Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Fruit : আপুনি বজাৰৰ পৰা কিনি অনা ফলৰ গাত কিয় ষ্টিকাৰ লগাই দিয়া হয় ?

publisher by publisher
October 22, 2022
in Lifestyle
Reading Time: 1 min read
0
Fruit : আপুনি বজাৰৰ পৰা কিনি অনা ফলৰ গাত কিয় ষ্টিকাৰ লগাই দিয়া হয় ?
2
SHARES
22
VIEWS
ShareShareShareShare

Fruit :

বিভিন্ন সময়ত বজাৰৰ পৰা ফল কিনোতে দেখা যায় যে, ফলসমূহৰ গাত সৰু-সৰু ষ্টিকাৰ থাকে । বহুতেই ভাবে , এই ষ্টিকাৰসমূহ ফলটোৰ গুণগত মানৰ পৰিচায়ক । আকৌ বহুতে এই ফলসমূহ বিদেশৰ পৰা আমদানি কৰা বুলিও ধাৰণা কৰে । কিন্তু ইয়াৰ সত্যটো বেলেগ ।

ADVERTISEMENT

‘ফুড চেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অৱ ইণ্ডিয়া ‘ চমুকৈ ‘এফএচএচঅআই‘ – এ কৈছে যে, পৃথিৱীৰ বিভিন্ন দেশে এই ধৰণৰ ষ্টিকাৰ ফলটোৰ গুণগত মান , দাম বা কি ধৰণৰ প্ৰক্ৰিয়াৰে ফলটো উৎপাদন কৰিছে , বুজাবলৈ ব্যৱহাৰ কৰে । কিন্তু ভাৰতত এইক্ষেত্ৰত কোনো নিয়ম নাই । বৰং ফলটোৰ কোনো খুত থাকিলে ঢাকিবলৈ বা অন্য ফলতকৈ ভাল বুজাবলৈ এই ধৰণৰ ষ্টিকাৰ ব্যৱহাৰ কৰে । 2df40bba69a0b2b2de94bd4b34a246b8

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল

আপুনি জানেনে কমলাৰ বাকলিত থকা পলিফেনলে মধুমেহ নিয়ন্ত্ৰণ কৰে

এটা কথা মন কৰিব যে , বিভিন্ন সময়ত ভাৰতত এই ধৰণৰ ষ্টিকাৰ লগাই গ্ৰাহকক অধিক দামত বিক্ৰী কৰাও দেখা যায় । কেৱল ভাৰততে নহয় সমান্তৰালকৈ এই ষ্টিকাৰ ব্য়ৱহাৰ কৰি অন্যান্য দেশতো উপভোক্তাক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে ।

গতিকে ফলৰ ওপৰত ষ্টিকাৰ দেখি , সেই ফল ভাল বুলি ভবাৰ কোনো থল নাই বুলি উল্লেখ কৰিছে বিশেষজ্ঞসকলে । বিপৰীতে ষ্টিকাৰ থকা ফলৰ ওপৰত অধিক ধ্যান দিবলৈহে বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে । ইয়াৰোপৰি এই ধৰণৰ ষ্টিকাৰ থকা ফলত লাগি থকা আঠা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰকহে হ’ব পাৰে ।

কিন্তু , পৃথিৱীৰ সকলো দেশৰ ক্ষেত্ৰত এইকথা প্ৰযোজ্য নহয় । আপুনি ধ্যান দিব যে , ফলটোৰ ওপৰত যদি চাৰিটা সংখ্যাৰ কোনো কোড থাকে , তেন্তে আপুনি জানিব যে এই ফলটো সাধাৰণ সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰি উৎপাদন কৰা হৈছে ।

আকৌ কোডটো পাঁচটা সংখ্যাৰ হ’লে আৰু কোডৰ প্ৰথম সংখ্যাটো আঠ হ’লে তাৰ অৰ্থ হয় –ফলটো ‘জেনেটিকেলি মডিফায়ড ‘ বা জিনগত পৰিৱৰ্তনৰ মাধ্যমে উৎপাদন কৰিছে । একেদৰে পাঁচ সংখ্যাৰ কোডটো যদি ন সংখ্যাৰে আৰম্ভ হৈছে , তেন্তে তাৰ অৰ্থ হ’ব , এই ফলটো সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: fruitHealthSticker
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d