Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Draupadi Murmu : ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মু সম্পর্কে অপমানসূচক মন্তব্যৰ অভিযোগত কংগ্রেছ নেতালৈ মহিলা কমিছনৰ জাননী প্ৰেৰণ

publisher by publisher
October 6, 2022
in News
Reading Time: 1 min read
0
Draupadi Murmu : ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মু সম্পর্কে অপমানসূচক মন্তব্যৰ অভিযোগত কংগ্রেছ নেতালৈ মহিলা কমিছনৰ জাননী প্ৰেৰণ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

হঠাৎ ৰাষ্ট্ৰপতি ভৱনত মুর্মুৰ স’তে মোডীৰ বৈঠক , আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

Nagaon :নগাঁৱত ১৯ হেজাৰ ৭০৯ বিঘা বেদখলীকৃত ভূমিত ছেপ্টেম্বৰত চলিব উচ্ছেদ অভিযান

Shringhal Chaliha relieved of duty for one month:শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰস্থিতি বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ব !

Draupadi Murmu : ৰাষ্ট্রপতি দ্রৌপদী মুর্মু সম্পর্কে অৱমাননাকৰ মন্তব্যৰ অভিযোগত কংগ্রেছৰ দলিত নেতা উদিত ৰাজক জাননী প্ৰেৰণ জাতীয় মহিলা কমিছনৰ । বৃহস্পতিবাৰে কমিছনৰ মুৰব্বী ৰেখা শর্মাই এই ঘোষণা কৰি কয়, ‘‘তেওঁৰ (উদিত) মন্তব্য কেৱল এগৰাকী নাৰীৰ বিৰুদ্ধে নহয়, এটা সাংবিধানিক চৰকাৰৰ প্রধানৰ বিৰুদ্ধে । নাৰী হোৱাৰ বাবেই ৰাষ্ট্রপতিক লক্ষ্য কৰা হৈছে নেকি ? এই নিন্দনীয় মন্তব্যৰ বাবে আমি জাননী জাৰি কৰিছো । এনে অৱমাননাকৰ ভাষাৰ ব্যৱহাৰ লজ্জাজনক ।’’

ADVERTISEMENT

বিজেপিৰ বিৰুদ্ধেও ‘দেশৰ প্রথম জনজাতি সম্প্রদায়ৰ ৰাষ্ট্রপতি’ৰ বিৰুদ্ধে অসম্মানজনক মন্তব্যৰ বাবে কংগ্রেছক আক্রমণ কৰা হৈছে । যদিও কংগ্ৰেছ নেতাগৰাকীয়ে বৃহস্পতিবাৰে কয়, ‘‘টুইটাৰত আমাৰ মন্তব্য একান্তই ব্যক্তিগত । ইয়াৰ লগত দলীয় অৱস্থানৰ কোনো সম্পর্ক নাই ।’’ প্রসংগত, ২০১৪ৰ লোকসভা নিৰ্বাচনত দিল্লীৰ পৰা বিজেপিৰ টিকিটত জয়ী হৈছিল উদিত ৰাজ । ২০১৯ত তেওঁ কংগ্রেছত যোগ দিছিল ।

সম্প্রতি গুজৰাটত এটা অনুষ্ঠানত ৰাষ্ট্রপতিয়ে কয়, ‘‘দেশৰ ৭৬ শতাংশ লৱণ গুজৰাটত উৎপন্ন হয় । সেয়ে ক’ব পাৰি যে, সমগ্ৰ ভাৰতেই গুজৰাটৰ নিমখ খায় ।’’ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰাজ্যৰ সুখ্যাতি কৰি ৰাষ্ট্রপতিৰ সেই মন্তব্যৰ সমালোচনা কৰিছিল কংগ্ৰেছ নেতা ৰাজে । তেওঁ টুইটাৰত লিখিছিল, ‘‘কোনো দেশতেই দ্রৌপদী মুর্মুজিৰ দৰে ৰাষ্ট্রপতি থকা উচিত নহয় । স্তাৱকতাৰ এটা সীমা থকা উচিত । কৈছে ৭০ শতাংশ লোকে গুজৰাটৰ নিমখ খায় । নিজে নিমখ খাই জীৱন যাপন কৰিলে বুজিলেহেঁতেন ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: congress leader udit rajDraupadi Murmunatice issuwomen commission
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d