Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle Spirituality

মহালয়াৰ পৰা চাৰি ৰাশিৰ জাতক-জাতিকাৰ ভাল সময় আৰম্ভ হ’ব 

দেৱী মাৰ অপাৰ কৃপাত মুকলি হ’ব ভাগ্য, ধন-সম্পত্তি আগমনৰ যুগ 

publisher by publisher
September 25, 2022
in Spirituality
Reading Time: 1 min read
0
মহালয়াৰ পৰা চাৰি ৰাশিৰ জাতক-জাতিকাৰ ভাল সময় আৰম্ভ হ’ব 
6
SHARES
58
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

আজি মহালয়া । জন বিশ্বাস অনুসৰি পৃথিৱীলৈ আজি মা দেৱী দুৰ্গাৰ আগমন হৈছে । আজিৰ দিনটো জ্যোতিষশাস্ত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । জ্যোতিষশাস্ত্ৰ অনুসৰি , আজিৰ পৰা চাৰি ৰাশিৰ জাতক-জাতিকাৰ ভাল দিন আৰম্ভ হ’ব । অৰ্থৎ দেৱী মাৰ কৃপা দৃষ্টি পৰা এই চাৰি ৰাশি হৈছে —–

ADVERTISEMENT

১ / মিথুন ৰাশি : আজিৰ পৰাই দেৱী মাৰ কৃপা পৰা এটা ৰাশি হৈছে মিথুন ৰাশি । এই ৰাশিয়ে লাভ কৰিব অপাৰ সাফল্য । কৰ্ম ক্ষেত্ৰতো সাফল্যৰ সন্মুখীন হ’ব এই ৰাশিৰ জাতক-জাতিকা । আৰ্থিক অৱস্থাও খুউৱ ভাল হ’ব । বন্ধুৰ সহযোগিতাই উৎসাহিত কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠানত অংশ লোৱাৰ সুযোগ লাভ কৰিব । ধৰ্মৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব । দাম্পত্য জীৱন সুখৰ হ’ব ।

২/ সিংহ ৰাশি : মহালয়াৰ লগে লগেই সিংহ ৰাশিৰ ভাল দিন আৰম্ভ হ’ব । ব্যৱসায়ৰ লগতে চাকৰি কৰা জাতক-জাতিকাই শুভ ফল লাভ কৰিব । কৰ্মক্ষেত্ৰত প্ৰশংসিত হ’ব । জীৱনসংগী বা প্ৰেমিক-প্ৰেমিকাই একেলগে সময় পাৰ কৰাৰ সুবিধা লাভ কৰিব ।

৩/ তুলা ৰাশি : দেৱী মাৰ কৃপাত তুলা ৰাশিৰ জাতক-জাতিকাৰ আত্মবিশ্বাস বাঢ়িব । চাকৰি অথবা ব্যৱসায়ত প্ৰচুৰ লাভ হোৱাৰ সম্ভাৱনা আছে । ইয়াৰলগতে যি কামতেই হাত দিব, প্ৰশংসিত হ’ব । বিগত সময়ৰ পৰা চলি থকা আৰ্থিক সমস্যা দূৰ হ’ব । হাতলৈ ধনৰ আগমন হ’ব । জীৱনসংগীৰ লগতো সু-সম্পৰ্ক বৃদ্ধি হ’ব ।

৪/ বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ মহালয়াৰ পৰা ভাল সময় আৰম্ভ হ’ব । চাকৰি অথবা ব্যৱসায়ত জড়িত ব্যক্তিৰ বাবে আটাইতকৈ উৎকৃষ্ট সময় । আৰ্থিক অৱস্থা স্বচ্ছল হোৱাৰ লগতে কোনো ব্যৱসায়ত বিনিয়োগ কৰিলে লাভৱান হ’ব । পৰিয়ালৰ লগত সময় কটোৱাৰ সুবিধা পাব । বিবাহিত জীৱন সুখকৰ হ’ব ।

আজিৰ পৰা দেৱীপক্ষ আৰম্ভ হ’ল ।অৰ্থাৎ শাৰদীয় পূজাৰ মাহ । এক অক্টোবৰত পৰিছে ষষ্ঠী । দুই অক্টোবৰত হ’ব সপ্তমী । একেদৰে তিনি অক্টোবৰত অষ্টমী আৰু চাৰি অক্টোবৰত পৰিছে নৱমী । দশমী পৰিছে পাঁচ অক্টোবৰত । আগন্তুক লক্ষ্মী পূজা পৰিব ন অক্টোবৰত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HoroscopeMahalaya
publisher

publisher

Related Posts

মহাকুম্ভলৈ যোৱাৰ পথত যানজঁটৰ সমস্যা ,আবদ্ধ হৈ আছে লাখ লাখ ভক্ত
India

February 10, 2025
Saraswati Puja:বাকদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌদিশ
Assam

February 3, 2025
Horoscope: নতুন বছৰৰ পহিলা দিনটো কেনেদৰে পাৰ হ’ব
Assam

Daily Horoscope : আজিৰ দিনটো কেনেদৰে যাব জানি লওক

January 9, 2025
Horoscope:ৰাশিফল
Spirituality

Horoscope:ৰাশিফল

July 13, 2024
Horoscope: দিনটোৰ ৰাশিফল
Horoscope

Horoscope: দিনটোৰ ৰাশিফল

June 15, 2023
Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

April 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d