Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Supreme Court of India : চাৰি ন্যায়াধীশৰ নিয়োগ প্ৰক্ৰিয়া স্থগিত

publisher by publisher
October 11, 2022
in India, News
Reading Time: 1 min read
0
Supreme Court of India : চাৰি ন্যায়াধীশৰ নিয়োগ প্ৰক্ৰিয়া স্থগিত
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Kejriwal Spends Night in ED Lockup:নিশা গ্ৰেপ্তাৰৰ পিছত ইডি কাৰ্যালয়ৰ ১নং কোঠাত নিশাটো অতিবাহিত কৰিলে কেজৰিৱালে

Tmc Leader Abhishek Benerjee :শিক্ষক নিযুক্তি কেলেংকাৰিত অভিষেকক সকাহ নিদিলে ন্যায়ালয়ে

Supreme Court Order: অগ্নিগৰ্ভ মণিপুৰ ! চেপা উত্তেজনা অব্যাহত,আবদ্ধ হৈ আছে দহ সহস্ৰাধিক লোক

Supreme Court of India : শীর্ষ আদালতৰ চাৰি ন্যায়াধীশৰ শূন্য পদ পূৰণৰ প্রক্রিয়া স্থগিত কৰিলে পাঁচ শীর্ষ ন্যায়াধীশৰ কলেজিয়ামে । ফলত মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বাধীন কলেজিয়ামে সেই চাৰি শূন্য পদ পূৰণত পদক্ষেপ গ্ৰহণ নকৰে । ন নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ললিতে । ইয়াৰ পাছতে নতুন মুখ্য ন্যায়াধীশ নেতৃত্বাধীন কলেজিয়ামে এই বিষয়ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

ADVERTISEMENT

কালি কলেজিয়ামত গৃহীত প্রস্তাৱৰ পৰা জানিব পৰা গৈছে, শীর্ষ আদালতৰ ন্যায়াধীশ পদত নাম আবেদনৰ ক্ষেত্রত উচ্চ ন্যায়ালয়ৰ সংশ্লিষ্ট ন্যায়াধীশে দিয়া ৰায় পৰ্যবেক্ষণ কৰিছে কলেজিয়ামৰ সদস্যসকলে । লগতে তেওঁলোকৰ যোগ্যতাও পৰ্যবেক্ষণ কৰা হৈছে । অৱশ্যে এই যোগ্যতা নির্ধাৰণৰ মাপকাঠি কি, সেয়া স্পষ্ট নহয় । এনে পদক্ষেপ এয়ে প্রথম বুলি জনাইছে কলেজিয়ামে ।

স্পষ্টভাৱে জনোৱা হৈছে, শীর্ষ আদালতৰ ন্যায়াধীশ পদত নাম আবেদনৰ বাবে ২৬ ছেপ্টেম্বৰত কলেজিয়ামৰ বৈঠক অনুষ্ঠিত হয় । সেই বৈঠকত ১১টা নাম বিবেচনা কৰা হৈছিল । ব’ম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপংকৰ দত্তৰ নাম সর্বসম্মতভাৱে গৃহীত হয় । বাকী ১০ জনৰ নাম সন্দৰ্ভত বৈঠক ৩০ ছেপ্টেম্বৰ পর্যন্ত পিছুৱাই দিয়া হয় । কাৰণ, উচ্চ ন্যায়ালয়ৰ যিসকল ন্যায়াধীশৰ নাম বিবেচনা কৰা হৈছে তেওঁলোকৰ আৰু কে’বাটাও ৰায় পৰ্যবেক্ষণ কৰিব বিচাৰিছে কলেজিয়ামৰ কিছুসংখ্যক সদস্য‌ই । ২৬ ছেপ্টেম্বৰৰ বৈঠকতেই প্রথম সংশ্লিষ্ট ন্যায়াধীশৰ ৰায় পৰ্যবেক্ষণ কৰিবলৈ যুক্তিসন্মতভাৱে বিচাৰ কৰাৰ পদ্ধতি ব্যৱহাৰ কৰা হয় বুলি জনাইছে কলেজিয়ামে ।

ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ অনুপস্থিতিৰ ফলত ৩০ ছেপ্টেম্বৰৰ বৈঠক অনুষ্ঠিত নহয় । কলেজিয়ামে কালি গৃহীত প্রস্তাৱত জনায়, ইয়াৰ পাছত কলেজিয়ামৰ বাকী চাৰি সদস্যক ফাইল প্ৰেৰণ কৰি চাৰিটা শূন্য পদৰ বাবে নামত সন্মতি বিচাৰে প্রধান ন্যায়াধীশ ইউ ইউ ললিতে । কিন্তু এই পদ্ধতিত ন্যায়াধীশসকলৰ নাম আবেদন কৰাত আপত্তি জনায় ন্যায়াধীশ চন্দ্রচূড় আৰু ন্যায়াধীশ এছ আব্দুল নাজিৰে । অৱশ্যে তেওঁলোকৰ পত্ৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদপ্রার্থীসকলৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাই বুলি কলেজিয়ামৰ তৰফৰ জনাইছে ।

দুই অক্টোবৰত মুখ্য ন্যায়াধীশ ললিত, ন্যায়াধীশ চন্দ্রচূড় আৰু ন্যায়াধীশ নাজিৰৰ আপত্তিৰ কাৰণ আৰু বিকল্প উপায়ৰ কথা জানিব বিচাৰে । কিন্তু তেওঁলোকে উত্তৰ নিদিয়ে । কলেজিয়ামৰ তৰফৰ পৰা জনাইছে, ফলত ন্যায়াধীশসকলৰ বৈঠকত এই সন্দৰ্ভত আলোচনাৰ বাহিৰে উপায় নাছিল । কিন্তু ইয়াৰ মাজতেই মুখ্য ন্যায়াধীশ ললিতক পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্রীয় আইনমন্ত্রীয়ে । তেওঁক উত্তৰসূৰিৰ নাম আবেদন কৰিবলৈ অনুৰোধ কৰা হৈছে ।

ন নৱেম্বৰত মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ললিতে । কলেজিয়ামে জনাইছে, ‘‘এনে পৰিস্থিতিত ৩০ ছেপ্টেম্বৰৰ বৈঠকৰ অসমাপ্ত কাম সম্পর্কে আৰু কোনো পদক্ষেপৰ প্রয়োজন নাই । বিষয়টো সন্দৰ্ভত আৰু কোনো আলোচনাৰো প্রয়োজন নাই ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JUDGE APPOINTMENT MATTERSupreme Court of India
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d