছে অথবা তেওঁলোকৰ অপৰহণ কৰা হৈছে নেকি ? সংবাদমাধ্যমৰ এই প্রশ্নৰ উত্তৰত ৰেখাই কয়, ‘‘আমি এনেকোৱা ল’ৰা-ছোৱালীক বিচাৰো, যিসকলক দেখি লাগে তেওঁলোক হেৰাই গৈছে । ক’ত যাব, সেয়া বুজিব নোৱাৰি । আমাক সেই প্ৰশিক্ষণেই দিয়া হৈছে ।’’

আঠ বছৰৰ আৰক্ষীৰ চাকৰিৰ পাছত ৰেখাৰ দৃষ্টিও অভিজ্ঞ হৈ উঠিছে । তেওঁ কয়, ‘‘দাৰিদ্র্যৰ জ্বালাত বহু ল’ৰা-ছোৱালীয়ে ঘৰ এৰি কামৰ সন্ধানত মুম্বাইত পলাই আহে । অনেকে আকৌ পিতৃ-মাতৃৰ স’তে কাজিয়া কৰি ঘৰ এৰি আহে । এনে ধৰণৰ আঠৰ পৰা ১২ বছৰৰ ল’ৰা-ছোৱালীয়ে অধিক । কোনো কোনো আকৌ মাদক আসক্ত । কোনো আকৌ ফেচবুকত কাৰোবাৰ লগত আলাপ-পৰিচয়ৰ পাছত ইয়ালৈ গুচি আহে । বলিউডৰ তাৰকাসকলৰ টানতো অনেকে এই চহৰত ভৰি দিয়ে ।’’

আৰক্ষী চাকৰিত নিজৰ অভিজ্ঞতাৰ কথাও জনাইছে ৰেখাই । তেওঁ কয়, ‘‘এবাৰ এজনী ১৬ বছৰৰ কিশোৰীক উদ্ধাৰ কৰিছিলো । তাই ঘৰ এৰি মুম্বাইত পলাই আহিছিল । তাইক দেখিয়ে বুজি পাইছিলো, আনমনা । আমি তাইৰ পিতৃ-মাতৃক খবৰ দিলো । ছোৱালীজনীৰ পিতৃ-মাতৃ অহাৰ পাছত গম পালো, তাই অন্তঃসত্ত্বা ।’’

নিজৰ বৃত্তিত প্রতি দিনে বিচিত্র ঘটনাৰ সাক্ষী হয় ৰেখা । তেওঁ কয়, ‘‘আৰু এবাৰ গোৱাৰ পৰা অহা ৪৫ বছৰৰ এজন অপহৰণকাৰীক ধৰিছিলো । তেওঁৰ স’তে এজনী ১৫ বছৰীয়া ছোৱালী আছিল । গোৱা আৰক্ষীয়ে দুয়োজনৰ ছবি প্ৰেৰণ কৰিছিল । মুম্বাই ষ্টেছনত ভৰি ৰখামাত্রেই ছোৱালীজনী দৃষ্টিত পৰে । লগে লগে মোৰ দলে অপহৰণকাৰীজনক ধৰা পেলায় । ছোৱালীজনীক বিয়া কৰাবৰ বাবে তাইৰ ওপৰত যৌন নির্যাতন কৰিছিল লোকজনে ।’’

৩৬ বছৰীয়া ৰেখাই জনায়, কামৰ চাপত নিজৰ ঘৰ-সংসাৰত মন দিব নোৱাৰিলেও পৰিয়ালৰ সকলোৱে তেওঁক সহযোগ কৰিছিল । তেওঁ কয়, ‘‘মোৰ পিতৃ-মাতৃয়েমোক উৎসাহ দিছে । এতিয়া শহুৰৰ ঘৰতো সম্পূৰ্ণ সহযোগিতা পাইছো । যদিও আত্মীয়স্বজনে প্রশ্ন কৰে, ‘আৰু কেতিয়া মা হ’ব ?’ ’’

নিজৰ কামক লৈয়েই ব্যস্ত থাকে ৰেখা । তেওঁ কয়, ‘‘প্রতি দিনে ১০-১২ ঘণ্টা কাম কৰিবলগীয়া হয় । অৱশ্যে ম‌ই এই কাম কৰি ভাল পাওঁ । আৰক্ষী বিষয়া হিচাপে গর্বও কৰে । কেৱল সন্তানধাৰণ কৰাই নাৰীৰ একমাত্র কাম নহয় ! দেশৰ বাবে অবিৰত কাম কৰাই মোৰ লক্ষ্য ।’’ মুম্বাইৰ এটা সংবাদপত্রৰ প্ৰতিবেদনত প্ৰকাশিত, এবছৰত ৪৩৪টি শিশুক উদ্ধাৰ কৰিছে তেওঁ ।

ৰেখাই তেওঁৰ নিষ্ঠাৰ বাবে পুৰস্কাৰো লাভ কৰিছে । ২০১৮ত আন্তর্জাতিক নাৰী দিৱসত নাৰী শক্তি পুৰস্কাৰেৰে তেওঁক বিভূষিত কৰে ভাৰত চৰকাৰে । তৎকালীন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে তেওঁক সেই পুৰস্কাৰ প্ৰদান কৰে । অৱশ্যে পুৰস্কাৰৰ স’তে প্রাপ্ত অর্থ ৰেখাই দান কৰিছে ‘চাইণ্ডলাইন’ নামে এটা স্বেচ্ছাসেৱী সংস্থাক । যিয়ে উদ্ধাৰ হোৱা শিশুসকলৰ পুনর্বাসনৰ কাম কৰে । ৰেখাৰ দাবী, পুৰস্কাৰৰ অর্থ এই শিশুসকলক প্রয়োজন, তেওঁক নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mumbai PoliceRekha MishraSub-Inspector
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d