Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

EIGHT EASY WAYS TO GET RICH : ধনী হোৱাৰ ৮ টা সহজ উপায় কি ? জানিবলৈ পঢ়ক

publisher by publisher
October 14, 2022
in India, News
Reading Time: 1 min read
0
EIGHT EASY WAYS TO GET RICH : ধনী হোৱাৰ ৮ টা সহজ উপায় কি ? জানিবলৈ পঢ়ক
6
SHARES
60
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

EIGHT EASY WAYS TO GET RICH : সুখ সুখ বুলি মানুহ বলীয়া / নেদেখে সুখৰ মুখ / সুখ বিচাৰোতে পাই জীৱনত দুখৰ উপৰি দুখ । ধনেই মানুহৰ সৰ্বোচ্চ সুখ নহয় । জীৱনতকৈ ধন কেতিয়াও মূল্যবান হ’ব নোৱাৰে। তথাপি কিয় মানুহ ধনৰ পিছত দৌৰি ফুৰা দেখা যায় । অৱশ্যে মানুহৰ টকা ঘটাৰ এই ইচ্ছাক বাস্তৱ ৰূপ দিবলৈ প্ৰয়োজন কিছু পদক্ষেপৰ । বাস্তৱিকতে ধন থাকিলেও মানুহ ধনী হ’ব নোৱাৰে । জীৱনৰ সফলতাৰ অৰ্থ সুকীয়া । অৰ্থাৎ জীৱনৰ সফলতাইহে মানুহক ধনী কৰিব পাৰে । এটা সাৰ্থক জীৱন তথা ধনী হ’বলৈ আপুনি কি কি পদক্ষেপ গ্ৰহণ কৰিব ।

