Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GREEN ACTION WEEK’S STATE LEVEL WORKSHOP : গ্ৰীণ একচন উইকৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা

মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়া ভাবে ঘৰুৱা জাৱৰ ৰ টোপোলা পেলায় : ডঃ অৰূপ কুমাৰ মিশ্ৰ

publisher by publisher
October 20, 2022
in India, Assam, News
Reading Time: 1 min read
0
GREEN ACTION WEEK’S STATE LEVEL WORKSHOP : গ্ৰীণ একচন উইকৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

গ্ৰীণ একচন উইকছৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত খানাপাৰাৰ পৰা গণেশগুৰিলৈ আজি পুৱা এক চাইকেল ৰেলীৰ আয়োজন কৰা হয় ।

GREEN ACTION WEEK’S STATE LEVEL WORKSHOP : অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জোনালী ৰ পৰা ভৰলুমুখলৈ ভৰলু নদীৰ পাৰত কিছুমান ঠাইত গোপনে কেমেৰা সংস্থাপন কৰিছিলে। এই কেমেৰাসমূহে প্ৰায় ৭০০ খনমান ফটো তুলিছিল। পিছত এই ফটো বিলাক অধ্যয়ন কৰি আমি আচৰিত হৈছিলোঁ যে মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়া ভাবে ঘৰুৱা জাৱৰ ৰ টোপোলা পেলায়। এই উদ্বেগজনক ভাষ্য অসম প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰৰ।

ADVERTISEMENT

বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম উদ্যোগত আৰু কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সহযোগত গ্ৰীণ একচন উইক -২০২২ শীৰ্ষক এক ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডঃ মিশ্ৰই কয় যে সকলো কাম কেৱল চৰকাৰে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন লোক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন হব লাগিব।

বেৰিয়াম নাইট্ৰেটৰ দৰে ক্ষতিকাৰক ৰাসায়নিকৰে প্ৰস্তুত কৰা প্ৰচলিত ফটকাৰ পৰা সৃষ্টি হোৱা ভয়াবহ প্ৰদূষণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰ নিৰ্দেশৰ ভিত্তিত অসম প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদে দিপাৱলীৰ সময়ত ফটকা ফুটোৱাৰ ক্ষেত্ৰত কিছুমান দিৰ্দেশনা জাৰি কৰিছে। অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সঞ্চালক জৰ্জ ছেৰিয়ানে কয় – ২০১৯ চনত সমগ্ৰ বিশ্বত ৫৩.৬ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হৈছিল। এছিয়া মহাদেশত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ২৪.৯ মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। আমেৰিকা আৰু চীন দেশৰ পিছত ভাৰতত ৩.২ মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। যদি এই ধাৰা অব্যাহত থাকে তেন্তে ২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব।

অনুষ্ঠানটো আগধৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই যুৱ প্ৰজন্মৰ প্ৰতিজন সদস্যকে সামগ্ৰী ভাগ বিতৰণৰ অভ্যাস গঢ়ি তুলি প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লবলৈ আহ্বান জনায়। ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা খনত অসম চৰকাৰৰ কৃষি বিভাগৰ উপ সঞ্চালক খগেন্দ্ৰ শর্মা, অসম ৰাজ্যিক জৈৱ বৈচিত্রতা বৰ্ড বৈজ্ঞানিক বিষয়া ডঃ ওইনাম সুনন্দা দেৱী, এছটেকৰ প্ৰগ্ৰাম বিষয়া ডঃ মনিশা শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণ আগবঢ়াই। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামাজিক অনুষ্ঠান, বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্র-ছাত্ৰী , কৃষি , পৌৰ আৰু বন বিভাগৰ বিষয়া, সংবাদ কৰ্মী উপস্থিত থাকে।উল্লেখ্য যে কাটছ ইন্টাৰনেচনেলৰ সহযোগত অসমত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামকে ধৰি দেশৰ ১৪ খন ৰাজ্যৰ ১৪ টা সামাজিক সংগঠনে গ্ৰীণ একচন উইক -২০২২ ৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCB CHAIRMANDR.A.K. MISHRAGreen Action WeekSTATE LEVEL WORKSHOP
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d