Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Missiles : ২৪ ঘণ্টাৰ ভিতৰতে ‘প্ৰতিশোধ’ ! উত্তৰ কোৰিয়াৰ প্ৰত্যুত্তৰত চাৰিটা ক্ষেপণাস্ত্র নিক্ষেপ দঃ কোৰিয়া-আমেৰিকাৰ

publisher by publisher
October 5, 2022
in News, International
Reading Time: 1 min read
0
Missiles : ২৪ ঘণ্টাৰ ভিতৰতে ‘প্ৰতিশোধ’ ! উত্তৰ কোৰিয়াৰ প্ৰত্যুত্তৰত চাৰিটা ক্ষেপণাস্ত্র নিক্ষেপ দঃ কোৰিয়া-আমেৰিকাৰ

A surface-to-surface missile is fired into the sea off the east coast in this handout picture provided by the Defense Ministry, South Korea, October 5, 2022. South Korean Defense Ministry/Handout via REUTERS ATTENTION EDITORS - THIS IMAGE HAS BEEN SUPPLIED BY A THIRD PARTY.

2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

এটাৰ বদলি চাৰি ! ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্র নিক্ষেপৰ ‘প্ৰতিশোধ’ ল’লে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । বুধবাৰে জাপান সাগৰত চাৰিটা ক্ষেপণাস্ত্র নিক্ষেপ কৰালে এই দুই দেশে । মঙলবাৰে পুৱা হঠাৎ জাপানৰ ওপৰেৰে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছিল কিম জং উনৰ দেশে । তাৰেই ‘প্ৰতিশোধ’ ল’বলৈ বুধবাৰে তেওঁলোকে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে বুলি জনাইছে দক্ষিণ কোৰিয়াৰ সেনাবাহিনীয়ে ।

ADVERTISEMENT

সংবাদ সং‌স্থা সূত্রে খবৰ, দুটিকৈ ‘আর্মি টেক্টিকেল মিছাইল ছিষ্টেম’ ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । মঙলবাৰে উত্তৰ কোৰিয়াৰ আচৰণৰ কটাক্ষত সৰৱ হৈছিল এই দুই দেশ । উত্তৰ কোৰিয়াৰ পদক্ষেপ প্রৰোচনামূলক বুলি কটাক্ষ কৰিছিল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক ইওলে । নিন্দাত সৰৱ হৈছিল আমেৰিকাও ।

২৪ ঘণ্টাৰ ব্যৱধানত উত্তৰ কোৰিয়াক প্ৰত্যুত্তৰ দিবলৈ ক্ষেপণাস্ত্র নিক্ষেপ কৰি যিদৰে শক্তি প্রদর্শন কৰিলে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই, ফলত পুনৰ এই অঞ্চলত উত্তেজনা বৃদ্ধি পাইছে বুলি ধাৰণা কৰা হৈছে ।

২০১৭ৰ পাছত প্রথমবাৰ জাপানৰ ওপৰেৰে ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই । সাংবাদিক বৈঠকত জাপানৰ ‘চিফ কেবিনেট ছেক্রেটাৰী’ হিৰোকাজু মাতছুনোই জনাইছিল, মঙলবাৰে স্থানীয় সময় পুৱা সাত বাজি ৪৪ মিনিটত উত্তৰ-পূৱ জাপান অতিক্রম কৰি ক্ষেপণাস্ত্রটো প্রশান্ত মহাসাগৰ গৈ পৰে । দক্ষিণ কোৰিয়াৰ তৰফৰ পৰা জনোৱা হৈছিল, মজলীয়া জোখৰ বেলিষ্টিক ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই ।

এই ঘটনাক ধিক্কাৰ জনাইছে জাপানৰ প্রধানমন্ত্রী ফুমিও কিছিদাই । উত্তৰ কোৰিয়াৰ এই ধৰণৰ আচৰণক তেওঁ ‘আক্রমণাত্মক’ বুলি বর্ণনা কৰিছে । ক্ষেপণাস্ত্র নিক্ষেপৰ ফলত উত্তল জাপানথ ৰেল চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল । বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaMissileNorth KoreaSouth Korea
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d