ADVERTISEMENT

১/ টকাৰ মোহ পৰিহাৰ কৰক : অৰ্থ উপাৰ্জনৰ লগে লগে মানুহে জীৱনত বহু সংঘৰ্ষত অৱতীৰ্ণ হয় । বাস্তৱত আপুনি টকাৰ পিছত দৌৰি থাকিলে আপোনাক ‘ অৰ্থলোভী’ উপাধিৰে বিভূষিত কৰিব মানুহেই । তাৰ বিপৰীতে গৈও আপুনি অৰ্থ উপাৰ্জন কৰিব লাগিব । কিন্তু আপুনি অৰ্থলোভী হ’ব নোৱাৰিব । অৰ্থাৎ নিজৰ কৰণীয় কৰ্মখিনি সুচাৰুৰূপে কৰি গ’লেই আপুনি সহজে অৰ্থ উপাৰ্জন কৰিব পাৰিব ।
২/ যি আপোনাক সহায় কৰিছে , তেওঁৰ সৈতে যোগাযোগ ৰাখক : ধনী আৰু সফল ব্যক্তিক খুবেই সহায়কাৰী হিচাপে দেখা যায় । অৰ্থাৎ সহায় কৰিলে আপুনিও নিশ্চিতভাৱে ধনী হৈ পৰিব । যিহেতু আপুনি কাৰোবাক সহায় কৰিলে সেই ব্যক্তিজনে আপোনাকো বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব । সেইকাৰণে আপোনাক বা আপুনি সহায় কৰা ব্যক্তিজনৰ সৈতে যোগাযোগ ৰাখিব । এই সম্পৰ্কই আপোনাক ধনী ও সফল হোৱাত সহায় কৰিব ।
৩/ কোটি টকা উপাৰ্জনৰ বিপৰীতে কোটি মানুহক সহায় কৰাৰ কথা ভাৱক : আপোনাৰ যি কেইজন সেৱাকাৰী বা গ্ৰাহক আছে , তেওঁলোকৰ পৰা কোটি টকা উপাৰ্জন কৰাৰ চিন্তা পৰিহাৰ কৰক । বিপৰীতে আপুনি তেওঁলোকক সেৱা মনোবৃত্তিৰে সহায় কৰক । ইয়াৰ ফলত আপোনাৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব আৰু আপোনাৰ অৰ্থ উপাৰ্জনৰ পথ সুগম হ’ব ।
৪/ টকা ঘটাৰ পৰিৱৰ্তে টকা ঘটা পথৰ সন্ধান কৰক : অনবৰতে টকা ঘটাৰ চিন্তাৰ সলনি আপুনি যদি টকা ঘটাৰ পথৰ সন্ধান কৰে , তেন্তে আপুনি অধিক লাভৱান হ’ব । অৰ্থাৎ উপাৰ্জন কৰিবলৈ নতুন নতুন পদ্ধতিৰ সন্ধানে আপোনাক উপাৰ্জনৰ পথ সুচল কৰিব । এই পথসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিলে আপুনি বিচৰা ধৰণে কৃতকাৰ্য হ’ব পাৰিব ।
৫/ যি কামেই নকৰক ভাল ভাৱেৰে কৰিব : আপোনাৰ কামটো যে অন্যৰ তুলনাত ভাল , সেই ভাৱ ৰাখি নিজৰ কামত দৃষ্টি নিৱদ্ধ ৰাখক । নিজৰ দক্ষতা বৃদ্ধি কৰি কামত মনোনিবেশ কৰক । কাৰণ আপোনাৰ দক্ষতা বৃদ্ধি হ’লেহে যিকোনো কৰ্মৰ যোগেদি অৰ্থ উপাৰ্জন কৰিব পাৰিব ।
৬/ বিশ্বৰ ১০ জন সফল ব্যক্তিৰ তালিকা প্ৰস্তুত কৰক : সংগীত শিল্পী , অভিনেতা , ব্যৱসায়ী আদি যিকোনো পেশাৰ ১০ জন সফল ব্যক্তিৰ তালিকা প্ৰস্তুত কৰক আৰু তেওঁলোকৰ কৰ্মৰাজীৰ অনুসন্ধান কৰি অনুকৰণ কৰক । তেওঁলোকৰ সফলতাৰ কাহিনীয়ে আপোনাকো অনুপ্ৰাণিত কৰিব ।
৭/ উন্নতি পৰ্যবেক্ষণ কৰক : ধনী হোৱাৰ যদি সংকল্পই আছে , তেন্তে ভুল পথত কেতিয়াও খোজ নিদিব । অৰ্থাৎ প্ৰতিদিনেই নিজৰ উন্নতি পৰ্যবেক্ষণ কৰক । উন্নতিৰ বাবে এই পথ যদিও বহুত ধীৰ গতিৰে যায় , তথাপি আপুনি সদায় মনত ৰাখিব যে , হাজাৰ মাইল পথ অতিক্ৰম কৰা এই পথ আপোনাৰ এই পদক্ষেপেৰেই আৰম্ভ হয় । সেইকাৰণে আপোনাৰ প্ৰতিটো পদক্ষেপেই আপোনাৰ বাবে অতি মূল্যবান ।
৮ / কাম কৰাৰ ৰুটিন তৈয়াৰ কৰক : ধন ঘটিবলৈ হলে আপুনি আপোনাৰ কৰ্মৰ এখন ৰুটিন তৈয়াৰ কৰাতো খুবেই জৰুৰী । কোনো ব্যৱসায়েই হওঁক বা অন্য কোনো কামেই হওঁক , ৰুটিন মানি চলিলে আপুনি কৃতকাৰ্যতা লাভ কৰিব পাৰিবই । অৰ্থাৎ আপোনাৰ ব্যৱসায়ৰ খাতিৰত আপুনি প্ৰতিদিনে ১০০ ক্ৰেতাৰ লগত সম্পৰ্ক কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব । যিটো হ’ব আপোনাৰ ৰুটিনৰ এটা অংশ ।
উল্লেখিত নিয়ম অনুকৰণ কৰি আগবাঢ়িলে আপুনি ধনী হোৱাৰ লগতে সুখীও হ’ব পাৰিব । সুখ আৰু ধন দুয়োটাই সমানে লাভ কৰিলে আপোনাৰ জীৱন সাৰ্থক হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EIGHT EASY WAYSGET RICH
publisher

publisher

Related Posts

তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ
Assam

October 5, 2026
কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

বেদখলৰ কবলত বি বৰুৱা কলেজৰ গাতে লাগি থকা সাত বিঘা চৰকাৰী ভূমি

কোনো অসংলগ্ন কথাই পাইকাৰী হাৰত ভোটাধিকাৰ কৰ্তনক যুক্তিযুক্ত নকৰে
India

ধুবুৰীত শিল্পী সঞ্জীৱ বসাকৰ ব্যতিক্ৰমী প্ৰয়াস
Assam

ধুবুৰীত শিল্পী সঞ্জীৱ বসাকৰ ব্যতিক্ৰমী প্ৰয়াস

October 5, 2026
নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d