Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Anti Smog Gun Used To Curb Delhi Pollution : প্ৰদূষণ নিয়ন্ত্রণ কৰিবলৈ ৰাজধানীত ‘এন্টি স্মগ গান’ৰ ব্যৱহাৰ

publisher by publisher
November 5, 2022
in India, News
Reading Time: 1 min read
0
Anti Smog Gun Used To Curb Delhi Pollution : প্ৰদূষণ নিয়ন্ত্রণ কৰিবলৈ ৰাজধানীত ‘এন্টি স্মগ গান’ৰ ব্যৱহাৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Anti Smog Gun Used To Curb Delhi Pollution :

বায়ুদূষণত বিধ্বস্ত ৰাজধানীৰ বাসিন্দা । দিল্লীৰ আশ-পাশৰ ৰাজ্যসমূহত শস্য জ্বলোৱাৰ বাবে প্রতি বছৰে দীপাৱলীৰ পাছৰ পৰা প্ৰদূষণৰ মাত্রা বৃদ্ধি পায় । এক বেচৰকাৰী বতৰ পর্যবেক্ষক সংস্থাই জনাইছে, শস্য যিসমূহ অঞ্চলত শস্য জ্বলোৱা হৈছে, তাৰ পৰা দিল্লীৰ দিশে প্রৱল বেগত বতাহ বলিছে । সেয়ে ক্রমে বৃদ্ধি পাইছে প্ৰদূষণ । প্ৰদূষণ নিয়ন্ত্রণৰ বাবে অভিনৱ ব্যবস্থাও গ্ৰহণ কৰিছে দিল্লী চৰকাৰে । শনিবাৰে পুৱা দিল্লীৰ পথত দেখা গ’ল ‘এন্টি স্মগ গান’ বহনকাৰী গাড়ী ।

ADVERTISEMENT

কুতুব মিনাৰ অঞ্চলত গাড়ীখন পৰিলক্ষিত হয় । গাড়ীৰ পাছফালে ৰখা হৈছে ‘এন্টি স্মগ গান’ । এই যন্ত্রটোৰ পৰা বতাহত বাষ্পাকাৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে ।

শুকুৰবাৰে পুৱা ছয় বজাত দিল্লীত বায়ুৰ গুণমান সূচক (এয়াৰ কোৱালিটি ইনডেক্স)-ৰ মাত্রা ৪৫৩ আছিল । এই মাত্রা তিনিশৰ অধিক হ’লে বিপজ্জনক বুলি ধৰা হয় । চাৰিশৰ মাত্রা পাৰ হ’লে তাক ‘বিপজ্জনক’ বুলি ধৰা হয় । কিন্তু দিল্লীৰ জাহাংগিৰপুৰীত এই সূচকৰ মাত্রা ৪৮৫ । বিমানবন্দৰৰ আশ-পাশে এই সূচক ৪৫৩ ।

নয়ডাত সূচকৰ মাত্রা ৫৬২ আৰু গুৰুগ্রামত ৫৩৯ । অতিমাত্ৰা প্ৰদূষণৰ বাবে নয়ডাৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে । অষ্টম শ্রেণী পর্যন্ত বাধ্যতামূলকভাৱে অনলাইনত পাঠদান হ’ব । নৱমৰ পলা দ্বাদশ শ্রেণী পর্যন্ত শিক্ষাৰ্থীসকলক অনলাইনত পাঠদান কৰাৰ উপৰতেই গুৰুত্ব আৰোপ কৰা হৈছে ।

পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ ট্রাক চলাচলত বিভিন্ন বিধি-নিষেধ জাৰি কৰিছে দিল্লীয়ে । একমাত্র জৰুৰী সেৱাৰ স’তে জড়িত ট্রাকহে চলিব ৰাজধানীত । পৰিস্থিতি ইমানেই ‘ভয়াৱহ’ যে, শ্বাস লোৱাতো সমস্যা !

বায়ু প্ৰদূষণৰ প্ৰকোপত দিল্লীৰ একাধিক বাসিন্দাই অসুস্থ অনুভৱ কৰিছে । অনেকেই শ্বাসকষ্টত ভুগা বুলি দাবী কৰিছে । কোনোৰ আকৌ চকু জ্বলা ভাব আছেই । কোনোৰ কাহ-চৰ্দি ৰখা নাই । এনে পৰিস্থিতিত দিল্লীৰ বিভিন্ন হাস্পাতালত ৰোগীৰ ভিৰ ক্রমশ বাঢ়িছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIR POLLUTIONDELHI
publisher

publisher

Related Posts

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d